Shuru
Apke Nagar Ki App…
#youtubeshorts #চিকেন বলেচ দিয়ে কদম মোমা।#youtubeshorts #সাবস্ক্রাইব #youtubeshorts #
Taher All
#youtubeshorts #চিকেন বলেচ দিয়ে কদম মোমা।#youtubeshorts #সাবস্ক্রাইব #youtubeshorts #
More news from Lakhimpur and nearby areas
- অহা কাইলৈ লক্ষীমপুৰ জিলাৰ পুখুৰীপৰীয়া ৰঙ্গমঞ্চ প্ৰাংগনত সৰ্বমুঠ ১২ টা পুৰস্কাৰৰ বৃহৎ খেল।1
- অনলাইন_নৃত্য_প্ৰতিযোগীতা. #সৃষ্টিশীল_মৌ_শাখা। ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সদৌ অসম ভিত্তিত সৃষ্টিশীল নৃত্য আৰু দেশপ্ৰেমমূলক গীতৰ আধাৰত নৃত্য প্ৰতিযোগীতা. আগ্ৰহী সকলে যোগাযোগ কৰিব 8876232023 . #সৃষ্টিশীল_গীতৰ_নৃত্যৰ_প্ৰতিযোগীৰ নাম : Rishav Phukan বয়স : ৫ বছৰ ঠিকনা : লক্ষীমপুৰ ক্রমিক নং - ৪২ #নিয়মাৱলী_সমূহ :-(নিয়মাৱলী সমূহ চাই ইচ্চুক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব) ১) মৌ শাখা ৯ বছৰলৈ, নিম্ন শাখা ৯- ১৪ বছৰলৈ আৰু উচ্চ শাখা ১৫ বছৰৰ পৰা.......৷ ২) সৃষ্টিশীল গীতৰ নৃত্য আৰু দেশপ্ৰেমমূলক গীতৰ নৃত্য দুয়োখন প্ৰতিযোগীতাত অংশগ্ৰহণ কৰিব পাৰিব. ৩) নৃত্য সময় ৩মিনিট ভিতৰত হব লাগিব . ৪)মঞ্চত আগৰ প্ৰদৰ্শন কৰা ভিডিঅ গ্ৰহণ কৰা নহব. ৫)দেশভক্তিমূলক নৃত্য প্ৰতিযোগীতা অসমীয়া আৰু হিন্দী দুয়োটা গীততে নৃত্য প্ৰদৰ্শন কৰিব লাগিব. ৬)সৃষ্টিশীল নৃত্য প্ৰতিযোগীতা ভূপেন্দ্ৰ সংগীত, জ্যোতি সংগীত, ৰাভা সংগীত আৰু পাৰ্ৱতী প্ৰসাদ বৰুৱা দেৱৰ গীতৰ আধাৰত নৃত্য প্ৰদৰ্শন কৰিব লাগিব. ৭)দেশভক্তিমূলক নৃত্য ফলাফল ঘোষণা কৰা তাৰিখ ৫ চেপ্টেম্বৰ আৰু সৃষ্টিশীল নৃত্য ফলাফল ৮ চেপ্টেম্বৰ ২০২৪ বৰ্ষ. ৮) ফলাফল ঘোষণা কৰা তাৰিখৰ পাছত পুৰস্কাৰ সমূহ ডাক যোগে ঘৰলৈ পথাই দিয়া হ'ব ফলাফল দিয়া ১০ দিনৰ ভিতৰত. ৯)অসমৰ বিভিন্ন জিলাৰ ২/৩জন বিচাৰকে নৃত্য প্ৰতিযোগিতা খনত বিচাৰ কৰি ফলাফল উলিয়াব। ১০)বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত। ১১) মৌ শাখা আৰু নিম্ন শাখা যোগদান মাচুল ১৫০ টকা, আৰু উচ্চ শাখা ২০০ টকা. ১২)প্ৰতিযোগীৰ আৰম্ভ হৈছে ১১ আগষ্ট তাৰিখ ২০২৪ আৰু শেষ হব ৩০ আগষ্ট ২০২৪1
- 🥀apne hi #foryou #trending #reels #explorer #videos #reelsvideo #instagood #instagram #lifestyle #sunil_its09 #lifestyle #love #Lakhimpur #art #art #college #jewelry #amor #relax #foryou #travelgram #traveling #viralvideos #cat #sad #sadshayari #sadsongs #sadness #e #sadshayari #Lakhimpur #explorepage #traveling #explore l1
- Location…? reveallmp_31 #shahjhanpur #police #upp #uppexam #reexam #uppreexam #admitcard #uppreexam #exam #uttarpradeshpolice #examcenter #city #instagram #instadaily #uttarpradesh #reveallmp_31 #lakhimpur #lakhimpurkheri lmpians lmp_wasi lmp_wale lakhimpur_kheri_up31 shaam_ye_lakhimpur1
- লখিমপুৰত খিলঞ্জীয়াৰ স্বাৰ্থত একত্ৰিত হ'ল বিভিন্ন জাতি জনগোষ্ঠীয় সংগঠন। লখিমপুৰত গঠন হ'ল খিলঞ্জীয়া ঐক্যমঞ্চৰ। নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত সংবাদমেল আয়োজন কৰি হুংকাৰ দিলে বহিৰাগতৰ বিৰুদ্ধে। লখিমপুৰত নিষিদ্ধ ঘোষণা নগাঁৱৰ পৰা অহা মাছ ।। লক্ষীমপুৰ জিলাত সন্দেহযুক্ত লোকে ভৰি পৰিছে । বিভিন্ন সময়ত এই সন্দেহজনক লোক সকলে ব্যৱসায় কৰা চলেৰে আহি লক্ষীমপুৰ জিলাত উপদ্ৰপ সৃষ্টি কৰি আহিছে । খেলমাটি আৰক্ষী চকীৰ ওপৰত আক্ৰমণৰ ঘটনাই হওক ছাগলী চোৰে খিলঞ্জীয়া যুৱক এজনক হত্যা কৰা ঘটনাই হওক বা আৰু বিভিন্ন ধৰণৰ নকল সোন জাল নোটৰ ব্যৱসায় হওক তাৰ লগতে চুৰ, ড্ৰাগছ ব্যৱসায় এই বে-আইনী কামত জড়িত সেই সকল সন্দেহজনক লোক সকল । এই সকল সন্দেহজনক লোকে যাতে আৰক্ষী প্ৰশাসনে তীক্ষ্ণ নজৰ ৰাখে ।।।এই সকলক নাকি লগাবলৈ লখিমপুৰ জিলাত খিলঞ্জীয়া যুৱক যুৱতী সকলক একত্ৰিত কৰি বজাৰ দখল কাৰ্যসূচী গ্ৰহণ কৰা হব ।।1
- Gamusa Gogamukh ধেমাজী মাটীশালৰ কাপোৰ লবলৈ 60006015571
- Post by কৃষ্ণা গগৈ1
- সুখি দুঃখীর কদম গাছ | Bengali Moral Stories Cartoon | Bangla Golpo | Thakumar Jhuli1