logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ভাৰতীয় ৰেল নিচা জাতীয় সামগ্ৰী কঢ়িওৱাৰ এক সহজ মাধ্যম হৈ পৰিছে। এই সন্দৰ্ভত পুনৰ নিউ বঙাইগাঁও ৰেলৱে ষ্টেচনত ৰেল সুৰক্ষা বাহিনীৰ বিশেষ কোষে এক অভিযান চলাই ৩৭ পেকেট গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে। ট্ৰেইন নং ০১৬৬৬ ৰাণী কমলাৱতী এক্সপ্ৰেছ ৰেলৰ S6 ডবাৰ পানীৰ টেংকিত কৌশলপূৰ্ণভাৱে লুকুৱাই সৰবৰাহকাৰীয়ে এই বুজন পৰিমাণৰ গাঞ্জাখিনি সৰবৰাহ কৰাৰ চেষ্টা কৰি আছিল। এক বিশেষ সূত্ৰৰ ভিত্তিত লাভ কৰা তথ্যৰ পাছতে ৰেল সুৰক্ষা বাহিনীৰ বিশেষ কোষে এই অভিযান চলাইছিল। জব্দ কৰা এই গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ২৫ লক্ষাধিক টকা হ'ব বুলি জানিব পৰা গৈছে। ইতিমধ্যে আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

on 8 June
user_Breaking Bongaigaon
Breaking Bongaigaon
Local News Reporter Bongaigaon (Pt), Assam•
on 8 June

ভাৰতীয় ৰেল নিচা জাতীয় সামগ্ৰী কঢ়িওৱাৰ এক সহজ মাধ্যম হৈ পৰিছে। এই সন্দৰ্ভত পুনৰ নিউ বঙাইগাঁও ৰেলৱে ষ্টেচনত ৰেল সুৰক্ষা বাহিনীৰ বিশেষ কোষে এক অভিযান চলাই ৩৭ পেকেট গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে। ট্ৰেইন নং ০১৬৬৬ ৰাণী কমলাৱতী এক্সপ্ৰেছ ৰেলৰ S6 ডবাৰ পানীৰ টেংকিত কৌশলপূৰ্ণভাৱে লুকুৱাই সৰবৰাহকাৰীয়ে এই বুজন পৰিমাণৰ গাঞ্জাখিনি সৰবৰাহ কৰাৰ চেষ্টা কৰি আছিল। এক বিশেষ সূত্ৰৰ ভিত্তিত লাভ কৰা তথ্যৰ পাছতে ৰেল সুৰক্ষা বাহিনীৰ বিশেষ কোষে এই অভিযান চলাইছিল। জব্দ কৰা এই গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ২৫ লক্ষাধিক টকা হ'ব বুলি জানিব পৰা গৈছে। ইতিমধ্যে আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

More news from Assam and nearby areas
  • আজি বঙাইগাঁওৰ খাৰিজা দলাইগাঁওস্থিত ইণ্টাৰনেচনেল একাডেমী অফ স্কলাৰ্চত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। জুবিন গাৰ্গৰ সহধৰ্মীনি গৰিমা শইকীয়া গাৰ্গে এই প্ৰতিমূৰ্তি উন্মোচন কৰে। বঙাইগাঁওৰ বিশিষ্ট চিকিৎসক ডাঃ ইতেশ বৰদলৈৰ প্ৰচেষ্টাত স্কুলখনৰ বাকৰিত এই প্ৰতিমূৰ্তি স্থাপন কৰা হৈছিল। ওদালগুৰিৰ বিশিষ্ট শিল্পী খৰ্গেশ্বৰ বড়োই জুবিন গাৰ্গৰ এই পূৰ্ণাঙ্গ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে। এই অনুষ্ঠানত জুবিন গাৰ্গৰ গীতৰ মাজেৰে তেওঁক স্মৰণ কৰা হয়। অনুষ্ঠানৰ অন্তত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৰিমা গাৰ্গে কয় যে বঙাইগাঁও জুবিনৰ এক আপোন স্থান, আৰু জুবিনৰ সত্তাক আমি জীয়াই ৰাখিব লাগিব। ইয়াৰ উপৰিও, তেওঁ জুবিন গাৰ্গৰ বেংক একাউণ্টৰ ধন ব্যৱহাৰ কৰাৰ সন্দৰ্ভত আৰু শ্যামকানু মহন্তই উচ্চতম ন্যায়ালয়ত আবেদন কৰাৰ সন্দৰ্ভতো নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে।
    1
    আজি বঙাইগাঁওৰ খাৰিজা দলাইগাঁওস্থিত ইণ্টাৰনেচনেল একাডেমী অফ স্কলাৰ্চত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। জুবিন গাৰ্গৰ সহধৰ্মীনি গৰিমা শইকীয়া গাৰ্গে এই প্ৰতিমূৰ্তি উন্মোচন কৰে।

