Shuru
Apke Nagar Ki App…
তামুলপুৰৰ সৌৰাগুৰীত নিজ বাসগৃহত Pramod Boro ৰাইজৰ সৈতে আনন্দ উল্লাসৰ মাজত বৈছাগু নৃত্যত অংশগ্ৰহণ কৰে। উৎসৱৰ আনন্দত ৰাইজে উচ্ছ্বাসেৰে যোগদান কৰি পৰম্পৰাগত বড়ো সংস্কৃতিৰ এক সুন্দৰ দৃশ্যৰ সৃষ্টি কৰে। তামুলপুৰৰ সৌৰাগুৰীত নিজ বাসগৃহত Pramod Boro ৰাইজৰ সৈতে আনন্দ উল্লাসৰ মাজত বৈছাগু নৃত্যত অংশগ্ৰহণ কৰে। উৎসৱৰ আনন্দত ৰাইজে উচ্ছ্বাসেৰে যোগদান কৰি পৰম্পৰাগত বড়ো সংস্কৃতিৰ এক সুন্দৰ দৃশ্যৰ সৃষ্টি কৰে।
NAlive24
তামুলপুৰৰ সৌৰাগুৰীত নিজ বাসগৃহত Pramod Boro ৰাইজৰ সৈতে আনন্দ উল্লাসৰ মাজত বৈছাগু নৃত্যত অংশগ্ৰহণ কৰে। উৎসৱৰ আনন্দত ৰাইজে উচ্ছ্বাসেৰে যোগদান কৰি পৰম্পৰাগত বড়ো সংস্কৃতিৰ এক সুন্দৰ দৃশ্যৰ সৃষ্টি কৰে। তামুলপুৰৰ সৌৰাগুৰীত নিজ বাসগৃহত Pramod Boro ৰাইজৰ সৈতে আনন্দ উল্লাসৰ মাজত বৈছাগু নৃত্যত অংশগ্ৰহণ কৰে। উৎসৱৰ আনন্দত ৰাইজে উচ্ছ্বাসেৰে যোগদান কৰি পৰম্পৰাগত বড়ো সংস্কৃতিৰ এক সুন্দৰ দৃশ্যৰ সৃষ্টি কৰে।
More news from অসম and nearby areas
- আগন্তুক জাতিগত লোকপিয়ল গণনাক লৈ সচেতন হৈ পৰিছে আদিবাসী লোক। আগন্তুক এই জাতিগত লোকপিয়লৰ সময়ত প্ৰতিগৰাকী আদিবাদী লোকে নিজকে ছাৰ্ণা ধৰ্মৰ(প্ৰাকৃতিক পূজক) পৰিচয় দাঙি ধৰাৰ আহ্বান- আদিবাসী ছেঙ্গেল অভিযানৰ ৰাজ্যিক সভাপতি সহন হেম্বৰমৰ। আদিবাসী সকলৰ সুকীয়া ধৰ্মৰ কোড আজিলৈ প্ৰদান নকৰাৰ ফলত বহু সময়ত অন্য ধৰ্মৰ বলি হলবলগীয়া হৈছে।আগন্তুক এই জাতিগত গণনাত ভাষাৰ লগতে যাতে ধৰ্মকো সুযোগ দিয়ে তাৰ বাবেও আহ্বান। ইপিনে, BTC ৰ চিৰাং জিলাৰ ৰুণীখাটাত সংঘটিত শেহতীয়া ঘটনাক লৈয়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে- কোনেও আইন হাতত তুলি নলৈ শান্তি সম্প্ৰতি বর্তাই ৰাখে যেন। লগতে দুষিক চিনাক্ত কৰি শাস্তি দিয়ক, যাতে কোনো নিৰ্দোষী লোক হাৰাশাস্তিৰ সন্মুখীন নহয়।1
- Post by Santosh biswas1
- Post by Nikhil1
- fkfkgvogcbgxckff1
- শ্রী ছত্রপতি शिवाजी महाराज के साथ आदिवासियों का इतिहास সত্য থেকে ডারতে হয় মনুবাদী কিউন কি ও আদিবাসীদের ইতিহাস এবং তার পরিচয় শেষ করতে চাই। Maharashtra in which is the field is the a आदिवासी একই এলাকায় কিলে বেশি এবং আদিবাসী কে পরায়ন করা ছাড়া, তাদের পরিশ্রম ছাড়া কিলা তৈরি করা, তাদের রক্ষা করা অস্বাভাবিক, জঙ্গল, পাহাড়ের পথ আমি এবং আমার आदिवासियों को यह पता है। छत्रपति शिवाजी महाराज युद्ध के साथ अधिक काम करने वाले, पहाड़ी इलाके में जितने में अधिक সঙ্গে দেওয়া মাভেল আদিবাসীরা এখানে, 1600 থেকে আরও আদিবাসীদের এই ইতিহাসে এক সঙ্গে বলি ছিল, আদিবাসীদের পড়া লেখা না হওয়ার কারণ ফার্সির ইতিহাসে ইতিহাস থেকে আদিবাসীদের অবদান এই গাইব করা হয়েছে, কিন্তু সত্য কখনোই না ছুপাতা। @adivasi_indigenous বিস্সা ব্রিগেড সেমেন থেকে আদিবাসী बाहर हैं "আমরা রাজা ছপতি शिवाजी महाराज को आज भीत्रे, कल भी मे थे और हमारी आने वाली पीढ़ियां भी। মানেঙ্গি। জয় ছত্রপতি, জয় বিরসা, জয় বিএনপি, জয় সংবিধান, জয় ভারত জয় জোহার, জয় উলগুলান।4
- ধাৰাসাৰ বৰষুণৰ ফলত গুৱাহাটীত বান সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে, যাৰ ফলত জনসাধাৰণৰ অশান্তিৰ সৃষ্টি হৈছে। #newsreport1
