:- তিনিচুকীয়াৰ ৰাণীঘাটৰ বনভোজ স্থলীত জনসোঁত :- জানুৱাৰী মাহৰ প্ৰথমটো দেওবাৰে তিনিচুকীয়াৰ বিভিন্ন স্থানত বনভোজ খাবলৈ ৰাইজে ঢাপলি মেলিছে সমান্তৰাল কৈ তিনিচুকীয়াৰ ৰাণী ঘাটত বিভিন্ন স্থানৰ পৰা জন সোঁত বৈছে । :- বনভোজ স্থলীত আহি উপস্থিত হোৱা পৰিলক্ষিত হয় ভাৰতীয় জনতা পাৰ্টীৰ গুইজান পঞ্চায়টৰ লোক সকল ,তেওঁলোক ও প্ৰত্যেক বছৰে বনভোজ খাবলৈ যায় এইবাৰ ৰাণী ঘটলৈ আহিছে বনভোজ খাবলৈ ।বনভোজ স্থলীত ৰাইজৰ মাজত পাৰ ভঙা উচ্চাহ - উদ্দীপনাৰ ।:- নচাই নাচিছে , বনুৱাই বনাইছে আৰু খুৱাই খাইছে লগতে চেল্ফি তুলাই চেল্ফি তুলিছে ।চৌপাখে সকলোৱে আত্মীয় কুটুম ,বন্ধু বান্ধবীৰ সৈতে বছৰৰ প্ৰথম দেওবাৰে এসাজ মাছে মগহে উদৰ পুৰাই খাইছে ।উল্লেখযোগ্য যে, ৰাণীঘাটত নৌকা যাত্ৰা ই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । :-বনভোজ স্থলীত আমি লগ পাইছোঁ ভাৰতীয় জনতা পাৰ্টীৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক সঞ্জয় দাস ক তেখেতে এনেদৰে কয়।

- Post by Kashem Ali1
- BTS📷1
- 🔹ধুনীয়া অথচ বেসুৰা লাখটকীয়া চিংগাৰত কৈ বহুগুণে ওপৰত ডুমডুমা কলেজৰ গৰিমা...1
- ডুমডুমা সমষ্টিৰ অন্তৰ্গত বিভিন্ন ঠাইত,৪টাকৈ পথৰ আধাৰশিলা স্থাপন কেবিনেট মন্ত্ৰী ৰূপেশ গোৱালাৰ1
- মাহাৰাসৰ আখৰা, হাঁহচৰা নাহৰকটীয়া।1
- ৬৪ সংখ্যক বড়ো সাহিত্য সভাত কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা1
- 🔸মাৰ্ঘেৰিটা গাঁও পঞ্চায়তত পথ আৰু পুল নিৰ্মাণত ব্যাপক দুৰ্নীতি1
- মাৰ্ঘেৰিটা পটভূমিত নৱনিৰ্মিত অসমীয়া বোলছবি ৰুদ্ৰ সাগৰ মুক্তি লাভ1