logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

🚨 APST RE-VERIFICATION | ASBAC ISSUES FINAL ULTIMATUM TO CM Arunachal ST Bachao Andolan Committee (ASBAC) has issued a final ultimatum to the Chief Minister, demanding that the Deputy Chief Minister step down and be relieved of his responsibilities to ensure an independent, impartial and transparent investigation into the APST matter concerning him. ASBAC member and High Power Committee on APST Re-Verification member Millo Ambo briefed the media on the latest developments, deliberations and recommendations placed before the Committee. Ambo stressed that the APST re-verification process must remain free from political influence, with transparency, accountability and institutional integrity at its core. He further stated that protecting the credibility of the process is essential to maintaining public trust and confidence in the APST system. ASBAC maintains that a fair investigation requires complete independence from any potential conflict of interest or political influence. 📍 Namsai Update News #APSTReVerification #ASBAC #ArunachalPradesh #APST #Transparency #Accountability #Justice #PublicInterest #NamsaiUpdateNews

4 days ago
user_Namsai update news
Namsai update news
লেখাং মহাদেৱপুৰ চাৰ্কল, নামচাই, অৰুণাচল প্ৰদেশ•
4 days ago

🚨 APST RE-VERIFICATION | ASBAC ISSUES FINAL ULTIMATUM TO CM Arunachal ST Bachao Andolan Committee (ASBAC) has issued a final ultimatum to the Chief Minister, demanding that the Deputy Chief Minister step down and be relieved of his responsibilities to ensure an independent, impartial and transparent investigation into the APST matter concerning him. ASBAC member and High Power Committee on APST Re-Verification member Millo Ambo briefed the media on the latest developments, deliberations and recommendations placed before the Committee. Ambo stressed that the APST re-verification process must remain free from political influence, with transparency, accountability and institutional integrity at its core. He further stated that protecting the credibility of the process is essential to maintaining public trust and confidence in the APST system. ASBAC maintains that a fair investigation requires complete independence from any potential conflict of interest or political influence. 📍 Namsai Update News #APSTReVerification #ASBAC #ArunachalPradesh #APST #Transparency #Accountability #Justice #PublicInterest #NamsaiUpdateNews

