Shuru
Apke Nagar Ki App…
শিক্ষকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইনৰ।
Arshad Ali
শিক্ষকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইনৰ।
More news from অসম and nearby areas
- কৃতী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা । প্ৰায় ২০ গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। হেকৰা মিলনপুৰ বজাৰ উন্নয়ন সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় কৃতী ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান। সভাত সভাপতিত্ব কৰে অৱসৰ প্ৰাপ্ত শিক্ষক মাননীয় শ্ৰী যুত উমেশ চন্দ্ৰ মেধি দেৱে লগতে বহু কেইগৰাকী বিশিষ্টব্যক্তি সভাত উপস্থিত থাকি সভাৰ সৌন্দৰ্য্য বৃদ্ধি কৰে। উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰ নম্বৰ লৈ উত্তীৰ্ণ হোৱা কেইবা গৰাকীও কৃতী ছাত্ৰ ছাত্ৰীক আজি মিলনপুৰ বজাৰ কমিটিয়ে এখনি ফুলাম গামোচা ,এখন মানপত্ৰ , এখন কিতাপ,কলম আৰু নগদ পাচঁশ টকাৰে সম্বৰ্ধনা জনায় ছাত্ৰ ছাত্ৰী সকলক অনাগত দিনত আগুৱাই যোৱাৰ বাবে প্ৰেৰণা যোগায়।1
- असम CM के लिए हिमंता के नाम पर मुहर, चुने गए विधायक दल के नेता असम के अगले मुख्यमंत्री हिमंत बिस्वा सरमा होंगे. बीजेपी की विधायक दल की बैठक में ये फैसला हुआ है. पर्यवेक्षक जेपी नड्डा ने हिमंत बिस्वा के नाम का ऐलान किया है. 12 मई को सुबह 11 बजे हिमंत बिस्वा सरमा तीसरी बार असम के मुख्यमंत्री पद की शपथ लेंगे.1
- ৰাজ্যিক বিজেপি মুখ্য কাৰ্যালয়ত দলীয় নেতা-কৰ্মীসকলে কেন্দ্ৰীয় পৰ্যবেক্ষকদ্বয়ক উষ্ম আদৰণি1
- বাক্সাৰ জালাহত অনুষ্ঠিত ভেশচন প্ৰতিযোগিতাত তিনিগৰাকী মহিলাই জয়মতী চাওদাঙৰ ভাও ল'লে। তেওঁলোকৰ অভিনৱ ৰূপায়ণে দৰ্শকক আকৰ্ষিত কৰে। এই দৃশ্যই অঞ্চলটোৰ সাংস্কৃতিক অনুৰাগ প্ৰতিফলিত কৰে।1
- অহা মংগলবাৰে ABSU ৰ তামুলপুৰ জিলা সমিতিয়ে তামুলপুৰ মহাবিদ্যালয়ত এক কেৰিয়াৰ কাউঞ্চেলিং আৰু মেধাৱী ছাত্ৰ-ছাত্ৰী সম্বৰ্ধনা সভাৰ আয়োজন কৰিছে। ইয়াৰ মূল উদ্দেশ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলক উচ্চ শিক্ষা আৰু ভৱিষ্যতৰ কেৰিয়াৰ সম্পৰ্কে সঠিক পথ প্ৰদৰ্শন কৰা। এই সভাত বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি আৰু শিক্ষা বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰিব।1
- শিলচৰ পৌৰ নিগমৰ দীৰ্ঘদিন ধৰি অনুষ্ঠিত নোহোৱা নিৰ্বাচনসমূহ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত এইবাৰ জুলাইৰ ভিতৰত অনুষ্ঠিত হ'ব। নাগৰিক মঞ্চৰ ৰিট আবেদনৰ ফলত আদালতে এই নিৰ্দেশ দিছে, যিয়ে পৌৰ নিগমৰ কৰ বৃদ্ধিৰ সিদ্ধান্তও বাতিল কৰিছে। মঞ্চই ইয়াক নৈতিক বিজয় বুলি দাবী কৰিছে আৰু নগৰৰ উন্নয়নৰ বাবে অভিযান চলাই যোৱাৰ কথা ঘোষণা কৰিছে।1
- NDAৰ বিধায়িনী দলৰ নেতা নিৰ্বাচিত হোৱাৰ পিছত বিধায়কসকলক সম্বোধন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ1
- ছয়গাঁৱত নৱ নিৰ্বাচিত বিধায়ক হিমাংশু শেখৰ বৈশ্যক উষ্ম আদৰণী1