logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

সৰভোগৰ গৌড়ীয় মঠৰ পৰা ৰূপসীলৈ যোৱা পথটোৰ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে।

on 15 March
user_Shakil Ahmed- ABC News Digital
Shakil Ahmed- ABC News Digital
News Anchor সৰুপেটা (পিটি), বজালী, অসম•
on 15 March

সৰভোগৰ গৌড়ীয় মঠৰ পৰা ৰূপসীলৈ যোৱা পথটোৰ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে।

More news from অসম and nearby areas
  • 📌গৰু বিহুৰ দিনাই মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাবে এক দুঃখবৰ। 📌মানাহত ৰাষ্ট্ৰীয় উদ্যানত মৃত্যু প্ৰায় ২৫ বছৰ বয়সীয়া এটি প্ৰাপ্তবয়স্ক মতা গঁড়ৰ। 📌পৰস্পৰৰ সৈতে যুঁজ-বাগৰত আঘাতপ্ৰাপ্ত হৈ আজি মৃত্যুক সাৱটিলে গঁড়টোৱে।
    1
    📌গৰু বিহুৰ দিনাই মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাবে এক দুঃখবৰ।
📌মানাহত ৰাষ্ট্ৰীয় উদ্যানত মৃত্যু প্ৰায় ২৫ বছৰ বয়সীয়া এটি প্ৰাপ্তবয়স্ক মতা গঁড়ৰ।
📌পৰস্পৰৰ সৈতে যুঁজ-বাগৰত আঘাতপ্ৰাপ্ত হৈ আজি মৃত্যুক সাৱটিলে গঁড়টোৱে।
    user_BAKSA LIVE 24 Digital
    BAKSA LIVE 24 Digital
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    9 hrs ago
  • Post by Saiful islam
    1
    Post by Saiful islam
    user_Saiful islam
    Saiful islam
    বৰমা পি টি, বাক্সা, অসম•
    14 hrs ago
  • আজি চহা অসমীয়া হেপাহৰ গৰু বিহু। পৰম্পৰা ৰক্ষা কৰি ৰাজ্য বিভিন্ন প্ৰান্তৰ লগতে তামুলপুৰতো গৰু বিহু উদযাপন। তামুলপুৰৰ হাহকাটা -বালাবৰী গাঁওৰ ৰাইজেও পৰম্পৰা ৰক্ষা কৰি পাগলদিয়া নদীত ধুৱালে গৰু। 'লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু' গৰু-গাই ধুৱালে ৰাইজে। গো-ধনৰ শ্ৰীবৃদ্ধি কামনাৰে এনেদৰে হাহকাটা বালাবাৰীৰ ৰাইজে পাগলাদিয়া নৈত লাও বেঙেনা খুৱাই গৰুক গা ধুৱা দেখা যায়। বাইট--
    1
    আজি চহা অসমীয়া হেপাহৰ গৰু বিহু। পৰম্পৰা ৰক্ষা কৰি ৰাজ্য বিভিন্ন প্ৰান্তৰ লগতে তামুলপুৰতো গৰু বিহু উদযাপন।
তামুলপুৰৰ হাহকাটা -বালাবৰী গাঁওৰ ৰাইজেও পৰম্পৰা ৰক্ষা কৰি পাগলদিয়া নদীত ধুৱালে গৰু। 
'লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু' গৰু-গাই ধুৱালে ৰাইজে।
গো-ধনৰ শ্ৰীবৃদ্ধি কামনাৰে এনেদৰে  হাহকাটা বালাবাৰীৰ ৰাইজে পাগলাদিয়া  নৈত লাও বেঙেনা খুৱাই গৰুক গা ধুৱা দেখা যায়। 
বাইট--
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    19 hrs ago
