Shuru
Apke Nagar Ki App…
ৰূপহীহাটৰ আমবাগান আৰক্ষীৰ জালত আটক কুখ্যাত ডকাইত ইজাজুল হকক। গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে কাঠপাৰাত অভিযান চলাই আটক কৰে ডকাইত ইজাজুল হকক। যোৱা সোমবাৰে কাঠপাৰাৰ মোজাম্মিল হক চৌধুৰীৰ ঘৰত ১০-১২ জনীয়া ডকাইতৰ দলে চলাইছিল লুট-পাত। ৰাইজৰ গণ প্ৰহাৰৰ বলি হৈ চিকিৎসালয়ত মৃত্যু হৈছিল তিনি ডকাইতৰ আন কেইবাজনো ডকাইত ৰাইজৰ বেহু ফালি পলায়ন কৰিছিল উক্ত ডকাইতি কাণ্ডত জড়িত থকাৰ অভিযোগত আজি আৰক্ষীয়ে আটক কৰে ডকাইত ইজাজুল হকক । অধিক তথ্যৰ বাবে আৰক্ষীয়ে ধৃত ডকাইতটোক জেৰা অব্যাহত ৰাখিছে।
AM News 24

More news from Nagaon and nearby areas
- গৰু বিহুৰ ব্যাপক উৎসাহ। চৌদিশে কেৱল বিহুৰ ব্যাপক গুঞ্জন।1
- চামগুৰি সমষ্টিৰ তাৰাবাৰী জাতীয় বিদ্যালত কৃতি ছাত্ৰ ছাত্ৰীক সম্বধনা।উপস্থিত চামগুৰি সমষ্টিৰ কংগ্ৰেছ যুৱ নেতা তানজিল হুচেইন।1
- সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰূপহী হাটৰ জ্ঞান বিকাশ বিদ্যাপীঠৰ পৰা অসমীয়া, গণিত আৰু উচ্চ গণিত বিষয়ত এশৰ ভিতৰত এশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ছুমাইয়া আহমেদ নামৰ এগৰাকী ছাত্ৰীয়ে। ৰূপহীহাটৰ কৰৈগুৰিৰ BSc শিক্ষক ছফিকুল আহমেদৰ কণ্যা ছুমাইয়া আহমেদে ৯৬% নম্বৰ লাভ কৰি বিদ্যালয় খনিৰ লগতে সমগ্ৰ অঞ্চলটোলৈ কঢ়িয়াই আনিছে আনন্দৰ বণ্যা।1
- Post by DeV 24 News1
- আৰক্ষীৰ অভিযানত ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী। গড়েমাটিখোৱাত অভিযান চলাই ড্ৰাগছ ভৰ্তি এটা চাবোনৰ বাকচসহ ২৫কৈ ড্ৰাগছ ভৰ্তি কণ্টেনাৰ জব্দ কৰে। আটকাধিন ড্ৰাগছ সৰবৰাহকাৰী দ্বয় বৰঘাটৰ আবু বক্কৰ ছিদ্দিক আৰু বচিৰ উদ্দিন। জব্দকৃত ড্ৰাগছখিনি ওজন ১৫.১১গ্ৰাম। সম্প্ৰতি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।1
- 📌ধিঙৰ আলিঘাট মাথাবাৰীত ভ/য়ং/ক/ৰ পথ দু/ৰ্ঘ/*ট/না। 📌👉মাথাউৰিত থকা দ' গাতৰ বাবে বাইকৰ নিয়ন্ত্ৰণ হেৰায়,ফলত সংঘটিত হৈ ভয়ংকৰ দুৰ্ঘটনা 👉থিতাতে নিহত হয় ৩ জনকৈ যুৱক এতিয়ালৈকে পৰিচয় পোৱা যোৱা নাই নিহত হোৱা লোকসকলৰ #foryourpage #nonfollowers #viralpost #newsfeed #Dhing #Domdomia #news16northeast1
- আমি এমন করে ভিডিও করলে শুধু আমাকে বাদে বাকি সব কিছুই দেখা যাবে 🙂🙌🏻🌺সবাই সবের পাশে থাকবেন এবং ইনশাআল্লাহ পাশে পাবেন সবাইরে সাপোর্ট করবেন আমিও সাপোর্ট করব 🌺1
- Post by DeV 24 News1