- ৰহস্যময় মৃত্যুত কঁপি উঠিল হাউলী – মঞ্জিম আহমেদৰ জানাযাত দুই সহস্ৰাধিক লোকৰ সমাগম ANCHOR: বৰপেটা জিলাৰ হাউলী অঞ্চলত সংঘটিত হৈছে এক চাঞ্চল্যকৰ আৰু ৰহস্যময় মৃত্যু। বিশিষ্ট ব্যৱসায়ী মঞ্জিম আহমেদ ওৰফে ৰুবুলৰ আকস্মিক মৃত্যুক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পৰাৰ লগতে উঠিছে একাধিক প্ৰশ্ন। এই মৃত্যু হত্যা, আত্মহত্যা নে দুৰ্ঘটনা—তাৰ উত্তৰ এতিয়াও অমীমাংসিত। V/O: মৃত্যু সকলোৰে বাবে অৱধাৰিত যদিও কিছুমান মৃত্যু মানি লোৱা সমাজৰ বাবে অত্যন্ত কষ্টকৰ। এনেয়ে এক মৰ্মান্তিক ঘটনাই আজি কঁপি তুলিছে বৰপেটাৰ হাউলী অঞ্চল। বৰপেটা জিলাৰ নৱগঠিত পাকাবেতবাৰী সমষ্টিৰ অন্তৰ্গত হাউলী থানাৰ পশ্চিম বেতবাৰী গাঁও পঞ্চায়তৰ বাসিন্দা, শিক্ষক মজিবৰ ৰহমানৰ পুত্ৰ তথা বিশিষ্ট ব্যৱসায়ী মঞ্জিম আহমেদে কৰ্মসূত্ৰে হাউলীত ভাড়াঘৰত বাস কৰিছিল। জানিব পৰা মতে, কালি পুৱা তেওঁ নিজৰ ভাড়াঘৰৰ পৰা চাৰিচকীয়া বাহনেৰে ওলাই যায়। কিন্তু কিছু সময় পাছতেই এক চাঞ্চল্যকৰ দৃশ্য প্ৰত্যক্ষ কৰে স্থানীয় লোকে। তেওঁৰ বাহনখন ৰাস্তাৰ এটা ফালে থকাৰ বিপৰীতে তেওঁক ৰাস্তাৰ আনটো ফালে অচেতন অৱস্থাত পৰি থকা দেখা যায়। আশ্চৰ্যজনকভাৱে বাহনত কোনো দুৰ্ঘটনাৰ চিহ্ন নাছিল যদিও তেওঁৰ মুখমণ্ডল আৰু মূৰৰ পিছফালে আঘাতৰ স্পষ্ট চিন দেখা যায়। এই ঘটনাই এতিয়া বহু সন্দেহৰ জন্ম দিছে। বহুতে ইয়াক সাধাৰণ দুৰ্ঘটনা নহয় বুলি কৈ পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে। স্থানীয় লোকে ততাতৈয়াকৈ তেওঁক বৰপেটা মেডিকেল কলেজ আৰু হস্পিটাললৈ নিয়ে যদিও অৱস্থা সংকটজনক হোৱাত চিকিৎসকে গুৱাহাটীলৈ প্ৰেৰণ কৰে। পিছত উত্তৰ গুৱাহাটীৰ জি এন আৰ চি হস্পিটালত নিয়া হলে চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। প্ৰথম অৱস্থাত পৰিয়ালে ইয়াক দুৰ্ঘটনা বুলি ভাবিছিল যদিও ক্ৰমান্বয়ে এই মৃত্যু ৰহস্যময় ৰূপ ল’ব ধৰিছে। মূৰত পোৱা আঘাতৰ ভিত্তিত পৰিয়ালৰ লগতে ৰাইজে হত্যাৰ সন্দেহ প্ৰকাশ কৰিছে। ইতিমধ্যে এই ঘটনাৰ সন্দৰ্ভত পৰিয়ালৰ লোকে হাউলী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। স্থানীয় সংগঠনৰ নেতাসকলেও এই ঘটনাৰ নিৰপেক্ষ তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে। অমায়িক স্বভাৱৰ এজন চফল ডেকা আৰু সফল ব্যৱসায়ী হিচাপে পৰিচিত মঞ্জিম আহমেদৰ মৃত্যুত হাউলী, কয়াকুছি, বেতবাৰী আৰু বৰবালা অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে। আজি বৰপেটা মেডিকেল কলেজত মৰণোত্তৰ পৰীক্ষাৰ অন্তত দাৰুল উলুম বেতবাৰী বৰবালা মাদ্ৰাছা ফিল্ডত তেখেতৰ জানাযা সম্পন্ন হয়। এই জানাযাত দুই সহস্ৰাধিক লোকৰ উপস্থিতি লক্ষ্য কৰা যায়। মৃত্যুৰ সময়ত তেখেতে পিতৃ-মাতৃ, ভাই-ককাই, পত্নী আৰু এগৰাকী কন্যাসহ অসংখ্য গুণমুগ্ধক এৰি থৈ যায়। ANCHOR (OUTRO): এই ৰহস্যময় মৃত্যুৰ আঁৰত কি আছে—হত্যা, আত্মহত্যা নে দুৰ্ঘটনা—তাৰ সঠিক তথ্য আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব। তেতিয়ালৈ সমগ্ৰ অঞ্চল অপেক্ষাৰত।1
- তামুলপুৰৰ বিভিন্ন প্ৰান্তত ঘৰে ঘৰে গৈ নৃত্য কৰিলে জেং বিহু দলটিয়ে।1