Shuru
Apke Nagar Ki App…
25 July Sital pather news
SA
Sorif ali
25 July Sital pather news
More news from Dergaon and nearby areas
- Boom 💥 DERGAON 🔥 Shop1
- গোলাঘাটত হ'ৰ্ডিঙত ক'লা ৰং সনা ৫ সংগঠনৰ নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু গোলাঘাট আৰক্ষীৰ, বণ্ড চাইনৰ বাবে তলব1
- অনলাইন নৃত্য প্ৰতিযোগীতা #দেশভক্তিমূলক_নৃত্য_নিম্ন_শাখা ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সদৌ অসম ভিত্তিত সৃষ্টিশীল নৃত্য আৰু দেশপ্ৰেমমূলক গীতৰ আধাৰত নৃত্য প্ৰতিযোগীতা. আগ্ৰহী সকলে যোগাযোগ কৰিব 8876232023 . #দেশভক্তিমূলক_গীতৰ_নৃত্যৰ_প্ৰতিযোগীৰ নাম- মেহৰিন কাওচাৰ জিলা- গোলাঘাট বয়স=১২ বছৰ নিম্ন শাখা.ক্রমিক নং - ২১ #নিয়মাৱলী_সমূহ :-(নিয়মাৱলী সমূহ চাই ইচ্চুক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব) ১) মৌ শাখা ৯ বছৰলৈ, নিম্ন শাখা ৯- ১৪ বছৰলৈ আৰু উচ্চ শাখা ১৫ বছৰৰ পৰা.......৷ ২) সৃষ্টিশীল গীতৰ নৃত্য আৰু দেশপ্ৰেমমূলক গীতৰ নৃত্য দুয়োখন প্ৰতিযোগীতাত অংশগ্ৰহণ কৰিব পাৰিব. ৩) নৃত্য সময় ৩মিনিট ভিতৰত হব লাগিব . ৪)মঞ্চত আগৰ প্ৰদৰ্শন কৰা ভিডিঅ গ্ৰহণ কৰা নহব. ৫)দেশভক্তিমূলক নৃত্য প্ৰতিযোগীতা অসমীয়া আৰু হিন্দী দুয়োটা গীততে নৃত্য প্ৰদৰ্শন কৰিব লাগিব. ৬)সৃষ্টিশীল নৃত্য প্ৰতিযোগীতা ভূপেন্দ্ৰ সংগীত, জ্যোতি সংগীত, ৰাভা সংগীত আৰু পাৰ্ৱতী প্ৰসাদ বৰুৱা দেৱৰ গীতৰ আধাৰত নৃত্য প্ৰদৰ্শন কৰিব লাগিব. ৭)দেশভক্তিমূলক নৃত্য ফলাফল ঘোষণা কৰা তাৰিখ ৫ চেপ্টেম্বৰ আৰু সৃষ্টিশীল নৃত্য ফলাফল ৮ চেপ্টেম্বৰ ২০২৪ বৰ্ষ. ৮) ফলাফল ঘোষণা কৰা তাৰিখৰ পাছত পুৰস্কাৰ সমূহ ডাক যোগে ঘৰলৈ পথাই দিয়া হ'ব ফলাফল দিয়া ১০ দিনৰ ভিতৰত. ৯)অসমৰ বিভিন্ন জিলাৰ ২/৩জন বিচাৰকে নৃত্য প্ৰতিযোগিতা খনত বিচাৰ কৰি ফলাফল উলিয়াব। ১০)বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত। ১১) মৌ শাখা আৰু নিম্ন শাখা যোগদান মাচুল ১৫০ টকা, আৰু উচ্চ শাখা ২০০ টকা. ১২)প্ৰতিযোগীৰ আৰম্ভ হৈছে ১১ আগষ্ট তাৰিখ ২০২৪ আৰু শেষ হব ৩০ আগষ্ট ২০২৪.1
- গোলাঘাট জিলা আয়ুক্তৰ কাৰ্যালয় সন্মুখত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ বানপানীৰ সমস্যাক ৰাষ্টীয় সমস্যা হিছাপে স্বীকৃতি দিয়াৰ দাবীত আছুৰ প্ৰতিবাদ গোলাঘাটৰ পৰা কনক দাসৰ ৰিপৰ্ট1