More news from অসম and nearby areas
  • নাহৰকটীয়াত নাহৰফুটুকী বাঘৰ আতংক৷ ৰাতি বালিমৰা গাওঁত নাহৰফুটুকী বাঘৰ আতংক নাহৰকটীয়াৰ বালিমৰা অঞ্চলত নাহৰফুটুকীৰ আতংক নাহৰফুটুকীৰ মুক্ত বিচৰণত শংকিত ৰাইজ প্ৰত্যক্ষদৰ্শী জিতু গগৈ আৰু যোগ্য গগৈৰ মবাইল কেমেৰাত আবদ্ধ নাহৰফুটুকীৰ দৃশ্য
    1
    নাহৰকটীয়াত নাহৰফুটুকী বাঘৰ আতংক৷ ৰাতি বালিমৰা গাওঁত নাহৰফুটুকী বাঘৰ আতংক
নাহৰকটীয়াৰ বালিমৰা অঞ্চলত নাহৰফুটুকীৰ আতংক
নাহৰফুটুকীৰ মুক্ত বিচৰণত শংকিত ৰাইজ
প্ৰত্যক্ষদৰ্শী জিতু গগৈ আৰু  যোগ্য গগৈৰ মবাইল কেমেৰাত আবদ্ধ নাহৰফুটুকীৰ দৃশ্য
    user_Namrup 24×7
    Namrup 24×7
    Local News Reporter নাহৰকটীয়া, ডিব্ৰুগড়, অসম•
    1 day ago
  • মৰাণৰ টেপৰচালিবামত অইল ইণ্ডিয়া লিমিটেডৰ তৈলখাদ অৱৰোধ কৰি ৰাইজৰ উত্তাল প্ৰতিবাদ । অঞ্চলটোৰ জৰাজীৰ্ণ বাট-পথকে ধৰি বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত অইলে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৰাইজৰ ।
    1
    মৰাণৰ টেপৰচালিবামত অইল ইণ্ডিয়া লিমিটেডৰ তৈলখাদ অৱৰোধ কৰি ৰাইজৰ উত্তাল প্ৰতিবাদ । অঞ্চলটোৰ জৰাজীৰ্ণ বাট-পথকে ধৰি বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত অইলে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৰাইজৰ ।
    user_Direct Khabar
    Direct Khabar
    মৰাণ, ডিব্ৰুগড়, অসম•
    16 hrs ago
  • বকতাত সপ্তসুৰ এন জি অই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক বিতৰণ কৰিলে স্কুল বেগ বকতাত দুলীয়াজানৰ সপ্তসুৰ এন জি অই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক বিতৰণ কৰিলে স্কুল বেগ
    1
    বকতাত সপ্তসুৰ এন জি অই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক বিতৰণ কৰিলে স্কুল বেগ
বকতাত দুলীয়াজানৰ সপ্তসুৰ এন জি অই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক বিতৰণ কৰিলে স্কুল বেগ
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    23 hrs ago
  • যোৰহাটত পুনৰ আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী ড্ৰাগছ সহ এটা পিষ্টল জব্দ । আটকাধীন যুৱকজন গোলাঘাটৰ বাসিন্দা আজাদুৰ ৰহমান বুলি জানিব পৰা গৈছে।যোৰহাটত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থকাৰ মাজতে ক্লাব ৰোড অঞ্চলৰ পৰা পুনৰ এজন সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰা হয়। আজাদুৰ ৰহমানৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰে যোৰহাট সদৰ আৰক্ষীযে । লগতে অভিযানৰ সময়ত এটা iPhone 17 মোবাইল ফোনো ,এখন Royal Enfield Hunter 350 মটৰচাইকেলো জব্দ কৰিছে।আৰক্ষীৰ সূত্ৰ অনুসৰি, আজাদুৰ ৰহমানে যোৰহাটৰ চিনামৰা অঞ্চলৰ ৰূপনগৰত ভাড়াতীয়া হিচাপে বহুদিন ধৰি বসবাস কৰি আহিছিল।এই অভিযানত লিচুবাৰী আৰক্ষী চকী আৰু যোৰহাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঋষিকেশ হাজৰিকাৰ নেতৃত্বত চলিছিল এই অভিযান।
    3
    যোৰহাটত পুনৰ আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী ড্ৰাগছ সহ এটা পিষ্টল জব্দ ।
