Shuru
Apke Nagar Ki App…
এই দৃশ্য "ৰংবঙৰ" সামূহিক ভৱনৰ। গোলাঘাট বন সংমণ্ডলৰ উদ্যোগত আৰু গোলাঘাট বনাঞ্চলিক কাৰ্যালয়ৰ সহযোগত আজি এক বিশেষ সজাগতা সভা অনুষ্ঠিত হয়। এই সভাৰ মূল বিষয় আছিল ‘মানুহ- বন্যপ্ৰাণীৰ সংঘাত’। মৰঙি মৌজাৰ ভিন্ন প্ৰান্তত দিনক দিনে বৃদ্ধি পোৱা বন্যহস্তী আৰু অন্যান্য বন্যপ্ৰাণীৰ উপদ্ৰৱ কেনেকৈ ৰোধ কৰিব পাৰি আৰু বন বিভাগৰ সৈতে সমন্বয় ৰাখি কেনেকৈ সুৰক্ষিত হৈ থাকিব পাৰি, সেই সন্দৰ্ভত স্থানীয় ৰাইজক সজাগ কৰা হয়।এই সভাত বন বিভাগৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়াৰ লগতে স্থানীয় গণ্য-মান্য ব্যক্তি আৰু ৰাইজ উপস্থিত থাকে।
D B

More news from অসম and nearby areas
- Post by Majuli Update1
- উৰুকাৰ বজাৰ পৰা বিচাৰিলে জুবিন গাৰ্গৰ ন্যায়। প্ৰতিকূল বতৰকো নেউচি বিহু বজাৰ কৰিবলৈ উলাই আহিল ৰাইজ। মাজুলীৰ উৰুকাৰ বিহু বজাৰত বৰষুণৰ বাবে বিক্ৰী কম হৈছে বিক্ৰেটাৰ। গৰু বিহুত গৰুক চাৰ মাৰিবৰ বাবে যাৱতীয় লাও, বেঙেনা, কেৰেলা, হালধী, তিয়হ, মাখিয়তী ক্ৰয় গ্ৰাহকৰ। বজাত উভয়নদী সামগ্ৰী কিন্তু গ্ৰাহক সেৰেঙা। নিৰাশ ব্যৱসায়ী সকল। লগতে কাপোৰ কানি কিনাতো ব্যস্ত ৰাইজ।1
- *প্ৰখ্যাত অভিনেতা ৰাজীৱ গোস্বামী* লৈ বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী উমেশ চন্দ্ৰ বৰদলৈ সোঁৱৰণী *সমন্বয় শিল্পী সাধনা বঁটা-২০২৬* ৷ উল্লেখ যে, শিৱসাগৰ দ’লপথত অহা ১৮ এপ্ৰিল (৪ বহাগ) শনিবাৰে আয়োজিত "সমন্বয় সাংস্কৃতিক গোষ্ঠী" আৰু সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসমৰ_ *২১ সংখ্যক শিৱসাগৰ বহাগী উৎসৱ* স্থলীত শিল্পীগৰাকীক প্ৰদান কৰা হ’ব এই বঁটা ৷2
- আমি এমন করে ভিডিও করলে শুধু আমাকে বাদে বাকি সব কিছুই দেখা যাবে 🙂🙌🏻🌺সবাই সবের পাশে থাকবেন এবং ইনশাআল্লাহ পাশে পাবেন সবাইরে সাপোর্ট করবেন আমিও সাপোর্ট করব 🌺1
- গৰু বিহুৰ ব্যাপক উৎসাহ। চৌদিশে কেৱল বিহুৰ ব্যাপক গুঞ্জন।1
- চামগুৰি সমষ্টিৰ তাৰাবাৰী জাতীয় বিদ্যালত কৃতি ছাত্ৰ ছাত্ৰীক সম্বধনা।উপস্থিত চামগুৰি সমষ্টিৰ কংগ্ৰেছ যুৱ নেতা তানজিল হুচেইন।1
- সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰূপহী হাটৰ জ্ঞান বিকাশ বিদ্যাপীঠৰ পৰা অসমীয়া, গণিত আৰু উচ্চ গণিত বিষয়ত এশৰ ভিতৰত এশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ছুমাইয়া আহমেদ নামৰ এগৰাকী ছাত্ৰীয়ে। ৰূপহীহাটৰ কৰৈগুৰিৰ BSc শিক্ষক ছফিকুল আহমেদৰ কণ্যা ছুমাইয়া আহমেদে ৯৬% নম্বৰ লাভ কৰি বিদ্যালয় খনিৰ লগতে সমগ্ৰ অঞ্চলটোলৈ কঢ়িয়াই আনিছে আনন্দৰ বণ্যা।1
- Post by Majuli Update1