Shuru
Apke Nagar Ki App…
এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিৰোধীতা বিধায়ক অখিল গগৈৰ এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিৰোধীতা বিধায়ক অখিল গগৈৰ #AkhilGogoi #assamelectio2026 #news #election2026
Charaideo News & Entertainment
এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিৰোধীতা বিধায়ক অখিল গগৈৰ এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিৰোধীতা বিধায়ক অখিল গগৈৰ #AkhilGogoi #assamelectio2026 #news #election2026
More news from Assam and nearby areas
- সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সকীয়নি অসমত অনা অসমীয়াৰ দাদাগিৰি ন’চলিব। চৰকাৰে অনা অসমীয়াক সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষমতা প্ৰদান কৰিছে , চৰকাৰে ইহঁতক সুৰক্ষা প্ৰদান কৰিছে। কিন্তু অসমীয়া জাতিৰ অস্তিত্বৰ কথা আহিলে অসমীয়াই যিকোনো পৰ্যায়লৈ যাবলৈ কুণ্ঠাবোধ নকৰে। সংবাদমাধ্যমৰ যোগেদি সকীয়নি অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সম্পাদক পৰশজ্যোতি দাসৰ1
- তিনিচুকীয়া চহৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানত পুৱতিনিশা বিধ্বংসী অগ্নিকাণ্ড । চহৰখনৰ থানা চাৰিআলিৰ সমীপৰ ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হয় অগ্নিকাণ্ডটো । কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে কেইবাঘণ্টা চলোৱা অহৰত চেষ্টাৰ ফলত পুৱা জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়। ব্যৱসায়িক প্ৰতিষ্ঠান কেইখনত কেনেদৰে অগ্নিকাণ্ডৰ সূত্ৰপাত হ’ল সেয়া জানিব পৰা হোৱা নাই যদিও তিনিখনৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠান জাহ যায় জুইত ৷1
- Post by Majuli Update1
- গৰু বিহুৰ ব্যাপক উৎসাহ। চৌদিশে কেৱল বিহুৰ ব্যাপক গুঞ্জন।1
- চামগুৰি সমষ্টিৰ তাৰাবাৰী জাতীয় বিদ্যালত কৃতি ছাত্ৰ ছাত্ৰীক সম্বধনা।উপস্থিত চামগুৰি সমষ্টিৰ কংগ্ৰেছ যুৱ নেতা তানজিল হুচেইন।1
- সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰূপহী হাটৰ জ্ঞান বিকাশ বিদ্যাপীঠৰ পৰা অসমীয়া, গণিত আৰু উচ্চ গণিত বিষয়ত এশৰ ভিতৰত এশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ছুমাইয়া আহমেদ নামৰ এগৰাকী ছাত্ৰীয়ে। ৰূপহীহাটৰ কৰৈগুৰিৰ BSc শিক্ষক ছফিকুল আহমেদৰ কণ্যা ছুমাইয়া আহমেদে ৯৬% নম্বৰ লাভ কৰি বিদ্যালয় খনিৰ লগতে সমগ্ৰ অঞ্চলটোলৈ কঢ়িয়াই আনিছে আনন্দৰ বণ্যা।1
- কাজিৰঙাত ৰাইজৰ দলৰ প্ৰাৰ্থীৰে বৈঠক অখিল গগৈৰ।।1
- Post by DeV 24 News1
- আৰক্ষীৰ অভিযানত ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী। গড়েমাটিখোৱাত অভিযান চলাই ড্ৰাগছ ভৰ্তি এটা চাবোনৰ বাকচসহ ২৫কৈ ড্ৰাগছ ভৰ্তি কণ্টেনাৰ জব্দ কৰে। আটকাধিন ড্ৰাগছ সৰবৰাহকাৰী দ্বয় বৰঘাটৰ আবু বক্কৰ ছিদ্দিক আৰু বচিৰ উদ্দিন। জব্দকৃত ড্ৰাগছখিনি ওজন ১৫.১১গ্ৰাম। সম্প্ৰতি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।1