logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

নুমলীগড় গ্ৰাম্য আৰক্ষী থানাৰ অন্তৰ্গত "বৰচাপৰিত" যুৱকৰ ৰহস্যজনক মৃত্যু, পৰিয়ালৰ হত্যাকাণ্ডৰ সন্দেহ। এই দৃশ্য, নুমলীগড়ৰ বৰচাপৰিৰ। এখন ঘৰৰ বাৰীত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে। কালি সন্ধিয়া বিয়া খাবলৈ যোৱা যুৱকজনৰ মৃতদেহ আজি পুৱা উদ্ধাৰ হয়। মৃত যুৱকজনৰ নাম "অভি মুঢ়া" । আজি পুৱা স্থানীয় এগৰাকী মহিলা তথা নিজ খুড়ীয়েকে কামলৈ যাওঁতে ঘৰৰ বাৰীত যুৱকজনৰ মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰে। প্ৰথম অৱস্থাত কোনোবাই নিচাসক্ত হৈ পৰি থকা বুলি ভাবিছিল যদিও পিছত ওচৰলৈ গৈ মুখত ফেন ওলাই থকা দেখি স্থানীয় লোকক খবৰ দিয়ে। মৃত যুৱকজনক তেওঁৰ খুড়ীয়েকে নিজৰ ভতিজা বুলি চিনাক্ত কৰিছে। উল্লেখ্য যে যোৱাকালি সন্ধিয়া ৬ বজাত বিয়া খাবলৈ গৈছিল। কিন্তু আজি পুৱা তেওঁৰ মৃতদেহ উদ্ধাৰ হয়।তেওঁলোকে এই ঘটনাৰ উচিত তদন্ত আৰু ন্যায় বিচাৰিছে।​ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ পাছতহে যুৱকজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব।

on 11 March
user_D B
D B
সাংবাদিক মৰঙী, গোলাঘাট, অসম•
on 11 March

নুমলীগড় গ্ৰাম্য আৰক্ষী থানাৰ অন্তৰ্গত "বৰচাপৰিত" যুৱকৰ ৰহস্যজনক মৃত্যু, পৰিয়ালৰ হত্যাকাণ্ডৰ সন্দেহ। এই দৃশ্য, নুমলীগড়ৰ বৰচাপৰিৰ। এখন ঘৰৰ বাৰীত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে। কালি সন্ধিয়া বিয়া খাবলৈ যোৱা যুৱকজনৰ মৃতদেহ আজি পুৱা উদ্ধাৰ হয়। মৃত যুৱকজনৰ নাম "অভি

মুঢ়া" । আজি পুৱা স্থানীয় এগৰাকী মহিলা তথা নিজ খুড়ীয়েকে কামলৈ যাওঁতে ঘৰৰ বাৰীত যুৱকজনৰ মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰে। প্ৰথম অৱস্থাত কোনোবাই নিচাসক্ত হৈ পৰি থকা বুলি ভাবিছিল যদিও পিছত ওচৰলৈ গৈ মুখত ফেন ওলাই থকা দেখি স্থানীয় লোকক খবৰ দিয়ে। মৃত যুৱকজনক তেওঁৰ

খুড়ীয়েকে নিজৰ ভতিজা বুলি চিনাক্ত কৰিছে। উল্লেখ্য যে যোৱাকালি সন্ধিয়া ৬ বজাত বিয়া খাবলৈ গৈছিল। কিন্তু আজি পুৱা তেওঁৰ মৃতদেহ উদ্ধাৰ হয়।তেওঁলোকে এই ঘটনাৰ উচিত তদন্ত আৰু ন্যায় বিচাৰিছে।​ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ পাছতহে যুৱকজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব।

