Shuru
Apke Nagar Ki App…
ছমৰীয়াৰ গৰৈমাৰী টাউনক্লাৱ খেলপথাৰত সাংস্কৃতিক সন্ধিয়াত অভিনেত্ৰী মৌচুমী আলিফা। সাৰেগামা মিউজেকেল নাইটৰ সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকে অভিনেত্ৰী গৰাকী। ৰৈ ৰৈ বিনালে গীত পৰিবেশন কৰে অভিনেত্ৰী গৰাকী।
ANOWAR HUSSAIN
ছমৰীয়াৰ গৰৈমাৰী টাউনক্লাৱ খেলপথাৰত সাংস্কৃতিক সন্ধিয়াত অভিনেত্ৰী মৌচুমী আলিফা। সাৰেগামা মিউজেকেল নাইটৰ সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকে অভিনেত্ৰী গৰাকী। ৰৈ ৰৈ বিনালে গীত পৰিবেশন কৰে অভিনেত্ৰী গৰাকী।
More news from অসম and nearby areas
- দক্ষিণ কামৰূপৰ সোণতলীত চাঞ্চল্যকৰ ঘটনা। বৃহস্পতিবাৰে সোণতলীৰ গৰৈমাৰীবিলৰজানত উদ্ধাৰ হয় যুৱকৰ মৃতদেহ। ৰাস্তাৰ কাষৰ গছত চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰা হয় যুৱকৰ মৃতদেহ। মৃত যুৱকজন নুৰ উদ্দিনৰ পুত্ৰ মতিউৰ ৰহমান (১৯) বুলি জানিব পৰা যায়। যুৱকজন সৰুৰে পৰা গাঁওখনৰ নামাজ আলীৰ ঘৰত লালন পালন হৈ আছিল। যুৱকজনক কোনো দুৰ্বৃত্তই হত্যা কৰি গছত ওলোমাই থোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। ঘটনাস্থলীত সোণতলী আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।1
- Jai Maa kali 🙏1
- কাইলৈ বাটৰহাটত অনুষ্ঠিত হ'ব দক্ষিণ কামৰূপ জিলা BJPৰ কাৰ্য্যনিৰ্বাহক সভা1
- এম জি এনৰেগা আইন বাতিল কৰাৰ দাৱীত প্ৰতিবাদ শোণিতপুৰৰ বালিপৰাত চি পি আই এমৰ প্ৰতিবাদ1
- আজি ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি,আজি ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল ঢেকীয়াজুলি1
- ৰূপহী হাটৰ শ'লমাৰীৰ এম্বুলেন্স চালক আকিলুজ জামানক দুৰ্বৃত্তই আক্ৰমণৰ অভিযোগ ভুৱা ভিত্তিহীন বুলি সংবাদ মেল যোগে জনায় কাৱৈমাৰী গাঁৱৰ ৰাইজে।1
- 🐘কলিয়াবৰত পুনৰ বন্যহস্তীৰ আতংক। 🐘কলিয়াবৰৰ বালিটিকা গাঁৱত সন্ধিয়া সময়ত দুটাকৈ বন্যহস্তীয়ে চলাই উপদ্ৰৱ। 🐘গাঁওবাসীৰ তৎপৰতাৰ লগতে বনবিভাগৰ দ্ৰুত হস্তক্ষেপত অৱশেষত খেদি পঠাবলৈ সক্ষম হয় বন্যহস্তী দুটা।1
- sunny deol ki zaberdast sien dailok 🫵1