Shuru
Apke Nagar Ki App…
Binoy Routh
- User7507Sonari, Charaideo😂on 19 March
More news from অসম and nearby areas
- জুমা মুবারক সকলকে জানাই আমিন শুমা আমিন1
- Post by Eakupall1
- জেলা পশ্চিম মেদিনীপুর এড্রেস বলবান্দিঘি কিছু একটা এর সমাধান করো1
- নগাঁও জিলাৰ বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত সুতাৰগাও পাবলিক হাই স্কুলত উত্তপ্ত পৰিস্থিতি। সদ্য ঘোহিত হাই স্কুল শিক্ষান্ত পৰীক্ষাত সোচনীয় ফলাফল লাভ কৰাৰ বাবে বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক সকলে বিদ্যালয় চৌহদৰ ভিতৰত শিক্ষাৰ-শিক্ষয়ত্ৰী সকলক জবাবদিহি কৰে।1
- Post by Mahesh kumar das1
- বোকাৰ পদুম হৈ ফুলিছে আবজাৰুল হক। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজ্বলিল আবজাৰুল হক। ৬ টা বিষয়ত লেটাৰমাৰ্ক সহ ৯৪.১৬ শতাংশ লাভ কৰি কঢ়িয়ালে গৌৰৱ। পিতৃয়ে দিন হাজিৰা কৰি উলিয়াইছিল সন্তানৰ পঢ়াৰ খৰচ। ৰূপহী হাটৰ কাৱৈমাৰী জাতীয় বিদ্যানিকেতনৰ ছাত্ৰ আছিল আবজাৰুল। ছাত্ৰগৰাকীৰ সাফল্যত শিক্ষাগুৰু, পিতৃ-মাতৃ আৰু অঞ্চলবাসীৰ মাজত সুখময় পৰিৱেশ। 6 টা বিষয়ত লেটাৰ মাৰ্কসহ জিলিকি উঠিছে দিনহাজিৰা কৰা পিতৃৰ পুত্ৰ আফজাৰুল হক। আফজাৰুলৰ সফলতাত আপুনিও জনাওক শুভেচ্ছা।1
- ৰূপহী জ্ঞান বিকাশ বিদ্যাপীঠৰ ১০০% ফলাফল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলে গৌৰৱময় অনুভৱ কৰিছে অঞ্চলবাসীয়ে ডিষ্টিংচন-ষ্টাৰত উজ্বল শিক্ষাৰ্থী। মেধাৰ ভিত্তিত জিলিকি উঠিল ছুমাইয়া আহমেদ। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয়খনৰ মুঠ ১৫৩ গৰাকী পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈ ১০০ শতাংশ সফলতা অৰ্জন কৰে বিদ্যালয় খনৰ এজনে ডিচটিংচন,৫ জনে ষ্টাৰ,৫১ জনে প্ৰথম বিভাগ,৯৩ জনে ২য় বিভাগ আৰু ৩ জনে ৩য় বিভাগত উত্তীৰ্ণ হয় হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজলিল চামগুৰি সমষ্টিৰ কৰৈগুৰিৰ গাঁৱৰ ছুমাইয়া আহমেদ । নগাঁও জিলাৰ উত্তৰাঞ্চলৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰূপহী জ্ঞান বিকাশ বিদ্যাপীঠৰ পৰা উত্তীৰ্ণ হ'ল ছুমাইয়া আহমেদ। আটাইকেইটাত লেটাৰলৈ উত্তীৰ্ণ হ'ল অতি ভিতৰুৱা গাঁৱৰ ছুমাইয়া আহমেদ। ছুমাইয়া আহমেদে সৰ্বমুঠ ৯৬.৬৭% নম্বৰ লাভ কৰি বিদ্যালয় খনলৈ গৌৰৱ কঢ়িয়াই আনিছে1
- Post by Eakupall1