logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

চামগুৰি সমষ্টিত AIUDF ৰ পৰা টিকট লাভ কৰাৰ পাছত প্ৰাক্তন বিধায়ক আব্দুল আজিজৰ বাসগৃহত উখল মাখল পৰিৱেশ। চামগুৰি সমষ্টিত AIUDF ৰ পৰা টিকট লাভ কৰাৰ পাছত প্ৰাক্তন বিধায়ক আব্দুল আজিজৰ বাসগৃহত উখল মাখল পৰিৱেশ। কৰ্মী সমৰ্থকে গামোচাৰে আদৰণি জনায় বিধায়ক গৰাকীক।

1 day ago
user_AM News 24
AM News 24
Newsagent ৰূপাহী, নগাঁও, অসম•
1 day ago

চামগুৰি সমষ্টিত AIUDF ৰ পৰা টিকট লাভ কৰাৰ পাছত প্ৰাক্তন বিধায়ক আব্দুল আজিজৰ বাসগৃহত উখল মাখল পৰিৱেশ। চামগুৰি সমষ্টিত AIUDF ৰ পৰা টিকট লাভ কৰাৰ পাছত প্ৰাক্তন বিধায়ক আব্দুল আজিজৰ বাসগৃহত উখল মাখল পৰিৱেশ। কৰ্মী সমৰ্থকে গামোচাৰে আদৰণি জনায় বিধায়ক গৰাকীক।

