Shuru
Apke Nagar Ki App…
উওৰ বৰবিল বীণা পানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষাৰ ফলাফল ২৮ এপ্ৰিলত ঘোষনা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত উওৰ বৰ বিল বিয়া পাণী উচ্চতৰ মাধ্যমিক বিদ্যালয় উজ্জ্বল সাফল্য অর্জন কৰি অঞ্চলটোৰ গৌৰৱ কঢ়িয়াই আনিছে
Babul Chandra Majumder
উওৰ বৰবিল বীণা পানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষাৰ ফলাফল ২৮ এপ্ৰিলত ঘোষনা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত উওৰ বৰ বিল বিয়া পাণী উচ্চতৰ মাধ্যমিক বিদ্যালয় উজ্জ্বল সাফল্য অর্জন কৰি অঞ্চলটোৰ গৌৰৱ কঢ়িয়াই আনিছে
More news from অসম and nearby areas
- রেল নগরী লামডিংয়ে আট দিনব্যাপী শীতলা পূজা ও বসন্ত মেলার পর্দা নামল মঙ্গলবার।1
- #HSResults #northeasttalks #nakhuti #NewsUpdate #NJV1
- সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত ফলাফলত উত্তীৰ্ণ হোৱা ছাত্ৰ -ছাত্ৰীক চুফি চুলতান আহমেদ একাডেমীৰ ফালৰপৰা সম্বৰ্ধনা। #viralIndia1
- ১ মে'ত বটদ্ৰৱাত অনুষ্ঠিত হ'ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ। বটদ্ৰৱাত পৰিচানলা সমিতিৰ সংবাদমেল। শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উদ্যোগত আৰু অনুসূচিত জাতিৰ সংগঠনসমূহৰ সহযোগত অনুষ্ঠিত হব সতী ৰাধিকা মহোৎসৱ । থান পৰিচালনা সমিতিৰ কার্যকৰী সভাপতি গোবিন্দ চন্দ্ৰ দাস, সাধাৰণ সম্পাদক লাচিত বৰদলৈ, সহকাৰী সম্পাদক সন্দীপ কলিতা আৰু অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাসৰ উপস্থিতিত এক সংবাদমেলৰ জড়িয়তে সকলোকে নিমন্ত্ৰণ জনাই । ঐতিহাসিক বটদ্ৰৱাৰ আলিপুখুৰীস্থিত সতী ৰাধিকা স্মৃতি ক্ষেত্ৰত বৰ্ণিল কাৰ্যসূচীৰে সতী ৰাধিকা মহোৎসৱৰ দিনটোত অসমবাসী ৰাইজক পদূলিত বন্তি প্রজ্বলন কৰিবলৈ আহ্বান জনাই সংবাদমেলৰ জড়িয়তে । উল্লেখ্য যে সতীত্ব আৰু সাহসিকতাৰে টেম্বুৱানী জান বান্ধি বানৰ কবলৰ পৰা ভকত-বৈষ্ণৱক উদ্ধাৰ কৰি খ্যাতি গঢ়া মহীয়সী নাৰী সতী ৰাধিকা আই গৰাকীৰ জন্মজয়ন্তী মহোৎসৱ উপলক্ষে উদুলি মুদুলি পৰিবেশ বটদ্ৰৱাত ।1
- উচ্চতৰ মাধ্যমিক পৰীক্ষাত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে চৌদিশে সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। তাৰ সমান্তৰালকৈ নগাঁৱৰ এখনি ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান ডচন উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈছে বিউটি ভূঞাই। তেওঁৰ সৈতে দুৱাষাৰ কথোপকথন শুনো আহক।1
- আজি তিনিদিনেও সন্ধান নাই ৭নং বগামুখৰ ১২ বছৰীয়া কিশোৰ তাইজুল হকৰ। কিশোৰজনক ঘৰত থৈ পিতৃ মাতৃ নগাঁৱৰ এখন চিকিৎসালয়লৈ গৈছিল, চিকিৎসালয়ৰ পৰা আহি দেখে তাইজুল আৰু ঘৰত নাই। পিতৃ মাতৃ তথা গাওঁ বাসীয়ে আত্মীয় স্বজনৰ ঘৰত বিচাৰ খোচাৰ কৰিও তিনি দিনে তাইজুলৰ কোনো সন্ধান লাভ নকৰাত চিন্তিত হৈ পৰিছে তাইজুলৰ পৰিয়াল। তাইজুলক কাষত নাপাই শোকত ভাগি পৰিছে মাতৃ। কোনো সদাশয় ব্যক্তিয়ে যদি যদি ফটোত দেখা ১২ বছৰীয়া কিশোৰ জনৰ কোনো সন্ধান লাভ কৰে তেন্তে লাওঁখোৱা চাপৰি আৰক্ষী থানা অথবা পৰিয়ালৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে। যোগাযোগ নম্বৰ 93950168531
- Post by Mustafa SalimAhmed1
- নখুটি ছাৰ্কেবস্তিৰ ইতিহাসত বিজ্ঞান শাখাত সৰ্বোচ্চ নম্বৰলৈ উত্তীৰ্ণ হোৱা প্ৰথম গৰাকী ছাত্ৰী হৈছে ৰেচমিনা ইয়াছমিন।1