আটকাধীন যুৱকজন গোলাঘাটৰ বাসিন্দা আজাদুৰ ৰহমান বুলি জানিব পৰা গৈছে।যোৰহাটত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থকাৰ মাজতে ক্লাব ৰোড অঞ্চলৰ পৰা পুনৰ এজন সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰা হয়। আজাদুৰ ৰহমানৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰে যোৰহাট সদৰ আৰক্ষীযে । লগতে অভিযানৰ সময়ত এটা iPhone 17 মোবাইল ফোনো ,এখন Royal Enfield Hunter 350 মটৰচাইকেলো জব্দ কৰিছে।আৰক্ষীৰ সূত্ৰ অনুসৰি, আজাদুৰ ৰহমানে যোৰহাটৰ চিনামৰা অঞ্চলৰ ৰূপনগৰত ভাড়াতীয়া হিচাপে বহুদিন ধৰি বসবাস কৰি আহিছিল।এই অভিযানত লিচুবাৰী আৰক্ষী চকী আৰু যোৰহাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঋষিকেশ হাজৰিকাৰ নেতৃত্বত চলিছিল এই অভিযান।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    2 hrs ago
  • লখিমপুৰত ভাৰতীয় গোৰ্খা পৰিসংঘৰ অসম ৰাজ্যিক সমিতিৰ সপ্তম ত্ৰিবাৰ্ষিক অধিৱেশন আৰু ৮২ সংখ্যক বলিদান দিৱস উদযাপন সম্পৰ্কত লখিমপুৰ জিলা সমিতিৰ সভাপতি ৰাজেন ছেত্ৰীৰ মন্তব্য প্ৰকাশ ভাৰতীয় গোৰ্খা পৰিসংঘৰ অসম ৰাজ্যিক সমিতিৰ সপ্তম ত্ৰিবাৰ্ষিক লখিমপুৰ অধিৱেশন, ৰূপালী জয়ন্তী বৰ্ষপুৰ্তি অনুষ্ঠান আৰু ৮২ সংখ্যক বলিদান দিৱস উদযাপন কৰা সম্পৰ্কে গোৰ্খা পৰিসংঘৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি তথা অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি ৰাজেন ছেত্ৰীয়ে সংবাদ মাধ্যমৰ আগত নিজৰ মন্তব্য প্ৰকাশ কৰিছে। এই সন্দৰ্ভত তেখেতৰ মন্তব্য শুনোচোন আহক।
    1
    লখিমপুৰত ভাৰতীয় গোৰ্খা পৰিসংঘৰ অসম ৰাজ্যিক সমিতিৰ সপ্তম ত্ৰিবাৰ্ষিক অধিৱেশন আৰু ৮২ সংখ্যক বলিদান দিৱস উদযাপন সম্পৰ্কত লখিমপুৰ জিলা সমিতিৰ সভাপতি ৰাজেন ছেত্ৰীৰ মন্তব্য প্ৰকাশ 
ভাৰতীয় গোৰ্খা পৰিসংঘৰ অসম ৰাজ্যিক সমিতিৰ সপ্তম ত্ৰিবাৰ্ষিক লখিমপুৰ অধিৱেশন, ৰূপালী জয়ন্তী বৰ্ষপুৰ্তি অনুষ্ঠান আৰু ৮২ সংখ্যক বলিদান দিৱস উদযাপন কৰা  সম্পৰ্কে গোৰ্খা পৰিসংঘৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি তথা অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি ৰাজেন ছেত্ৰীয়ে সংবাদ মাধ্যমৰ আগত নিজৰ মন্তব্য প্ৰকাশ কৰিছে। এই সন্দৰ্ভত তেখেতৰ মন্তব্য শুনোচোন আহক।
    user_Bhuban Gautam
    Bhuban Gautam
    Farmer কদম, লখিমপুৰ, অসম•
    13 hrs ago
  • অখিল গগৈৰ বিৰুদ্ধে শিৱসাগৰত বিজেপিৰ ৮টা মৰ্চাৰ ৮খন এজাহাৰ দাখিল অখিল গগৈৰ বিৰুদ্ধে শিৱসাগৰত বিজেপিৰ ৮টা মৰ্চাৰ ৮খন এজাহাৰ দাখিল
    1
    অখিল গগৈৰ বিৰুদ্ধে শিৱসাগৰত বিজেপিৰ ৮টা মৰ্চাৰ ৮খন এজাহাৰ দাখিল
অখিল গগৈৰ বিৰুদ্ধে শিৱসাগৰত বিজেপিৰ ৮টা মৰ্চাৰ ৮খন এজাহাৰ দাখিল
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist North Lakhimpur, Assam•
    13 hrs ago
  • If you love authentic Oud… this one is for you. 🌿 Jumbo Muri Double Super 🌿 Experience the true luxury of premium Oud — Oud at its finest, just the way it should be. Rich • Elegant • Authentic • Long-Lasting ✨ For those who truly appreciate the finest Oud. If you love authentic Oud… this one is for you. 🌿 Jumbo Muri Double Super 🌿 Experience the true luxury of premium Oud — Oud at its finest, just the way it should be. Rich • Elegant • Authentic • Long-Lasting ✨ For those who truly appreciate the finest Oud.
    1
    If you love authentic Oud… this one is for you.

