সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত মৰঙিত উন্নয়নত প্ৰথমটো খোজ বিধায়ক মৃণাল শইকীয়াৰ।পুৱা সাত বজাতেই ৰাইজক লগত লৈ উদ্ধোধন কৰিলে পথ মেৰামতিৰ কাম।প্ৰথমদিনাই দহ কোটি টকাৰ উন্নয়ণমূলক কাম শুভাৰম্ভণি কৰিলে খুমটাইৰ বিধায়ক গৰাকীয়ে।মইনাপাৰাৰ পৰা থুৰামুখ সংযোগী ৩.২ কিলোমিটাৰ আৰু লুৰুকিহাটৰ পৰা শেনচোৱা পথ সংযোগী ৫.২ কিলোমিটাৰ পথ পুনৰ মেৰামতি কামৰ উদ্ধোধন কৰে। উল্লেখ্য যে পূৰ্বতে বৃহত্তৰ মৰঙি মৌজাৰ এঘাৰ খনকৈ গাওঁ পঞ্চায়ত সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত আছিল। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত মৰঙিৰ এঘাৰ খন পঞ্চায়তেই খুমটাই বিধানসভা সমষ্টিৰ আওতাত সোমাই পৰে। বৃহত্তৰ মৰঙি মৌজাটো খুমটাই বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত হোৱাত এতিয়া মৰঙি বাসীয়ে সন্তোষ প্ৰকাশ কৰিছে। বিশেষকৈ বিধায়ক মৃণাল শইকীয়াৰ কাম কাজক লৈ মৰঙিবাসীয়ে উন্নয়ণৰ আশাৰ ৰেঙণি দেখা পাইছে ## Marangi live অসম