Shuru
Apke Nagar Ki App…
অসম আৰক্ষীৰ সকিয়নি, মিছা অপপ্ৰচাৰ কাৰীৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদানৰ হুংকাৰ ৰন্ধন গেছ, পেট্ৰল, ডিজেল আদিৰ নাটনি হোৱা বুলি মিছা অপপ্ৰচাৰ নকৰিবলৈ সকিয়নি দিছে অসম আৰক্ষীয়ে। মিছা বাতৰি প্ৰচাৰ কৰিলে কঠোৰ শাস্তি প্ৰদান কৰিব বুলি হুংকাৰ প্ৰদান কৰিছে।
RECENT TIME

More news from অসম and nearby areas
- Post by Saiful islam1
- চিকিৎসক হোৱাৰ সপোন গণিত বিষয়ত ১০০ নম্বৰ লাভ কৰা লছিমাৰ চানম হকৰ।1
- ছয়গাঁৱৰ মাজপাৰাত দধিমন্থনৰ মহাৰজতজয়ন্তী । মিলিজুলি দধিমন্থনৰ মহাৰজত জয়ন্তী বৰ্ষ অতিক্ৰম । পহিলা ব'হাগৰ দিনা সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হয় । সেই উপলক্ষে সভাপতি দ্বীজেন ডেকাই মূল পতাকা উত্তোলনৰ পিছতে সমান্তৰালকৈ ৭৫ খনকৈ পতাকা আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলে উত্তোলন কৰে । তাৰ পিছতে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, দধিমন্থন প্ৰদৰ্শন প্ৰভৃতি সম্পন্ন কৰা হয় । সাংস্কৃতিক শোভাযাত্ৰাত বিলুপ্ত সংস্কৃতি জীয়াই ৰাখিবলৈ কেবাটাও শ্লোগান সমদল কৰি ৰাজপথেৰে বাহিৰ কৰা হয় ।1
- তামুলপুৰৰ মটঙাপাৰত তামুলপুৰ এবছুৰ ২২ সংখ্যক ৰংজালি বৈছাগু উদযাপন1
- Tajuddin Ahmed Education ट्रस्ट के जरिए Dispur Public School गरीब छात्र-छात्राओं को कर रहे हैं मदद4
- Saljuri No1.gossaigaon . Kokrajhar1
- ব'হাগৰ প্ৰথম দিনা ধুবুৰীৰ নেতাই ধুবুনী ঘাটত জাহাজৰ ওপৰত নৃত্যাঙ্গনৰ উদ্যোগত বিহুৰ আনন্দ ।1
- Post by Saiful islam1