বঙাইগাঁওৰ বিশিষ্ট চিকিৎসক ডাঃ ইতেশ বৰদলৈৰ প্ৰচেষ্টাত স্কুলখনৰ বাকৰিত এই প্ৰতিমূৰ্তি স্থাপন কৰা হৈছিল। ওদালগুৰিৰ বিশিষ্ট শিল্পী খৰ্গেশ্বৰ বড়োই জুবিন গাৰ্গৰ এই পূৰ্ণাঙ্গ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে। এই অনুষ্ঠানত জুবিন গাৰ্গৰ গীতৰ মাজেৰে তেওঁক স্মৰণ কৰা হয়।

অনুষ্ঠানৰ অন্তত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৰিমা গাৰ্গে কয় যে বঙাইগাঁও জুবিনৰ এক আপোন স্থান, আৰু জুবিনৰ সত্তাক আমি জীয়াই ৰাখিব লাগিব। ইয়াৰ উপৰিও, তেওঁ জুবিন গাৰ্গৰ বেংক একাউণ্টৰ ধন ব্যৱহাৰ কৰাৰ সন্দৰ্ভত আৰু শ্যামকানু মহন্তই উচ্চতম ন্যায়ালয়ত আবেদন কৰাৰ সন্দৰ্ভতো নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে।
    user_Breaking Bongaigaon
    Breaking Bongaigaon
    Local News Reporter Bongaigaon (Pt), Assam•
    16 hrs ago
  • মহৰমৰ চান্দ উপলক্ষে কাৰবালাৰ ঐতিহাসিক ঘটনা স্মৰণ কৰা হৈছে। এই স্মৰণৰ সৈতে খাজা বাবা মুর্শিদ পুৰীৰ সৈতে জড়িত এক অলৌকিক ঘটনাৰো উল্লেখ আছে।
    1
    মহৰমৰ চান্দ উপলক্ষে কাৰবালাৰ ঐতিহাসিক ঘটনা স্মৰণ কৰা হৈছে। এই স্মৰণৰ সৈতে খাজা বাবা মুর্শিদ পুৰীৰ সৈতে জড়িত এক অলৌকিক ঘটনাৰো উল্লেখ আছে।
    user_Odalguritv viral
    Odalguritv viral
    চিডলি (পিটি), চিৰাং, অসম•
    14 hrs ago
  • কলগাছিয়াৰ তালেব আলীৰ পুত্ৰ, মানসিক বিকাৰগ্ৰস্ত আব্বাছ আলীয়ে গুৱাহাটীত চুৰি কাণ্ড সংঘটিত কৰি ভাইৰেল হৈছিল। এই ঘটনাৰ পিছতে তেওঁৰ হেনো কোটি টকীয়া সম্পত্তি আছে বুলি এক বাতৰি প্ৰচাৰ হৈছিল। কিন্তু প্ৰকৃততে তেওঁৰ অৱস্থা সম্পূৰ্ণ বেলেগ। কলগাছিয়াত অৱস্থিত আব্বাছ আলীৰ ঘৰটো দেখিলে স্পষ্ট হয় যে তেওঁৰ কোটি টকীয়া সম্পত্তিৰ দাবী ভিত্তিহীন। ঘৰটোৰ অৱস্থা অতি শোচনীয়, য'ত শুবলৈ এখন বিছনাও নাই। ভাইৰেল হোৱা চোৰ আব্বাছ আলীৰ এই তথাকথিত কোটি টকীয়া ঘৰটোৰ প্ৰকৃত ছবি দেখিলে মানুহে তেওঁৰ বাস্তৱিক পৰিস্থিতি সম্পৰ্কে পুনৰ বিবেচনা কৰিবলৈ বাধ্য হ'ব।
    1
    কলগাছিয়াৰ তালেব আলীৰ পুত্ৰ, মানসিক বিকাৰগ্ৰস্ত আব্বাছ আলীয়ে গুৱাহাটীত চুৰি কাণ্ড সংঘটিত কৰি ভাইৰেল হৈছিল। এই ঘটনাৰ পিছতে তেওঁৰ হেনো কোটি টকীয়া সম্পত্তি আছে বুলি এক বাতৰি প্ৰচাৰ হৈছিল।

