Shuru
Apke Nagar Ki App…
#ইচলাম ধৰ্মৰ এগৰাকী অসমীয়া বোৱাৰী #য়াচমিন_চুলতালা_ৰহমানে গত বৰ্ষৰ দৰে এই বৰ্ষতো #গোলাঘাট জিলা শাখাক প্ৰতিনিধিত্ব কৰি #বকলীয়াঘাট যোৱা নবেম্বৰ মাহত অনুষ্ঠিত হোৱা #শ্ৰীমন্ত_শঙ্কৰদেৱ_সঙ্ঘৰ ৩১ সংখ্যক কেন্দ্ৰীয় শিশু যুৱ আইমাতৃ সমাৰোহৰ আইমাতৃ শাখাৰ #বৰগীত প্ৰতিযোগিতাত #তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হ’ল৷ য়াচমিন #জিকিৰকে মুখ্য কৰি অসমীয়া #লোকসঙ্গীতৰ এগৰাকী সু-গায়িকা আৰু শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ, #দেৰগাওঁ_শঙ্কৰী_কলা_কৃষ্টি_কেন্দ্ৰৰ গায়ন বিষয়ৰ এগৰাকী ছাত্ৰী৷ য়াচমিনে ইতিমধ্যেই শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ শঙ্কৰী সঙ্গীত পৰীক্ষা পৰিষদত গায়ন বিষয়ৰ তৃতীয় বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে৷
Pranab Bora

More news from Golaghat and nearby areas
- Ishq hai Ye ❤️1
- ❤️Rintu9_official💝 #instagram #reels #reelsvideo #viral #nagpuri #assam #song #nagpurilovesong #love #golaghat 🌹🌹1
- #গোলাঘাট মৰঙিৰ উদয়ণ বাগিচাত চাহ শ্ৰমিকৰ প্ৰতিবাদ কৃৰ্তপক্ষৰ বিৰুদ্ধে৷1
- গোলাঘাট জিলাৰ বোকাঘাট নাট্য মন্দিৰ প্ৰেক্ষাগৃহত অনুস্থিত হোৱা1
- সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা গোলাঘাট চিনাতলী1
- সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা ⚡️|| গোলাঘাট, চিনাতলি1
- সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা গোলাঘাট 20241
- কম্পিটিশ্যন ভাওনা1