More news from অসম and nearby areas
  • ✨ধিঙত অসম গণ ৰ্যপৰিষদৰ প্ৰাৰ্থীত্বৰ দৌৰত ৰিজাউল হক ✨সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ জনতা ✨বৃদ্ধৰ পৰা যুৱকলৈকে বৰ্তমান এটাই চৰ্চা সেয়া হৈছে ৰিজাউল হক #AGP #Rijaulhaque #Election #Dhing সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ জনতা ✨বৃদ্ধৰ পৰা যুৱকলৈকে বৰ্তমান এটাই চৰ্চা সেয়া হৈছে ৰিজাউল হক #AGP #Rijaulhaque #Election #Dhing সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ জনতা ✨বৃদ্ধৰ পৰা যুৱকলৈকে বৰ্তমান এটাই চৰ্চা সেয়া হৈছে ৰিজাউল হক #AGP #Rijaulhaque #Election #Dhing
    1
    ✨ধিঙত অসম গণ ৰ্যপৰিষদৰ প্ৰাৰ্থীত্বৰ দৌৰত ৰিজাউল হক 
✨সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ জনতা
✨বৃদ্ধৰ পৰা যুৱকলৈকে বৰ্তমান এটাই চৰ্চা সেয়া হৈছে ৰিজাউল হক
#AGP #Rijaulhaque #Election #Dhing
সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ জনতা
✨বৃদ্ধৰ পৰা যুৱকলৈকে বৰ্তমান এটাই চৰ্চা সেয়া হৈছে ৰিজাউল হক
#AGP #Rijaulhaque #Election #Dhing
সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ জনতা
✨বৃদ্ধৰ পৰা যুৱকলৈকে বৰ্তমান এটাই চৰ্চা সেয়া হৈছে ৰিজাউল হক
#AGP #Rijaulhaque #Election #Dhing
    user_News 16 Northeast
    News 16 Northeast
    Newsagent নগাঁও, নগাঁও, অসম•
    9 hrs ago
  • বিউটি ফাৰ্নিচাৰ স্বত্বাধিকাৰ ওমৰ ফাৰুক চৌধুৰীক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ। এই অভিযোগ ৰোমান আহমেদ উৰফে বাবুৰ বিৰুদ্ধে। ধিং ৰোডৰ "কাৰটুডে" ৰ স্বত্বাধিকাৰী হ'ল ৰোমান আহমেদ ওৰফে বাবু। হয়বৰগাঁও আৰক্ষী চকীত এজাহাৰ দাখিল ওমৰ ফাৰুক চৌধুৰীৰ।
    1
    বিউটি ফাৰ্নিচাৰ স্বত্বাধিকাৰ ওমৰ ফাৰুক চৌধুৰীক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ। এই অভিযোগ ৰোমান আহমেদ উৰফে বাবুৰ বিৰুদ্ধে। ধিং ৰোডৰ "কাৰটুডে" ৰ স্বত্বাধিকাৰী হ'ল ৰোমান আহমেদ ওৰফে বাবু। হয়বৰগাঁও আৰক্ষী চকীত এজাহাৰ দাখিল ওমৰ ফাৰুক চৌধুৰীৰ।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency Rupahi, Nagaon•
    16 hrs ago
  • ৰেজাউল কৰিম সৰকাৰে সন্দেহ কৰা কথাবোৰ সঁচা প্ৰমাণিত হ'ল ।
    1
    ৰেজাউল কৰিম সৰকাৰে
সন্দেহ কৰা কথাবোৰ সঁচা
প্ৰমাণিত হ'ল ।
    user_The Times of Guwahati
    The Times of Guwahati
    Local News Reporter Rupahi, Nagaon•
    21 hrs ago
  • চামগুৰি সমষ্টিত টিকট লাভ কৰি প্ৰথমটো প্ৰতিক্ৰিয়া আব্দুল আজিজৰ বহু অপেক্ষাৰ অন্তত টিকট লাভ কৰাত প্ৰাক্তন বিধায়ক আব্দুল আজিজৰ বাসগৃহত এক উখল-মাখল পৰিৱেশ। প্ৰায় শতাধিক ৰাইজৰ লগতে কৰ্মী সমৰ্থকে গামোচাৰে আদৰণি জনায় বিধায়ক আব্দুল আজিজক। চামগুৰি সমষ্টিত AIUDF ৰ পৰা টিকট লাভ কৰাৰ পাছত #amnews24 #amnews24digital #AIUDF
    1
    চামগুৰি সমষ্টিত টিকট লাভ কৰি প্ৰথমটো প্ৰতিক্ৰিয়া আব্দুল আজিজৰ 
বহু অপেক্ষাৰ অন্তত টিকট লাভ কৰাত প্ৰাক্তন বিধায়ক আব্দুল আজিজৰ বাসগৃহত এক উখল-মাখল পৰিৱেশ।  
প্ৰায় শতাধিক ৰাইজৰ লগতে কৰ্মী সমৰ্থকে গামোচাৰে আদৰণি জনায় বিধায়ক আব্দুল আজিজক।
চামগুৰি সমষ্টিত AIUDF ৰ পৰা টিকট লাভ কৰাৰ পাছত 
#amnews24 #amnews24digital #AIUDF
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    21 hrs ago
  • সামাজিক মাধ্যমত বিতৰ্কিত ভিডিঅ বনাই মিছামাৰী আৰক্ষীৰ হাতত আটক হল এগৰাকী মুছলমান যুৱক
    1
    সামাজিক মাধ্যমত বিতৰ্কিত ভিডিঅ বনাই মিছামাৰী আৰক্ষীৰ হাতত আটক হল এগৰাকী মুছলমান যুৱক
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    3 hrs ago
  • Post by Chandan hira
    1
    Post by Chandan hira
    user_Chandan hira
    Chandan hira
    মৰিগাঁও, মৰিগাঁও, অসম•
    8 hrs ago
  • ki hol news reporter moi valna beya ame gom nepau thot manu hbo paro but I'am indian and I love humanity not human and I'am muslim and I'am proud myself is muslim
    1
    ki hol news reporter moi valna beya ame gom nepau thot manu hbo paro but I'am indian and I love humanity not human 
and I'am muslim and I'am proud myself is muslim
    user_Miraj uddin ahmed
    Miraj uddin ahmed
    নগাঁও, নগাঁও, অসম•
    1 hr ago
  • Post by Chandan hira
    1
    Post by Chandan hira
    user_Chandan hira
    Chandan hira
    মৰিগাঁও, মৰিগাঁও, অসম•
    8 hrs ago
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    11 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.