কিন্তু প্ৰকৃততে তেওঁৰ অৱস্থা সম্পূৰ্ণ বেলেগ। কলগাছিয়াত অৱস্থিত আব্বাছ আলীৰ ঘৰটো দেখিলে স্পষ্ট হয় যে তেওঁৰ কোটি টকীয়া সম্পত্তিৰ দাবী ভিত্তিহীন। ঘৰটোৰ অৱস্থা অতি শোচনীয়, য'ত শুবলৈ এখন বিছনাও নাই। ভাইৰেল হোৱা চোৰ আব্বাছ আলীৰ এই তথাকথিত কোটি টকীয়া ঘৰটোৰ প্ৰকৃত ছবি দেখিলে মানুহে তেওঁৰ বাস্তৱিক পৰিস্থিতি সম্পৰ্কে পুনৰ বিবেচনা কৰিবলৈ বাধ্য হ'ব।
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    12 hrs ago
  • তৰালী শৰ্মাৰ সুমধুৰ কণ্ঠৰে নিগৰি অহা এক মনোমোহা গীত “আহিবা তুমি দুপৰ নিশা”ই শ্ৰোতাৰ হৃদয় স্পৰ্শ কৰিছে। এই গীতটি সংগীতপ্ৰেমীসকলৰ মাজত যথেষ্ট জনপ্ৰিয় হৈ পৰিছে।
    1
    তৰালী শৰ্মাৰ সুমধুৰ কণ্ঠৰে নিগৰি অহা এক মনোমোহা গীত “আহিবা তুমি দুপৰ নিশা”ই শ্ৰোতাৰ হৃদয় স্পৰ্শ কৰিছে। এই গীতটি সংগীতপ্ৰেমীসকলৰ মাজত যথেষ্ট জনপ্ৰিয় হৈ পৰিছে।
    user_Barpeta khabar
    Barpeta khabar
    Newsagent বৰপেটা, বৰপেটা, অসম•
    17 hrs ago
  • বাক্সাৰ শালবাৰী মহাবিদ্যালয়ত 'নিচামুক্ত ভাৰত অভিযান' শীৰ্ষক এক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই অভিযানৰ অংশ হিচাপে মহাবিদ্যালয়খনত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে এখন সভা অনুষ্ঠিত হোৱাৰ লগতে এখন বাটৰ নাটও প্ৰদৰ্শন কৰা হয়।
    1
    বাক্সাৰ শালবাৰী মহাবিদ্যালয়ত 'নিচামুক্ত ভাৰত অভিযান' শীৰ্ষক এক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই অভিযানৰ অংশ হিচাপে মহাবিদ্যালয়খনত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে এখন সভা অনুষ্ঠিত হোৱাৰ লগতে এখন বাটৰ নাটও প্ৰদৰ্শন কৰা হয়।
    user_Sanjay sarkar
    Sanjay sarkar
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    19 hrs ago
  • ধুবুৰীৰ আদাবাৰী ব্ৰহ্মপুত্ৰ ফাউণ্ডেচনৰ উদ্যোগত আদাবাৰী জিলা পৰিষদৰ সদস্যা মাছুমা বেগম আৰু মালেক ফানি মেন গ্ৰুপৰ সহযোগত ধুবুৰীৰ আদাবাৰী অঞ্চলত প্ৰথম পৰ্যায়ৰ বৃক্ষৰোপণ অভিযান আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। এই অভিযানৰ অধীনত ধুবুৰীৰ চান্দাখোল অঞ্চলত নিৰ্মীয়মান ৰাষ্ট্ৰীয় ঘাইপথৰ মাজৰ অংশত আৰু ইয়াৰ আশে-পাশে পৰিৱেশ জীয়াই ৰখাৰ লগতে ৰাইজৰ মাজত সজাগতা অনাৰ উদ্দেশ্যে ২০০ জোপা বাণিজ্যিক গছপুলি ৰোপণ কৰা হৈছে। এই কাৰ্যসূচী সুচাৰুৰূপে সম্পূর্ণ হয়। আদাবাৰীৰ স্বেচ্ছাসেৱী সংগঠনসমূহে গ্ৰহণ কৰা এই পদক্ষেপক এক প্ৰশংসনীয় পদক্ষেপ হিচাপে আখ্যা দিয়া হৈছে।
    1
    ধুবুৰীৰ আদাবাৰী ব্ৰহ্মপুত্ৰ ফাউণ্ডেচনৰ উদ্যোগত আদাবাৰী জিলা পৰিষদৰ সদস্যা মাছুমা বেগম আৰু মালেক ফানি মেন গ্ৰুপৰ সহযোগত ধুবুৰীৰ আদাবাৰী অঞ্চলত প্ৰথম পৰ্যায়ৰ বৃক্ষৰোপণ অভিযান আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়।

