Shuru
Apke Nagar Ki App…
উজনি অসমৰ চৰাইদেউ জিলাৰ নাজিৰাৰ মৈদামত কৰ্মৰত নামনি অসমৰ সংখ্যালঘূ সম্প্ৰদায়ৰ ১৫ জন শ্ৰমিকক যি নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ বাতৰি পৰিৱেশন হৈছিল তাৰে বৰপেটাৰ জিলাৰ ৯ জন শ্ৰমিক আৰু গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ ৪ জন শ্ৰমিক। তাৰে বৰপেটা জিলাৰ শ্ৰমিকসকলৰ ফালৰপৰা আজি বৰপেটাৰ মন্দিয়াত সংবাদ মেল যোগে সকলো ঘটনাৰ বিৱৰণী দিয়া হয় । ইতিমধ্যে ভূক্তভূগীয়ে বৰপেটা জিলা আৰক্ষীক লিখিত অভিযোগ দাখিল কৰিছে।
Permjit Baskey

More news from Sonari and nearby areas
- সোণাৰিৰ বিজেপি নেতা দেৱজিৎ হাজৰিকাৰ ৰহস্যজনক মৃত্যুৰ কেছ ডায়েৰীৰ লগত সোণাৰি আৰক্ষীয়ে সংযুক্ত নকৰিলে মৃত্যুৰ পূৰ্বে লিখি থৈ যোৱা নোট। য'ত লিখা আছিল দুলাল বৰাসহিত ৪ জনৰ নাম। অভিযুক্তক ৰক্ষণাবেক্ষণ দিছে নেকি সোণাৰি আৰক্ষীয়ে?1
- চৰাইদেউ জিলাৰ সোণাৰি নগৰৰ প্ৰয়াত অম্বেশ্বৰ চেতিয়া ফুকনৰ আজি ৩০ সংখ্যক মৃত্যু তিথি1
- হৃদয়স্পৰ্শী শব্দবোৰ পাঠ কৰি চোৱাৰ হাবিয়াসত কবি নীলমণি ফুকনৰ এটি কবিতা আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ কবিতা : বুৰঞ্জী কবি: নীলমণি ফুকন আবৃত্তি: পিঞ্জু মৰাণ1
- মাহমৰা সম-জিলাৰ আয়ুক্ত কাৰ্যালয় শুভ উদ্বোধনী অনুষ্ঠান । লোক নিৰ্মাণ পৰিদৰ্শন ভৱন, মৰাণ। #Jogen Mohon #Dharmeswar Konwar1
- ডুমডুমা বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ত territorial army মকৰলৰ সন্দৰ্ভত সজাগতা অনুষ্ঠান।1
- কবিতাৰ কাৰণে: একক প্ৰাৰ্থনা || কবি: হীৰেণ ভট্টাচাৰ্য্য || আবৃত্তি: পিঞ্জু মৰাণ1
- ডুমডুমা বীৰ ৰাঘৱ মৰাণ চৰকাৰী আৰ্দশ মহাবিদ্যালয়ত territorial Army মকৰলৰ সন্দৰ্ভত সজাগতা অনুষ্ঠান1
- Ghumne Ke Liye Gaya Tha Moran Town || ফুৰি ব গৈছিলো মৰাণ টাউন ||1