Shuru
Apke Nagar Ki App…
নুমলীগড় শোধনাগাৰ নগৰাঞ্চলত মৃত্যু হোৱা বন্যহস্তীক গোপনে সমাধিস্থ কৰা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বনবিভাগে। শুকুৰবাৰে দিল্লীৰ পৰা অহা বন্যপ্ৰাণী অপৰাধ অনুসন্ধান শাখাৰ (WILDLIFE CRIME CONTROL BUREAU) ৰ পৰিদৰ্শক ড° এ প্ৰগতিশে বন্যহস্তীটোৰ মৃত্যু হোৱাৰ স্থান ত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে । ঘটনাত জড়িত আৰু কেইবাজনো বিষয়া কৰ্মচাৰী গ্ৰপ্তাৰ হোৱাৰ সম্ভাৱনা আছে । ঘটনা সন্দৰ্ভত আজি গোলাঘাট ত ইতিমধ্যে উপস্থিত হৈছে বন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী। গোলাঘাট উপায়ুক্ত কাৰ্য্যলয়ৰ এক বৈঠকত মিলিত হব গোলাঘাটৰ বন প্ৰাধীকাৰী বিষয়া আৰু আয়ুক্তৰ ৰ লগত।
S Mazarbhuiya

More news from Golaghat and nearby areas
- অহা ২৮ জুলাই তাৰিখত গোলাঘাট জিলাত অনুষ্ঠিত হ'ব বৃহৎ উপহাৰ কুপনৰ খেল1
- নগাঁৱৰ গোলাঘাট ষ্টেণ্ডত ৰাইজৰ ৰোষত এটা চুৰ...1
- গোলাঘাট বিধান সভা সমষ্টিৰ গাড়ীগাঁৱত কংগ্ৰেছৰ সাংগঠনিক সভা1
- গোলাঘাট জিলাৰ প্ৰথম লক্ষ্ণৌ ক্কাৰী, ক্কাৰী আৰশ্বাদ আলী চাহাবৰ মধুৰ কন্ঠত এটি চুৰা শুনো আহক। Bashir Ahmed1
- গোলাঘাট উপহাৰ খেল ! টিকটৰ বাবে যোগাযোগ- 069011 376981
- নগাঁৱৰ চহৰৰ গোলাঘাট ষ্টেণ্ডত ৰাইজৰ ৰোষত এটা চুৰ মন্দিৰৰ মূল্যবান সামগ্ৰী চুৰিৰ সন্দেহত আটক চুৰটোক . . .1
- কাৰ্গিল বিজয় দিৱস উপলক্ষে গোলাঘাট খুমটাইৰ কেপ্টেইন জিন্টু গগৈৰ সমাধিক্ষেত্ৰত বিশেষ আয়োজন। খুমটাইৰ জাচিংফা লেখিকা সমাৰোহৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে কাৰ্গিল বিজয় দিৱস।1
- গোলাঘাট, বৰজানত আহাকালি ঘোষনা কৰা হব ফলাফল কাউন্টডাউন আৰাম্ভ1