Shuru
Apke Nagar Ki App…
আকৌ একশ্যন মুডত বালাজান আৰক্ষী । আজি ৰাতি পূবা বালাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বাহাৰুল ইছলামে এক গোপন সূত্ৰে অভিযান চলাই আটক কৰিলে এখন গো মাংস সহ বলেৰ'অ পিকআপৰ লগতে এজন সৰবৰাহকাৰীক। জানিব পৰা মতে AS 17C 4883 নম্বৰ বলেৰ'অ পিকআপ বাহন পশ্চিম বংগৰ পৰা গৌৰীপুৰ অভিমুখে গৈ থকা অৱস্থাত বালাজান আৰক্ষী চকীৰ উপ আৰক্ষী আবুল হোছেইনৰ ৰখাবলৈও নিৰ্দেশ দিয়ে যদিও বাহন খন তীব্ৰ বেগে গতি কৰে যাৰ ফলত বালাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বাহাৰুল ইছলামে পিছে পিছে খেদি খেদি চটানত আটক কৰি তলাচি চলাই দুশ ষোল্ল কেজি গোঁ মাংস জব্দ কৰে। সৰবৰাহকাৰী জনৰ নাম ৰফিকুল ইছলাম, ঘৰ বিলাসীপাৰাৰ কাজাইকটাত।
Devi Upadhyaya

More news from Dhubri and nearby areas
- আজি কাৰ্গিল বিজয় দিৱসৰ ৰূপালী জয়ন্তী বৰ্ষ । ৰাজ্যিক বিজেপিৰ যুৱ মৰ্চাৰ তৰফৰ পৰা ধুবুৰী জিলাৰ গোলকগঞ্জৰ শ্বহীদ বিভূতি ৰয়ক শ্ৰদ্ধাঞ্জলি দিয়ে ।1
- নাভূত-নাশ্ৰুত ঘটনা সংঘটিত হৈছে এইবাৰ ধুবুৰীত। নকল কৰিবলৈ নিদিয়াৰ বাবে পৰীক্ষা এৰি প্ৰতিবাদত বহিল ছাত্ৰ ছাত্ৰী। অবিশ্বাস্য, যদিও সঁচা।1
- ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী।1
- Beautiful Dhubri explore I ঐতিহাসিক ধুবুৰী শহৰ1
- প্ৰেমীকেৰ হাতে প্ৰেমীকাৰ মৃত্যু 😭 ধুবুৰী জিলাৰ বাস্তৱ ঘটনা।জাৰি গান। singer abdul baten।1
- 🖋🖋ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী।🖋🖋1
- ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী1
- ৰমেন বৰুৱাক বিচাৰি ধুবুৰী SDRF ৰ অভিযান।1