  • user_হাইদৰ,, আলী
    হাইদৰ,, আলী
    দলগাঁও (পিটি), দৰং, অসম
    🙏
    on 16 March
More news from অসম and nearby areas
  • Post by Assam Update
    1
    Post by Assam Update
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    2 hrs ago
  • Post by Imdad hussain
    1
    Post by Imdad hussain
    user_Imdad hussain
    Imdad hussain
    চুমুকেডিমা, চুমৌকেডিমা, নাগালেণ্ড•
    4 hrs ago
  • সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আজি সংবিধান প্ৰণেতা ড° বি. আৰ. আম্বেদকাৰৰ ১৩৫ সংখ্যক জন্ম জয়ন্তী বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়। শিৱসাগৰ চহৰৰ ৩ নং ৱাৰ্ডৰ ড° ভূপেন হাজৰিকা পথত আয়োজিত এই অনুষ্ঠানত পতাকা উত্তোলন আৰু বৃক্ষ ৰোপণৰ পাছতে বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজকৰ্মী হোমেন দাসে। ​অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মৃদুল দাসে আম্বেদকাৰৰ জীৱন দৰ্শন আৰু দেশৰ প্ৰতি থকা তেওঁৰ অৱদানৰ ওপৰত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। স্থানীয় যুৱক-যুৱতীৰ গীত-মাত আৰু বিহু হুঁচৰিৰ প্ৰদৰ্শনে অনুষ্ঠানটোত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। ​
    4
    সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আজি সংবিধান প্ৰণেতা ড° বি. আৰ. আম্বেদকাৰৰ ১৩৫ সংখ্যক জন্ম জয়ন্তী বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়। শিৱসাগৰ চহৰৰ ৩ নং ৱাৰ্ডৰ ড° ভূপেন হাজৰিকা পথত আয়োজিত এই অনুষ্ঠানত পতাকা উত্তোলন আৰু বৃক্ষ ৰোপণৰ পাছতে বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজকৰ্মী হোমেন দাসে।
​অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মৃদুল দাসে আম্বেদকাৰৰ জীৱন দৰ্শন আৰু দেশৰ প্ৰতি থকা তেওঁৰ অৱদানৰ ওপৰত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। স্থানীয় যুৱক-যুৱতীৰ গীত-মাত আৰু বিহু হুঁচৰিৰ প্ৰদৰ্শনে অনুষ্ঠানটোত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে।
​
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    7 hrs ago
  • *প্ৰখ্যাত অভিনেতা ৰাজীৱ গোস্বামী* লৈ বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী উমেশ চন্দ্ৰ বৰদলৈ সোঁৱৰণী *সমন্বয় শিল্পী সাধনা বঁটা-২০২৬* ৷ উল্লেখ যে, শিৱসাগৰ দ’লপথত অহা ১৮ এপ্ৰিল (৪ বহাগ) শনিবাৰে আয়োজিত "সমন্বয় সাংস্কৃতিক গোষ্ঠী" আৰু সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসমৰ_ *২১ সংখ্যক শিৱসাগৰ বহাগী উৎসৱ* স্থলীত শিল্পীগৰাকীক প্ৰদান কৰা হ’ব এই বঁটা ৷
    2
    *প্ৰখ্যাত অভিনেতা ৰাজীৱ গোস্বামী* লৈ বিশিষ্ট  শিক্ষাবিদ, সমাজকৰ্মী উমেশ চন্দ্ৰ বৰদলৈ সোঁৱৰণী *সমন্বয় শিল্পী সাধনা বঁটা-২০২৬* ৷ উল্লেখ যে, শিৱসাগৰ দ’লপথত অহা ১৮ এপ্ৰিল  (৪ বহাগ) শনিবাৰে আয়োজিত "সমন্বয় সাংস্কৃতিক গোষ্ঠী" আৰু সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসমৰ_ *২১ সংখ্যক শিৱসাগৰ বহাগী উৎসৱ* স্থলীত শিল্পীগৰাকীক প্ৰদান কৰা হ’ব এই বঁটা ৷
    user_অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    সাংবাদিক Sivasagar, Assam•
    22 hrs ago
  • Post by Tezpur Barta
    1
    Post by Tezpur Barta
    user_Tezpur Barta
    Tezpur Barta
    Local News Reporter তেজপুৰ, শোণিতপুৰ, অসম•
    1 hr ago
  • আমি এমন করে ভিডিও করলে শুধু আমাকে বাদে বাকি সব কিছুই দেখা যাবে 🙂🙌🏻🌺সবাই সবের পাশে থাকবেন এবং ইনশাআল্লাহ পাশে পাবেন সবাইরে সাপোর্ট করবেন আমিও সাপোর্ট করব 🌺
    1
    আমি এমন করে ভিডিও করলে শুধু আমাকে বাদে বাকি সব কিছুই দেখা যাবে 🙂🙌🏻🌺সবাই সবের পাশে থাকবেন এবং ইনশাআল্লাহ পাশে পাবেন  সবাইরে সাপোর্ট করবেন আমিও সাপোর্ট করব 🌺
    user_Salman Hussain
    Salman Hussain
    Doboka, Hojai•
    12 hrs ago
  • Post by DeV 24 News
    1
    Post by DeV 24 News
    user_DeV 24 News
    DeV 24 News
    Newsagent ৰূপাহী, নগাঁও, অসম•
    5 hrs ago
  • Post by Assam Update
    1
    Post by Assam Update
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    10 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.