- অনলাইন নৃত্য প্ৰতিযোগীতা #সৃষ্টিশীল_নৃত্য_নিম্ন_শাখা ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সদৌ অসম ভিত্তিত সৃষ্টিশীল নৃত্য আৰু দেশপ্ৰেমমূলক গীতৰ আধাৰত নৃত্য প্ৰতিযোগীতা. আগ্ৰহী সকলে যোগাযোগ কৰিব 8876232023 . #সৃষ্টিশীল_গীতৰ_নৃত্যৰ_প্ৰতিযোগীৰ নাম- প্ৰাঞ্জীকুইন শইকীয়া জিলা- মেলামৰা (গোলাঘাট) বয়স=১১ বছৰ নিম্ন শাখা.ক্রমিক নং - ২২ #নিয়মাৱলী_সমূহ :-(নিয়মাৱলী সমূহ চাই ইচ্চুক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব) ১) মৌ শাখা ৯ বছৰলৈ, নিম্ন শাখা ৯- ১৪ বছৰলৈ আৰু উচ্চ শাখা ১৫ বছৰৰ পৰা.......৷ ২) সৃষ্টিশীল গীতৰ নৃত্য আৰু দেশপ্ৰেমমূলক গীতৰ নৃত্য দুয়োখন প্ৰতিযোগীতাত অংশগ্ৰহণ কৰিব পাৰিব. ৩) নৃত্য সময় ৩মিনিট ভিতৰত হব লাগিব . ৪)মঞ্চত আগৰ প্ৰদৰ্শন কৰা ভিডিঅ গ্ৰহণ কৰা নহব. ৫)দেশভক্তিমূলক নৃত্য প্ৰতিযোগীতা অসমীয়া আৰু হিন্দী দুয়োটা গীততে নৃত্য প্ৰদৰ্শন কৰিব লাগিব. ৬)সৃষ্টিশীল নৃত্য প্ৰতিযোগীতা ভূপেন্দ্ৰ সংগীত, জ্যোতি সংগীত, ৰাভা সংগীত আৰু পাৰ্ৱতী প্ৰসাদ বৰুৱা দেৱৰ গীতৰ আধাৰত নৃত্য প্ৰদৰ্শন কৰিব লাগিব. ৭)দেশভক্তিমূলক নৃত্য ফলাফল ঘোষণা কৰা তাৰিখ ৫ চেপ্টেম্বৰ আৰু সৃষ্টিশীল নৃত্য ফলাফল ৮ চেপ্টেম্বৰ ২০২৪ বৰ্ষ. ৮) ফলাফল ঘোষণা কৰা তাৰিখৰ পাছত পুৰস্কাৰ সমূহ ডাক যোগে ঘৰলৈ পথাই দিয়া হ'ব ফলাফল দিয়া ১০ দিনৰ ভিতৰত. ৯)অসমৰ বিভিন্ন জিলাৰ ২/৩জন বিচাৰকে নৃত্য প্ৰতিযোগিতা খনত বিচাৰ কৰি ফলাফল উলিয়াব। ১০)বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত। ১১) মৌ শাখা আৰু নিম্ন শাখা যোগদান মাচুল ১৫০ টকা, আৰু উচ্চ শাখা ২০০ টকা. ১২)প্ৰতিযোগীৰ আৰম্ভ হৈছে ১১ আগষ্ট তাৰিখ ২০২৪ আৰু শেষ হব ৩০ আগষ্ট ২০২৪.1
- গোলাঘাটত হ'ৰ্ডিঙত ক'লা ৰং সনা ৫ সংগঠনৰ নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু গোলাঘাট আৰক্ষীৰঃ বণ্ড চাইনৰ বাবে তলবঃ1
- #সদৌ_অসম_ভিত্তিত_আয়োজিত_অনলাইনবিয়ানামৰ-প্ৰতিযোগিতা প্ৰতিযোগী নং:-৩৮ প্ৰতিযোগীৰ নাম: =বিনু বৰা জীলা ঠিকনা =গোলাঘাট নিয়মাৱলী_সমূহ:- ১) লৰা ছোৱালী বোৱাৰী উভয়ে অংশ গ্ৰহণ কৰিব পাৰিব ২) জুৰোণ অহা নাম, পানী তোলা, আৰু গা ধোৱা উল্লেখিত এই তিনিধ নামৰ ভিতৰত যিকোনো এবিধ গালে বিবেচিত হৱ । ৩) সময় মাত্ৰ ৫ মিনিট ভিতৰত শেষ হব লাগিব । ৪) ভিডিঅ টো কৰোতে নাম ঠিকনা কৈ লব ৫) পুৰস্কাৰ সমূহ প্ৰথম পুৰস্কাৰ ২০০০ /-টকা মানপত্ৰ দ্বিতীয় পুৰস্কাৰ ১৫০০ /-টকা মানপত্ৰ তৃতীয় পুৰস্কাৰ ১০০০/-টকা মানপত্ৰ বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হব.1
- দুৰ্নীতি গ্ৰস্ত বিষয়া দক্ষিণ গোলাঘাট খণ্ড উন্নয়ন বিষয়া তমসা দাস , উৰিয়ামঘাট আঞ্চলিক বন বিষয়া মুনিন নাথ , DFO গোলাঘাট এচ কে ঠাকুৰীয়া আৰু দুৰ্নীতি গ্ৰস্ত ঠিকাদাৰ মনোজ পাৰিকক গ্ৰেপ্তাৰৰ দাবীত সৰুপথথাৰ আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰা হয় ।1