logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

লংকাত ২নং অ'ভাৰ ব্ৰীজৰ আজি মুকলি কৰি নিজৰ মন্তব্য প্ৰকাশ কৰে এনেদৰে অসম চৰকাৰৰ মন্ত্ৰী পিজুছ হাজৰিকায় #PijushHazarika লংকাত ২নং অ'ভাৰ ব্ৰীজৰ আজি মুকলি কৰি নিজৰ মন্তব্য প্ৰকাশ কৰে এনেদৰে অসম চৰকাৰৰ মন্ত্ৰী পিজুছ হাজৰিকায় Pijush Hazarika

on 13 March
user_লংকাৰ খবৰ
লংকাৰ খবৰ
লংকা, হোজাই, অসম•
on 13 March

লংকাত ২নং অ'ভাৰ ব্ৰীজৰ আজি মুকলি কৰি নিজৰ মন্তব্য প্ৰকাশ কৰে এনেদৰে অসম চৰকাৰৰ মন্ত্ৰী পিজুছ হাজৰিকায় #PijushHazarika লংকাত ২নং অ'ভাৰ ব্ৰীজৰ আজি মুকলি কৰি নিজৰ মন্তব্য প্ৰকাশ কৰে এনেদৰে অসম চৰকাৰৰ মন্ত্ৰী পিজুছ হাজৰিকায় Pijush Hazarika

