Shuru
Apke Nagar Ki App…
জনসেৱা'ৰ পঞ্চদশ বাৰ্ষিক বৰ্ষপূৰ্তি উদযাপন। ছয়গাঁৱৰ পৰা প্ৰকাশিত বাৰ্তালোচনী 'জনসেৱা'ৰ পঞ্চদশ বৰ্ষপূৰ্তী উদযাপন। ছয়গাঁৱৰ দলৈপাৰাত অনুষ্ঠিত সভাখন উদ্বোধন কৰে ছয়গাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ বাণেশ্বৰ দাসে।
Dayal Das
জনসেৱা'ৰ পঞ্চদশ বাৰ্ষিক বৰ্ষপূৰ্তি উদযাপন। ছয়গাঁৱৰ পৰা প্ৰকাশিত বাৰ্তালোচনী 'জনসেৱা'ৰ পঞ্চদশ বৰ্ষপূৰ্তী উদযাপন। ছয়গাঁৱৰ দলৈপাৰাত অনুষ্ঠিত সভাখন উদ্বোধন কৰে ছয়গাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ বাণেশ্বৰ দাসে।
More news from Chhaygaon and nearby areas
- দক্ষিণ কামৰূপত প্ৰাক্তন আলফাৰ কৃতী ছাত্ৰ ছাত্ৰীক সম্বৰ্দ্ধনাৰ প্ৰস্তুতি। দক্ষিণ কামৰূপৰ জিলা প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত দক্ষিণ কামৰূপৰ কৃতী ছাত্ৰ ছাত্ৰীক সম্বৰ্দ্ধনা জনোৱাৰ প্ৰস্তুতি চলাইছে। শুক্ৰবাৰে আবেলি ছয়গাঁও মণ্ডল প্ৰাথমিক শিক্ষক ভৱনত অনুষ্ঠিত এখন সংবাদ মেলত সংগঠনটোৰ সাধাৰণ সম্পাদক মৰ্মেশ্বৰ দাসে এই কথা ঘোষণা কৰে।1
- দৰং আৰু কামৰূপ জিলাৰ সীমা মূৰীয়া কুৰুৱাত বনৰীয়া ম'হৰ উপদ্ৰৱ। বনৰীয়া ম'হৰ বাবে খেতি পথাৰত নামিব পৰা নাই পথাৰৰ কৃষক।যি সকলে খেতি আৰম্ভ কৰিছিল, সেইখিনিও এফালৰ পৰা নষ্ট কৰি গৈছে বনৰীয়া ম'হ জাকে।1
- দক্ষিণ কামৰূপ ক্ৰীড়া সন্থা মিৰ্জাৰ ৫৬ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন1
- xuttruk..hasti..dia.ba..sajadia_.9678832849.......assam..india..kamrup..6..gaon1
- কালামৰ নেতৃত্বত নাওৰীয়াৰ মইমতালি। হাজো আভ্যন্তৰীণ জল পৰিবহন বিভাগত অনিয়ম।1
- হাজো আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ মইমতালি!!1
- হাজো আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ মইমতালি1
- কিশোৰীক প্ৰেমৰ জালত পেলাই হত্যাকাণ্ড সংঘটিত কৰি হাজো আৰক্ষীৰ জালত পৰিল লম্পট প্ৰেমিক।1