ভালুকৰ সাঙিত পৰিনত হৈছে চৰকাৰী জল জীৱন মিচন আঁচনি । আছে নল নোলায় পানী এয়া আকৌ জল জীৱন মিচন আচঁনি ।। চৰকাৰী জল জীৱন মিচন আঁচনিৰ নামত ঢাক-ঢোল বজোৱা গ্ৰাম্য পানী যোগান আঁচনিয়ে ৰাইজক জ্বলা-কলা দেখুৱাইছে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কালাপানী গাওঁ পঞ্চায়তৰ জাংগাল পি.ডব্লিউ.এছ.এছ গ্ৰাম্য পানী যোগান আঁচনি খনে ২৭২ টা নলৰ ভিতৰত মাত্ৰ ১০০টা নল হে দিছে মাত্ৰ। জাংগাল পি.ডব্লিউ.এছ.এছ পানী যোগান আঁচনি খন নামত আছে যদিও আজি দুবছৰতকৈ অধিক কাল পানী যোগানৰ ব্যৱস্থা সম্পুৰ্ণ বিকলহৈ আছে ।ইয়াৰে লগত পি. ডব্লিউ. এছ. এছ খনৰ সকলো কামতো নিম্ন মানৰ বস্তু ব্যৱহাৰ কৰাৰ দূৰ্নীতিৰ কথা উল্লেখ কৰিছে স্থানীয় ৰাইজে। এইলৈ স্থানীয় ৰাইজে খোৱা পানীৰ বাবে বহুতো সমস্যাত ভূগিব লগা হৈছে । ৰাইজে এই আঁচনিখন সক্ৰিয়কৰণ কৰিবৰ বাবে দীৰ্ঘদিন ধৰি আবেদন-নিবেদন কৰি আহিছে যদিও ঠিকাদাৰ ৰ লগতে বিষয়া অভিযন্তাৰ আজিলৈকে ব্যৱস্থা গ্ৰহণ নকৰা অভিযোগ আনিছে স্থানীয় ৰাইজে ।

- গহপুৰ ডফলাগড় চাহবাগিছাৰ জল জীৱন আঁচনি ধোৱা চাঙত। কোটিটকীয়া আঁচনিৰে পানী লাভ নকৰাত ক্ষোভিত শ্ৰমিক ৰাইজ। বিশুদ্ধ খোৱা পানী বিচাৰি হাহাকাৰ।1
- মানকাচৰৰ ধানুৱা গাঁও পঞ্চায়তত চৰকাৰী আঁচনি ৰূপায়নৰ নামত ভয়ংকৰ দুৰ্নীতি চৰকাৰী আঁচনিৰ PMAY গৃহ নিৰ্মান কৰিলে পঞ্চায়ত সভানেত্ৰীৰ ব্যক্তিগত পুখুৰীত1
- ব্যক্তিগত হাস্পতালত আয়ুষ্মান আঁচনি বন্ধক লৈ মুখ খুলিছে মুখ্যমন্ত্ৰীয়ে। এতিয়াৰে পৰা ব্যক্তিগত হাস্পতালত কেৱল গুৰুতৰ ৰোগৰ ক্ষেত্ৰতহে আয়ুষ্মানৰ সুবিধা পাব। বাকী সাধাৰণ ৰোগৰ ক্ষেত্ৰত আয়ুষ্মান কাৰ্ড থকা লোকেও চৰকাৰী চিকিত্সালয়তে গ্ৰহণ কৰিব লাগিব চিকিত্সা। মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পিছতেই চৰকাৰ দেউলিয়া হৈ পৰাৰ বাবেই আঁচনিখন বন্ধ কৰিছে বুলি সমালোচনাত মুখৰ হৈছে বিৰোধী শিৱিৰ।1
- nijut moina আঁচনি 2024-25 new update|how to apply|নিযুত মইনা|eligibility|documents|guidelines1
- ব্যক্তিগত হাস্পতালত আয়ুষ্মান আঁচনি বন্ধক লৈ মুখ খুলিছে মুখ্যমন্ত্ৰীয়ে।1
- Big Breking News আহি গল মহিলা সকলোৰ বাবে নতুন স্বৰ্ণিমা আঁচনি//New Swarnima Scheme For Women1
- ৰাজ্যত শেহতীয়াকৈ সংঘটিত হোৱা আটাইতকৈ বৃহত্ কেলেংকাৰিটোৱেই হ’ল জলজীৱন আঁচনি।1
- বগাহাতীত পৰিণত গহপুৰৰ ডফলাগড় চাহ বাগিছাৰ জল জীৱনৰ আঁচনি1