More news from Assam and nearby areas
  • যাৰ ফলত যাতায়াতত অসুবিধা হৈছে। আবহাওয়া বিভাগে আগন্তুক কেইদিনত আৰু বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। সকলোকে সাৱধান হৈ থাকিবলৈ অনুৰোধ জনোৱা হৈছে। Hojai Jugijan News – আপোনাৰ নিজৰ খবৰ।
    1
    যাৰ ফলত যাতায়াতত অসুবিধা হৈছে।
আবহাওয়া বিভাগে আগন্তুক কেইদিনত আৰু বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে।
সকলোকে সাৱধান হৈ থাকিবলৈ অনুৰোধ জনোৱা হৈছে।
Hojai Jugijan News – আপোনাৰ নিজৰ খবৰ।
    user_HOJAI JUGIJAN NEWS
    HOJAI JUGIJAN NEWS
    Local News Reporter Hojai, Assam•
    9 hrs ago
  • আমি এমন করে ভিডিও করলে শুধু আমাকে বাদে বাকি সব কিছুই দেখা যাবে 🙂🙌🏻🌺সবাই সবের পাশে থাকবেন এবং ইনশাআল্লাহ পাশে পাবেন সবাইরে সাপোর্ট করবেন আমিও সাপোর্ট করব 🌺
    1
    আমি এমন করে ভিডিও করলে শুধু আমাকে বাদে বাকি সব কিছুই দেখা যাবে 🙂🙌🏻🌺সবাই সবের পাশে থাকবেন এবং ইনশাআল্লাহ পাশে পাবেন  সবাইরে সাপোর্ট করবেন আমিও সাপোর্ট করব 🌺
    user_Salman Hussain
    Salman Hussain
    Doboka, Hojai•
    43 min ago
  • গৰু বিহুৰ ব্যাপক উৎসাহ। চৌদিশে কেৱল বিহুৰ ব্যাপক গুঞ্জন।
    1
    গৰু বিহুৰ ব্যাপক উৎসাহ। চৌদিশে কেৱল বিহুৰ ব্যাপক গুঞ্জন।
    user_D Talks Ne
    D Talks Ne
    Local News Reporter Rupahi, Nagaon•
    3 hrs ago
  • চামগুৰি সমষ্টিৰ তাৰাবাৰী জাতীয় বিদ্যালত কৃতি ছাত্ৰ ছাত্ৰীক সম্বধনা।উপস্থিত চামগুৰি সমষ্টিৰ কংগ্ৰেছ যুৱ নেতা তানজিল হুচেইন।
    1
    চামগুৰি সমষ্টিৰ তাৰাবাৰী জাতীয় বিদ্যালত কৃতি ছাত্ৰ ছাত্ৰীক সম্বধনা।উপস্থিত চামগুৰি সমষ্টিৰ কংগ্ৰেছ যুৱ নেতা তানজিল হুচেইন।
    user_Time Talks 24
    Time Talks 24
    Video Creator ৰূপাহী, নগাঁও, অসম•
    3 hrs ago
  • সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰূপহী হাটৰ জ্ঞান বিকাশ বিদ্যাপীঠৰ পৰা অসমীয়া, গণিত আৰু উচ্চ গণিত বিষয়ত এশৰ ভিতৰত এশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ছুমাইয়া আহমেদ নামৰ এগৰাকী ছাত্ৰীয়ে। ৰূপহীহাটৰ কৰৈগুৰিৰ BSc শিক্ষক ছফিকুল আহমেদৰ কণ্যা ছুমাইয়া আহমেদে ৯৬% নম্বৰ লাভ কৰি বিদ্যালয় খনিৰ লগতে সমগ্ৰ অঞ্চলটোলৈ কঢ়িয়াই আনিছে আনন্দৰ বণ্যা।
    1
    সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰূপহী হাটৰ জ্ঞান বিকাশ বিদ্যাপীঠৰ পৰা অসমীয়া, গণিত আৰু উচ্চ গণিত বিষয়ত এশৰ ভিতৰত এশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ছুমাইয়া আহমেদ নামৰ এগৰাকী ছাত্ৰীয়ে।
ৰূপহীহাটৰ কৰৈগুৰিৰ BSc শিক্ষক ছফিকুল আহমেদৰ কণ্যা ছুমাইয়া আহমেদে ৯৬% নম্বৰ লাভ কৰি বিদ্যালয় খনিৰ লগতে সমগ্ৰ অঞ্চলটোলৈ কঢ়িয়াই আনিছে আনন্দৰ বণ্যা।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    6 hrs ago
  • Post by DeV 24 News
    1
    Post by DeV 24 News
    user_DeV 24 News
    DeV 24 News
    Newsagent ৰূপাহী, নগাঁও, অসম•
    15 hrs ago
  • আৰক্ষীৰ অভিযানত ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী। গড়েমাটিখোৱাত অভিযান চলাই ড্ৰাগছ ভৰ্তি এটা চাবোনৰ বাকচসহ ২৫কৈ ড্ৰাগছ ভৰ্তি কণ্টেনাৰ জব্দ কৰে। আটকাধিন ড্ৰাগছ সৰবৰাহকাৰী দ্বয় বৰঘাটৰ আবু বক্কৰ ছিদ্দিক আৰু বচিৰ উদ্দিন। জব্দকৃত ড্ৰাগছখিনি ওজন ১৫.১১গ্ৰাম। সম্প্ৰতি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।
    1
    আৰক্ষীৰ অভিযানত ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী।
গড়েমাটিখোৱাত অভিযান চলাই ড্ৰাগছ ভৰ্তি এটা চাবোনৰ বাকচসহ ২৫কৈ ড্ৰাগছ ভৰ্তি কণ্টেনাৰ জব্দ কৰে।
আটকাধিন ড্ৰাগছ সৰবৰাহকাৰী দ্বয় বৰঘাটৰ আবু বক্কৰ ছিদ্দিক আৰু বচিৰ উদ্দিন।
জব্দকৃত ড্ৰাগছখিনি ওজন ১৫.১১গ্ৰাম।
সম্প্ৰতি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    15 hrs ago
  • Post by HOJAI JUGIJAN NEWS
    1
    Post by HOJAI JUGIJAN NEWS
    user_HOJAI JUGIJAN NEWS
    HOJAI JUGIJAN NEWS
    Local News Reporter Hojai, Assam•
    17 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.