Shuru
Apke Nagar Ki App…
আজি দিল্লীৰ বিভিন্ন ঠাইত অসম পৰ্যটনৰ চৰাইদেউ মৈদাম, কাজিৰঙা, মানাহৰ আকৰ্ষণীয় কেম্পেইন, হৰ্ডিং বিশেষকৈ দিল্লীৰ অভিজাত অঞ্চল খান মাৰ্কেট, কন্নাট পেলেচত এনে কেম্পেইন দেখি ভাল লাগিল। পৰ্যটনৰ প্ৰসাৰৰ বাবে এনে কেম্পেইন আৰু হ'ব লাগে। আজিকালি পৰ্যটন উদ্যোগ বিজ্ঞাপন নিৰ্ভৰশীল। উপযুক্তভাৱে প্ৰচাৰ কৰিলে পৰ্যটক আহিব। মানুহে অসমৰ এই ঐশ্বৰ্যশালী অঞ্চলসমূহৰ কথা জনাটো দৰকাৰ। বাংগালোৰ, পুনে, হায়দৰাবাদ, মুম্বাই, দিল্লীৰ পৰা খৰছ কৰিব পৰা পৰ্যটক অসমলৈ আনিব পাৰিলে ভাল হয়। ইয়াৰ বাবে অসমৰ ভাল আইন শৃংখলা পৰিৱেশ, সুচল বিমান সংযোগ ব্যৱস্থা ইত্যাদিৰো ব্যাপক সজাগত হব লাগে দোশৰ বিভিন্ন প্ৰান্তত। অনাগত দিনত অসমলৈ যথেষ্ট পৰ্যটকৰ আগমন হ’ব। Awesome Assam
Sudip Chetry

More news from Charaideo and nearby areas
- ছাউথ এছিয়ান স্কুল গেমছত সোণৰ পদকেৰে গৌৰৱ কঢ়িয়াই আনিলে চৰাইদেউ জিলাৰ বৰুৱা নগৰৰ বৰষা হাতীমুৰীয়া।1
- চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিক সম জিলা হিচাপে ঘোষনা কৰা হয়1
- মৰাণত চৰাইদেউ জিলা বিজেপিৰ সংবাদমেল ...1
- সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ স্মাৰ্ট মিটাৰৰ অতিশয্য বিৰুদ্ধে প্ৰতিবাদী সমদল।1
- ছাউথ এছিয়ান স্কুল গেমছত সোণৰ পদকেৰে গৌৰৱ কঢ়িয়াই আনিলে চৰাইদেউ জিলাৰ বৰুৱা নগৰৰ বৰষা হাতীমুৰীয়া1
- আৰ্থিক সংকটৰ সংজ্ঞা বুজি নাপায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাইজৰ সৈতে আলোচনা কৰিহে হাস্পতালৰ মাচুল বৃদ্ধি কৰিব লাগে। জল জীৱন আঁচনিৰ ক্ষেত্ৰত কিছুমান সমস্যা আছে। কংগ্ৰেছৰ দিনত কিয় চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি নাপালে?1
- মাহমৰা সম জিলাৰ আযুক্তৰ কাৰ্যালয় মুকলি কৰে মন্ত্ৰী যোগেন মহন আৰু বিধায়ক ধৰ্মেশ্বৰ কোৱৰে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে চৰাইদেউ জিলাৰ আয়ুক্তা নেহা যাদব, চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক, দেউৰী Autonomous Council ৰ অধ্যক্ষ ভৈৰৱ দেউৰী, ড.অনিল শইকিয়া ।1
- Post by Shiva dev1