🌿 Jumbo Muri Double Super 🌿

Experience the true luxury of premium Oud —
Oud at its finest, just the way it should be.

Rich • Elegant • Authentic • Long-Lasting ✨

For those who truly appreciate the finest Oud.


If you love authentic Oud… this one is for you.
🌿 Jumbo Muri Double Super 🌿
Experience the true luxury of premium Oud —
Oud at its finest, just the way it should be.
Rich • Elegant • Authentic • Long-Lasting ✨
For those who truly appreciate the finest Oud.
    user_MUHAMMAD MANSOOR ALAM
    MUHAMMAD MANSOOR ALAM
    Business management consultant জিৰো এইচকিউ, ল'ৱাৰ চুবানচিৰি, অৰুণাচল প্ৰদেশ•
    11 hrs ago
  • চোমণি গাঁওত বানপীড়িতলৈ সহায়ৰ হাত প্ৰাক্তন আৰক্ষী বিষয়াৰ৷ চৰাইদেউ জিলাৰ চোমণি অঞ্চলত উপস্থিত হৈ প্ৰাক্তন আৰক্ষী বিষয়া সকল উপস্থিত হৈ একাংশ বানাক্ৰান্ত লোকক সহায়ৰ হাত আগবঢ়াই৷ ১৯৮৭ বৰ্ষৰ উপ পৰিদৰ্শকৰ অসম আৰক্ষী সন্মিলনৰ উদ্যোগত আৰু সোৱণশিৰিয়াৰ সহযোগত কিছু আৰ্থিক সাহাৰ্য প্ৰদান কৰে৷নিজৰ গাঁথিৰ ধনেৰে গুৱাহাটীৰ পৰা এই সকল প্ৰাক্তন আৰক্ষী বিষয়াই সহায় আগবঢ়ায়৷ সাহাৰ্য প্ৰদান অনুষ্ঠানত ১৯৮৭ বৰ্ষৰ উপ পৰিদৰ্শক অসম আৰক্ষী সন্মিলনৰ হৈ সম্পাদক যুগকান্ত বৰা,প্ৰাক্তন আৰক্ষী বিষয়া মনোজ লহকৰ,পোনা গগৈ,পোনাৰাম গগৈ,শৈলেন দেউৰী,কল্যান গগৈ,ৰেবন শইকীয়া,মুহিধৰ গগৈ,ক্ষীতেশ বনিয়াৰ লগতে বহুকিইগৰাকী অৱসৰপৰাপ্ত আৰক্ষী বিষয়া উপস্থিত থাকি বানাক্ৰান্তৰ সৈতে মত বিনিময় কৰে৷
    1
    চোমণি গাঁওত বানপীড়িতলৈ সহায়ৰ হাত প্ৰাক্তন আৰক্ষী বিষয়াৰ৷ 
চৰাইদেউ জিলাৰ চোমণি অঞ্চলত উপস্থিত হৈ প্ৰাক্তন আৰক্ষী বিষয়া সকল উপস্থিত হৈ একাংশ বানাক্ৰান্ত লোকক সহায়ৰ হাত আগবঢ়াই৷
১৯৮৭ বৰ্ষৰ  উপ পৰিদৰ্শকৰ অসম আৰক্ষী সন্মিলনৰ উদ্যোগত আৰু সোৱণশিৰিয়াৰ সহযোগত কিছু আৰ্থিক সাহাৰ্য প্ৰদান কৰে৷নিজৰ গাঁথিৰ ধনেৰে গুৱাহাটীৰ পৰা এই সকল প্ৰাক্তন আৰক্ষী বিষয়াই সহায় আগবঢ়ায়৷
সাহাৰ্য প্ৰদান অনুষ্ঠানত ১৯৮৭ বৰ্ষৰ  উপ পৰিদৰ্শক অসম আৰক্ষী সন্মিলনৰ হৈ  সম্পাদক যুগকান্ত বৰা,প্ৰাক্তন আৰক্ষী বিষয়া মনোজ লহকৰ,পোনা গগৈ,পোনাৰাম গগৈ,শৈলেন দেউৰী,কল্যান গগৈ,ৰেবন শইকীয়া,মুহিধৰ গগৈ,ক্ষীতেশ বনিয়াৰ লগতে বহুকিইগৰাকী অৱসৰপৰাপ্ত আৰক্ষী বিষয়া উপস্থিত থাকি বানাক্ৰান্তৰ সৈতে মত বিনিময় কৰে৷
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    23 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.