এই অভিযানৰ অধীনত ধুবুৰীৰ চান্দাখোল অঞ্চলত নিৰ্মীয়মান ৰাষ্ট্ৰীয় ঘাইপথৰ মাজৰ অংশত আৰু ইয়াৰ আশে-পাশে পৰিৱেশ জীয়াই ৰখাৰ লগতে ৰাইজৰ মাজত সজাগতা অনাৰ উদ্দেশ্যে ২০০ জোপা বাণিজ্যিক গছপুলি ৰোপণ কৰা হৈছে। এই কাৰ্যসূচী সুচাৰুৰূপে সম্পূর্ণ হয়।

আদাবাৰীৰ স্বেচ্ছাসেৱী সংগঠনসমূহে গ্ৰহণ কৰা এই পদক্ষেপক এক প্ৰশংসনীয় পদক্ষেপ হিচাপে আখ্যা দিয়া হৈছে।
    user_North East Bulletin
    North East Bulletin
    Media and information sciences faculty আঠানি, ধুবুৰী, অসম•
    3 hrs ago
  • ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাই শেহতীয়াকৈ এক বিশাল সফলতা লাভ কৰিছে। গৌৰীপুৰ আৰক্ষীয়ে বিগত সময়ছোৱাত গৌৰীপুৰৰ বিভিন্ন অঞ্চলৰ ব্যক্তিগত ঘৰ আৰু বিভিন্ন মঠ-মন্দিৰৰ পৰা চুৰি কৰা সামগ্ৰীসমূহ উদ্ধাৰ কৰাৰ লগতে মুঠ ৯ জনকৈ চোৰক গ্ৰেপ্তাৰ কৰিছে। এই অভিযানত বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী জব্দ কৰা হৈছে, যিটো গৌৰীপুৰ থানাৰ আৰক্ষীৰ এক উল্লেখনীয় কৃতিত্ব বুলি অভিহিত কৰা হৈছে।
    1
    ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাই শেহতীয়াকৈ এক বিশাল সফলতা লাভ কৰিছে। গৌৰীপুৰ আৰক্ষীয়ে বিগত সময়ছোৱাত গৌৰীপুৰৰ বিভিন্ন অঞ্চলৰ ব্যক্তিগত ঘৰ আৰু বিভিন্ন মঠ-মন্দিৰৰ পৰা চুৰি কৰা সামগ্ৰীসমূহ উদ্ধাৰ কৰাৰ লগতে মুঠ ৯ জনকৈ চোৰক গ্ৰেপ্তাৰ কৰিছে। এই অভিযানত বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী জব্দ কৰা হৈছে, যিটো গৌৰীপুৰ থানাৰ আৰক্ষীৰ এক উল্লেখনীয় কৃতিত্ব বুলি অভিহিত কৰা হৈছে।
    user_Amar Dhubri
    Amar Dhubri
    Media house আঠানি, ধুবুৰী, অসম•
    16 hrs ago
  • বৰপেটাৰ ভক্তৰডবা নলীগাঁও কলেজ চাৰিআলিত এটা পাৱাৰ চাব-ষ্টেচন স্থাপন কৰা হ'ব বুলি ঘোষণা কৰিছে বিধায়ক জাকিৰ হুছেইন শিকদাৰে। এই ঘোষণা অনুসৰি উক্ত স্থানত নতুন পাৱাৰ চাব-ষ্টেচনটো স্থাপনৰ ব্যৱস্থা কৰা হ'ব।
    1
    বৰপেটাৰ ভক্তৰডবা নলীগাঁও কলেজ চাৰিআলিত এটা পাৱাৰ চাব-ষ্টেচন স্থাপন কৰা হ'ব বুলি ঘোষণা কৰিছে বিধায়ক জাকিৰ হুছেইন শিকদাৰে। এই ঘোষণা অনুসৰি উক্ত স্থানত নতুন পাৱাৰ চাব-ষ্টেচনটো স্থাপনৰ ব্যৱস্থা কৰা হ'ব।
    user_Barpeta khabar
    Barpeta khabar
    Newsagent বৰপেটা, বৰপেটা, অসম•
    17 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.