Shuru
Apke Nagar Ki App…
অগপ কেন্দ্ৰীয় সভাপতি অতুল বৰাক হুংকাৰ প্ৰদান কৰে অগপৰ কেন্দ্ৰীয় অসম ভাষিক সংখ্যালঘু সাংগঠনিক সম্পাদক শিমুল সৰকাৰে । অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে ধুবুৰী অগপত অন্তঃকন্দল। দুটা ভাগত বিভক্ত ধুবুৰী অগপ । নিৰ্বাচনত আগমুহূৰ্তত অগপৰ ধুবুৰী বিধান পৰিষদৰ পুৰনি কমিটীৰ তিনিবছৰ সম্পূৰ্ণ নহওঁতেই অধিবেশন অবিহনে নতুন কমিটীৰ গঠন কৰি শপত গ্ৰহণ অনুষ্ঠান কৰাৰ বিৰুদ্ধে সৰৱ শিমুল সৰকাৰৰ । কাৰ সাহসত আৰু কাৰ নেতৃত্বত বিধান পৰিষদৰ পুৰণি কমিটীৰ বাহাল থকাৰ পিছতো নতুনকৈ কমিটী গঠন কৰিছে বুলি মন্তব্য শিমুল সৰকাৰৰ । অহা তিনিদিনৰ ভিতৰত কেনেকৈ আৰু কাৰ নেতৃত্বত পূৰ্বৰ কমিটীৰ চলি থকাৰ পিছতো বিধান পৰিষদৰ নতুন কমিটীৰ শপত গ্ৰহণ কৰা হল কেন্দ্ৰীয় নেতৃত্বই জবাব দিব লাগিব নহলে ধুবুৰী অগপই আগন্তুক দিনত একপ্ৰকাৰ আন্দোলন কৰিব বুলি হুংকাৰ প্ৰদান কৰে শিমূল সৰকাৰে।
Amar Dhubri

More news from অসম and nearby areas
- Post by T News1
- Assam Bongaigaon Santoshpur Pt Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 7833 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 7833843
- Post by Arshad Ali1
- Post by Saiful islam1
- 📌 ৰাজ্যৰ চৌদিশে চলিছে ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি। 📌তাঁতশালত অন্তিমটো পৰশ দিছে গাঁৱৰ বোৱাৰী-জীয়ৰীয়ে। 📌পৰিয়ালৰ সদস্য তথা আপোনজনক বিহুৱানখন উপহাৰ দিবলৈ তৎপৰ হৈ পৰিছে শিপিনীসকল।1
- Post by Foridul lslam4
- #Indiacapital #ৰাজধানী #Rajdhani #bhaskardas Hajo Sualkuchi1
- AIUDF के सुप्रीमो मौलाना बदरुद्दीन अजमल चुनाव के मतदान के बाद पत्रकारों से की खास बातचीत #News report1