  • ৰঙিয়াত গৰু বিহুৰ দিনাখন গো-ধনক ধুৱাই শ্ৰীবৃদ্ধি কামনা ।ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে আজি দেখিবলৈ পোৱা গৈছে ৰঙালী বিহুৰ উখল-মাখল পৰিৱেশ।আজি গৰু বিহু উপলক্ষে ৰঙিয়াতো গো-ধনক ধুৱাই শ্ৰীবৃদ্ধি কামনা গৃহস্থৰ। কৃষকসকলে সাতমপুৰুষীয়া ৰীতি-নীতি মানি পালন কৰিছে গৰু বিহু । পুৱাতেই বিহু গীত গাই নৈ, বিল, পুখুৰীত পশুধনক ধুৱাবলৈ নিয়া হয়।গৰু বিহুৰ দিনটোত পৰম্পৰা অনুসৰি, দীঘলতি, মাখিয়তি পাতেৰে গৰুৰ গাত কোবাই, লাও-বেঙেনা খুৱাই শ্ৰীবৃদ্ধি কামনা কৰে।
    1
    ৰঙিয়াত  গৰু বিহুৰ দিনাখন গো-ধনক ধুৱাই শ্ৰীবৃদ্ধি কামনা ।ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে আজি দেখিবলৈ পোৱা গৈছে ৰঙালী বিহুৰ উখল-মাখল পৰিৱেশ।আজি গৰু বিহু উপলক্ষে ৰঙিয়াতো গো-ধনক ধুৱাই শ্ৰীবৃদ্ধি কামনা গৃহস্থৰ। কৃষকসকলে সাতমপুৰুষীয়া ৰীতি-নীতি মানি পালন কৰিছে গৰু বিহু । পুৱাতেই বিহু গীত গাই নৈ, বিল, পুখুৰীত পশুধনক  ধুৱাবলৈ নিয়া হয়।গৰু বিহুৰ দিনটোত পৰম্পৰা অনুসৰি, দীঘলতি, মাখিয়তি পাতেৰে গৰুৰ গাত কোবাই, লাও-বেঙেনা খুৱাই  শ্ৰীবৃদ্ধি কামনা কৰে।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    16 hrs ago
  • জীৱ শ্ৰেষ্ঠ মানুহৰ নিকৃষ্ট কাণ্ড৷ মানুহ কিমান নিকৃষ্ট হলে এগৰাকী নাৱালিকাক লৈ ধৰ্ষণৰ দৰে মিছা অপবাদ দিব পাৰে৷
    1
    জীৱ শ্ৰেষ্ঠ মানুহৰ নিকৃষ্ট কাণ্ড৷
মানুহ কিমান নিকৃষ্ট হলে এগৰাকী নাৱালিকাক লৈ ধৰ্ষণৰ দৰে মিছা অপবাদ দিব পাৰে৷
    user_Assam Local News
    Assam Local News
    News Channel বকো, কামৰূপ, অসম•
    13 hrs ago
  • গোৱালপাৰাৰ ৰাক্ষসিনীৰ নয়নজ্যোতি জাতীয় বিদ্যালয়ত মেট্ৰিকত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক উষ্ম সম্বৰ্ধনা
    1
    গোৱালপাৰাৰ ৰাক্ষসিনীৰ নয়নজ্যোতি জাতীয় বিদ্যালয়ত মেট্ৰিকত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক উষ্ম সম্বৰ্ধনা
    user_Ismail Hussain
    Ismail Hussain
    বালিজানা, গোৱালপাৰা, অসম•
    9 hrs ago
  • Post by Uttam Dutta
    1
    Post by Uttam Dutta
    user_Uttam Dutta
    Uttam Dutta
    উত্তৰ গুৱাহাটী (পিটি), কামৰূপ, অসম•
    11 hrs ago
  • 📌বাক্সাৰ গধূলি গাঁৱত বড়ো জনগোষ্ঠীৰ লোক সকলে নৈত গৰু গা ধুৱাই উদযাপন কৰিলে "গৰুবিহু" 📌বড়ো জনগোষ্ঠীৰ মহিলা সকলেও নাচি বাগি উদযাপন কৰিলে গৰুবিহুঃ 📌অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ আজি গৰু বিহু।
    1
    📌বাক্সাৰ গধূলি গাঁৱত বড়ো জনগোষ্ঠীৰ লোক সকলে নৈত গৰু গা ধুৱাই উদযাপন কৰিলে "গৰুবিহু"
📌বড়ো জনগোষ্ঠীৰ মহিলা সকলেও নাচি বাগি উদযাপন কৰিলে গৰুবিহুঃ
📌অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ আজি গৰু বিহু।
    user_BAKSA LIVE 24 Digital
    BAKSA LIVE 24 Digital
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    15 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.