Shuru
Apke Nagar Ki App…
নৱ প্ৰজন্মৰ কবি আকাংক্ষা বৰুৱাৰ কবিতা পুথি AS FALL ARRIVES উন্মোচন কবিতা পুথিখন উন্মোচন কৰে কামৰূপ মহানগৰ জিলা লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা নীলিমা বৰাই দশম শ্ৰেণীত অধ্যয়নৰত আকাংক্ষা বৰুৱাৰ এই কৃতিত্বত চ'চল শাখা লেখিকা সমাৰোহে কৃতজ্ঞতা জ্ঞাপন কৰে আকাংক্ষাক লগতে ভৱিষ্যতে এগৰাকী সু-লেখিকা হৈ সাহিত্য জগতত এক চিনাকি নাম হৈ পৰক তাৰে কামনা কৰে3
Ranjit Sarkar

More news from Kamrup Metropolitan and nearby areas
- কামৰূপ মহানগৰ জিলাত ৪ খন সম-জিলা গঠন l জালুকবাৰীৰ কাৰ্যসূচীত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ l1
- পুনৰ চৰ্চাত সোণাপুৰৰ কচুতলীৰ উচ্ছেদস্থলী উচ্ছেদৰ পাছত সেই স্থানত পুনৰ একাংশই সাজিছে ঘৰ সোণাপুৰ ৰাজহ চক্ৰ বিষয়াৰ নেতৃত্বত মাইক যোগে ঠাইসমূহ খালী কৰাৰ নিৰ্দেশ অন্যথা আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও সকীয়নি আৰক্ষীৰ1
- সোণপুৰ কচুতলি উচ্ছেদৰ পাছত সেই ঠাইত পুনৰ একাংশ লোকে বেদখল কৰি টেন্ট অথবা গৃহ নিৰ্মান কাম আৰাম্ভ কৰাৰ সন্দৰ্ভত আজি সোণাপুৰ ৰাজহ চক্ৰ বিষয়াৰ এটা দলে সেই ঠাই সমূহ খালী কৰাৰ বাবে মাইক যোগে ঘোষনা কৰে।1
- সোণাপুৰ কচুতলীৰ সৈতে গোৱালপাৰাত ‘NIA’ই কৰা গ্ৰেপ্তাৰৰ সম্পৰ্ক ব্যাখ্যা মুখ্যমন্ত্ৰীৰ1
- কচুতলিত পুনৰ উচ্ছেদিত লোকে সাজিলে টেন্ট। ঠাই সমূহ খালী কৰাৰ বাবে মাইক যোগে ঘোষনা। সোণাপুৰ ৰাজহ চক্ৰ বিষয়াৰ লগতে আৰক্ষীৰ লোক উপস্থিত।1
- সোণপুৰ কচুতলি উচ্ছেদৰ পাছত সেই ঠাইত পুনৰ একাংশ লোকে বেদখল কৰি টেন্ট অথবা গৃহ নিৰ্মান কাম আৰাম্ভ কৰাৰ সন্দৰ্ভত আজি সোণাপুৰ ৰাজহ চক্ৰ বিষয়াৰ এটা দলে সেই ঠাই সমূহ খালী কৰাৰ বাবে মাইক যোগে ঘোষনা কৰে।1
- পুনৰ চৰ্চাত সোণাপুৰৰ কচুতলীৰ উচ্ছেদস্থলী উচ্ছেদৰ পাছত সেই স্থানত পুনৰ একাংশই সাজিছে ঘৰ সোণাপুৰ ৰাজহ চক্ৰ বিষয়াৰ নেতৃত্বত মাইক যোগে ঠাইসমূহ খালী কৰাৰ নিৰ্দেশ অন্যথা আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও সকীয়নি আৰক্ষীৰ1
- স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ। ৰাজ্যজুৰি বয় বস্তুৰ জুই ছাই দামে সাধাৰণ জনতাক জ্বলাকলা খুৱাই অহাৰ সময়তে ভূতৰ ওপৰত দানহ পৰা দি স্মাৰ্ট মিটাৰৰ বাবে এতিয়া ত্ৰাহি মধু সোধন সুৱৰিব লগা হৈছে সাধাৰণ জনতাই। ইতিমধ্যেই ৰাজ্যজুৰি ঠায়ে ঠায়ে কৰি অহা হৈছে প্ৰতিবাদ।1