Shuru
Apke Nagar Ki App…
মৰিয়নী চিন্তামণিগড় গাওঁ পঞ্চায়তৰ জেলেঙীটুপ আলিমুৰ গাওঁৰ নিবাসী ভীমকান্ত গগৈ আজিৰ পৰা ১৪ দিন পূৰ্বে, বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুবৰণ কৰে, মৃত্যুৰ ৪ৰ্থ দিনা পৰিয়ালটিৰ খা-খবৰ লওঁ। যিহেতু বানপানীৰ বাবে এই শোকাৱহ দুৰ্ঘটনাটো ঘটিছিল, সেয়েহে শিৱসাগৰ জিলা আয়ুক্তক বিভাগীয় তদন্ত কৰি অতি শীঘ্ৰে এক্স-গ্ৰেটীয়া ৪ লাখ টকা পৰিয়ালটিলৈ অনুদান হিচাপে দিয়াৰ বাবে অনুৰোধ জনাইছিলোঁ, উক্ত বিষয়টো মাননীয় মুখ্যমন্ত্ৰী ড° Himanta Biswa Sarma ডাঙৰীয়াকো অৱগত কৰোৱা হয়। আৰু তেখেতৰ হস্তক্ষেপত আজি ষষ্ঠ দিনা এই দুৰ্ভগীয়া পৰিয়ালটোৱে ৪ লাখ টকাৰ এক্স-গ্ৰেটীয়া চেক লাভ কৰে। আজি পুনৰ পৰিয়ালটিক দেখা সাক্ষাৎ কৰি মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰোঁ।
Jahidul Islam

More news from Sivasagar and nearby areas
- অম্বুজেশ (The rising sun) আৰু শিৱসাগৰ নাট্য বিদ্যালয়ৰ উদ্যোগত গ্রীষ্মকালীন শিশু নাট কর্মশালা অনুষ্ঠিত কৰিছে শিৱসাগৰ জিলা সাংবাদিক সন্থাৰ মুখ্য কাৰ্য্যালয়ৰ আৰু হিন্দু ধৰ্ম সভা নামঘৰত ।1
- অম্বুজেশ আৰু শিৱসাগৰ নাট্য বিদ্যালয়ৰ উদ্যোগত শিশু নাট কৰ্মশালা1
- অম্বুজেশ আৰু শিৱসাগৰ নাট্য বিদ্যালয়ৰ উদ্যোগত গ্রীষ্মকালীন শিশু নাট কর্মশালা। শিৱসাগৰ জিলা সাংবাদিক সন্থাৰ কাৰ্য্যালয় আৰু হিন্দু ধৰ্ম সভা নামঘৰৰ প্ৰেক্ষাগৃহত চলি আছে এই নাট কৰ্মশালা।1
- সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ সাংগঠনিক সভা1
- #graphiccontent ‘পুৰণি বিজেপি নেতাৰ দলত্যাগৰ এয়া আৰম্ভণিহে।’ ৰাইজৰ দলত যোগদান কৰি বিজেপিৰ শিৱসাগৰ জিলাৰ প্ৰাক্তন সভাপতি ভবেন্দ্ৰ নাথ মহনৰ মন্তব্য।1
- শিৱসাগৰ জিলাৰ আমগুৰি চাহ বাগিচাত অঘটন ট্ৰেক্টৰৰ চেপাত মৃত্যু এগৰাকী মহিলাৰ নিহত মহিলাগৰাকীৰ নাম গুণেশ্বৰী তছা1
- দুই সহস্ৰাধিক মহিলাৰ দ্বাৰা দিহানাম প্ৰদৰ্শন।। মণিকাঞ্চন সংস্কৃতিক দলৰ উদ্যোগত আৰু শিৱসাগৰ জিলা আই মাতৃ সমাজৰ সহযোগত সদৌ অসম ভিত্তিত দিহানাম আৰু আঞ্চলিক ভিত্তিত শিশু ভাওনা প্ৰদৰ্শন . . . . .1
- বিজেপিৰ প্ৰাক্তন জিলা সভাপতি(শিৱসাগৰ জিলা), প্ৰাক্তন ৰাজ্যিক সম্পাদক ড০ ভৱেন্দ্ৰ নাথ মহনৰ ভাষণ শুনিলেনে? কিয় তেখেতে শাসক দলটো এৰি ৰাইজৰ দলত যোগ দিলে। এজন নিষ্ঠাৱান বিজেপি কৰ্মীৰ ক্ষোভ ভৰা কথাবোৰ শুনকচোন:1