Shuru
Apke Nagar Ki App…
আজি ৰাতি পূবা বালাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বাহাৰুল ইছলামে এক গোপন সূত্ৰে অভিযান চলাই আটক কৰিলে এখন গো মাংস সহ বলেৰ'অ পিকআপৰ লগতে এজন সৰবৰাহকাৰীক। জানিব পৰা মতে AS 17C 4883 নম্বৰ বলেৰ'অ পিকআপ বাহন পশ্চিম বংগৰ পৰা গৌৰীপুৰ অভিমুখে গৈ থকা অৱস্থাত বালাজান আৰক্ষী চকীৰ উপ আৰক্ষী আবুল হোছেইনৰ ৰখাবলৈও নিৰ্দেশ দিয়ে যদিও বাহন খন তীব্ৰ বেগে গতি কৰে যাৰ ফলত বালাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বাহাৰুল ইছলামে পিছে পিছে খেদি খেদি চটানত আটক কৰি তলাচি চলাই দুশ ষোল্ল কেজি গোঁ মাংস জব্দ কৰে। সৰবৰাহকাৰী জনৰ নাম ৰফিকুল ইছলাম, ঘৰ বিলাসীপাৰাৰ কাজাইকটাত।
Nurbahas Sk

- AAArdosh Ali ShekhDhubri, Assam😂1 day ago
More news from Dhubri and nearby areas
- 🥔আলুৰ দাম বৃদ্ধি পোৱাৰ লগে লগে ধুবুৰী চহৰত বিভিন্ন আলুৰ গুডানত চুৰিকাণ্ড।🥔1
- Dhubri to Phulbari Bridge1
- ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদত কপিল ধুবুৰী জিলা আয়ুক্ত কাৰ্যালয় চৌহদ৷1
- গৌৰীপুৰ তেলীপাৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভ**য়ং**ক**ৰ পথ দু**ৰ্ঘ**ট***না ৷1
- আগমনী লুক1
- আর কিছু দিনের অপেক্ষা ⏳⌚....মায়ের আগমনী 🙏🌷🪷🪷🌺1
- শ্রাবণে- হেমন্ত...! বৰ্ষণ সিক্ত প্রকৃতি, মেঘের আগমনী সুর সেই বিস্ময় কন্ঠে!1
- আগমনী সুর 🌾🌾🌾1