Shuru
Apke Nagar Ki App…
ৰঙিয়াত সশস্ত্ৰ সীমা বলৰ ২৪ নং বেটেলিয়নে ভাৰত-ভূটান সীমান্ত অঞ্চলৰ ৩৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে এক বিশেষ শৈক্ষিক ভ্ৰমণৰ আয়োজন কৰিছে। এই কাৰ্যসূচীৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলক গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰকে ধৰি বিভিন্ন দৰ্শনীয় স্থান দেখুওৱা হ'ব, লগতে দেশপ্ৰেমৰ গুৰুত্ব সম্পৰ্কেও আলোকপাত কৰা হৈছে।
BHASKAR KALITA
ৰঙিয়াত সশস্ত্ৰ সীমা বলৰ ২৪ নং বেটেলিয়নে ভাৰত-ভূটান সীমান্ত অঞ্চলৰ ৩৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে এক বিশেষ শৈক্ষিক ভ্ৰমণৰ আয়োজন কৰিছে। এই কাৰ্যসূচীৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলক গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰকে ধৰি বিভিন্ন দৰ্শনীয় স্থান দেখুওৱা হ'ব, লগতে দেশপ্ৰেমৰ গুৰুত্ব সম্পৰ্কেও আলোকপাত কৰা হৈছে।
More news from অসম and nearby areas
- বকো-ছয়গাঁও সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক ৰাজু মেছৰ বাবে এক সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হৈছে।1
- বৰপেটাৰ কয়াকুছিত নিশা এক চুৰি কাণ্ড সংঘটিত হৈছে। চোৰে লাখ লাখ টকাৰ সোণৰ অলংকাৰ লুটি লৈ পলাইছে।1
- মৰিগাঁও আৰক্ষীয়ে এক সফল অভিযান চলাই দীৰ্ঘদিন ধৰি সমগ্ৰ অঞ্চলটোত ধাৰাবাহিকভাৱে চুৰি কাণ্ড সংঘটিত কৰি এক আতংকময় পৰিৱেশ সৃষ্টি কৰি অহা এটা কুখ্যাত গভাইত চোৰক অৱশেষত জালত পেলায়। ধৃত চোৰটোক অজয় কুণ্ডু বুলি চিনাক্ত কৰা হৈছে। চোৰটোক আটক কৰাৰ পাছত বৰ্তমান আৰক্ষীয়ে অধিক তথ্য লাভৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে।1
- অসম বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে জনতাক হাৰাশাস্তি কৰা আৰক্ষী বিষয়া-কৰ্মচাৰীসকলক কঠোৰ সকীয়নি প্ৰদান কৰিছে। তেওঁ স্পষ্ট কৰি দিছে যে আৰক্ষীৰ বিৰুদ্ধে জনসাধাৰণক হাৰাশাস্তি কৰাৰ অভিযোগ পালেই এনে ব্যৱস্থা লোৱা হ'ব, যিটোৱে সমগ্ৰ অসমকে কঁপাই তুলিব। অধ্যক্ষই লগতে ঘোষণা কৰিছে যে জনতাক হাৰাশাস্তি কৰা আৰক্ষীক তেওঁ নিজেই আহি থানাৰ পৰা চোঁচৰাই লৈ যাব। কেৱল আৰক্ষীয়েই নহয়, জনসাধাৰণক হাৰাশাস্তি কৰা বন বিষয়া আৰু ৰাজহ চক্ৰৰ বিষয়াসকলকো বিধানসভাৰ অধ্যক্ষগৰাকীয়ে একেই কঠোৰ সকীয়নি দিছে।1
- শোনিতপুৰৰ শিঙৰী আৰক্ষীয়ে এক সফল অভিযান চলাই ১২ টা চোৰাং গৰু উদ্ধাৰ কৰিছে। এই অভিযানত জড়িত ৫ জন লোকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে। অঞ্চলটোত গৰুৰ চোৰাং বেহা ৰোধ কৰাত এইটো এক বৃহৎ সফলতা।1
- বঙাইগাঁওৰ অভয়াপুৰীৰ মুছলিম সমাজে এইবাৰ ঈদ-উদ-জোহাত গো-ধন কোৰবানী নকৰাৰ সিদ্ধান্ত লৈছে। জিলা প্ৰশাসনৰ আহ্বান আৰু বিভিন্ন জাতি-জনজাতিৰ মাজত সমন্বয় বজাই ৰাখিবলৈ এই পদক্ষেপ লোৱা হৈছে। গো-ধনৰ পৰিৱৰ্তে ছাগলী, উট বা ডুম্বা আদিৰ কোৰবানী কৰা হ'ব।1
- কামৰূপৰ বকোৰ উকিয়াম নিবাসী ৰজনী বড়োলৈ জি এইছ আৰ পি এফ ৰিচাৰ্চ ইষ্টিটিউটৰ তৰফৰ পৰা ড° বি আৰ আম্বেদকাৰ নেচনেল এৱাৰ্ড ২০২৬ আগবঢ়োৱা হৈছে। এই বঁটা গ্ৰহণ কৰি তেওঁ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।1
- বঙাইগাঁৱত ফিট ইণ্ডিয়া মুভমেণ্টৰ ৭৫তম সংস্কৰণৰ অংশ হিচাপে SSB-য়ে এক বৰ্ণাঢ্য চাইকেল ৰেলীৰ আয়োজন কৰে। এই অভিযানৰ মুখ্য উদ্দেশ্য আছিল চৌহদসমূহক পৰিৱেশ-বান্ধৱ কৰি তোলা আৰু জোৱানৰ লগতে তেওঁলোকৰ পৰিয়ালৰ মাজত সুস্থ জীৱনশৈলীৰ সজাগতা বৃদ্ধি কৰা। ইয়াৰ জৰিয়তে ফিটনেছ আৰু পৰিৱেশ সংৰক্ষণৰ এক গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰচাৰ কৰা হয়।1
- হোজাইত দিন দুপৰতে চোৰে লুটপাত চলায়। এই চুৰিকাণ্ড পশ্চিম আমতলা গাঁৱৰ শ্ৰীৰাম ভগতৰ ঘৰত সংঘটিত হৈছে।1