Shuru
Apke Nagar Ki App…
#পোন প্ৰথমে প্ৰয়াত চন্দন ছেত্ৰীক শ্ৰদ্ধাঞ্জলি #অসম নেপালী সাহিত্য সভা শোণিতপুৰ উদ্যোগ আৰু ঢেকিয়াজুলি শাখা সমিতিৰ সহযোগত #ভানজ্যোতি সংঘ ঢেকিয়াজুলি ৫১ সংখ্যক স্থাপন দিৱস পালন। #সভাত সভাপতিত্ব কৰে শোণিতপুৰ জিলা অনেসাসৰ সভাপতি অনিল গৌতমে। #বিশেষ সম্বৰ্ধনা বটা মিত্ৰ দেৱ শৰ্মা , গোপ বাহাদুৰ থাপা , তিলক পকোৱাল , নৰেশ্বৰ উপাধ্যায় , চন্দ্ৰ কটুৱাল আৰু গনেশ পৌড়েল। #গীত পৰিবেশন কৰে কণ্ঠ শিল্পী হেমন্ত চাম্লাগাই আৰু ৰিজু দেৱীয়ে।
Dinesh baishnab