Shuru
Apke Nagar Ki App…
মৰিয়নিত আৰক্ষীৰ জালত অধিবক্তা। MACT গোচৰত ন্যায়াধীশৰ চহী জালিয়াতিৰ অভিযোগ। অধিবক্তা পাৰ্থজিত গগৈয়ে যোৰহাট ন্যায়াধীশৰ কৰিছিল চহী জালিয়াতি। যোৰহাট সদৰ থানাৰ এক গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছে অধিবক্তা গৰাকীক।
MH
Manmohan Hajong

- PRPapu robi dasJorhat, Assam👏on 8 May
- SRShree Ram GuptaJorhat West, Assam👌on 8 May
More news from Jorhat and nearby areas
- বিনামূলীয়া কৈ যোৰহাট ক্ৰীড়া সন্থাৰ খেল পথাৰত চাৱ পাৰিব টাটা আই পি এল খেল1
- বিনামূলীয়া কৈ যোৰহাট ক্ৰীড়া সন্থাৰ খেল পথাৰত চাৱ পাৰিব টাটা আই পি এল খেল..... ক্ৰিকেট অনুৰাগী সকলৰ বাৱে সু খৱৰ ভাৰতবৰ্ষৰ ভিভিন্ন ৰাজ্যৰ লগতে অসম তথা যোৰহাটতো অনুষ্ঠিত কৰা হৈছে TATA lPL ফান পাৰ্ক1
- প্ৰাগ নিউজৰ বাতৰিলৈ সঁহাৰি যোৰহাট বন বিভাগৰ গৌৰাংগ ভূঞা মৃত্যু হোৱা স্থানত পুতিছে গাঁত ‘সাৱধান ডাঙৰীয়া গভীৰ পানী’ বুলি লগাইছে ফলক গাৰ নোম লৰাব পৰা নাই অবৈধ বালি মাফিয়াৰ গড়মূৰ-মৰিয়নিত ভোগদৈৰ বুকুত আছে বহু গাঁত1
- https://youtu.be/MOjQZs8LWR0 ভোট গ্ৰহণৰ পাছত প্ৰথম বাৰৰ বাবে মাজুলীত উপস্থিত যোৰহাট লোক সভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈ। মাজুলী অফলামুখ পাৰ ঘাটত গগৈক আদৰণি জনাই জিলা কংগ্ৰেছৰ তৰফৰ পৰা। অহা চাৰি জুনত মাজুলীত আনন্দৰ দিন হব। মাজুলী বাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছো। লোক সভা নিৰ্বাচনত আন সমষ্টিতৰ তুলনাত মাজুলী বাসীয়ে যথেষ্ট পৰিমাণে ভোট প্ৰদান কৰিছে। সমগ্ৰ ভাৰত বৰ্ষত লোক সভা নিৰ্বাচনত ভোট দানৰ হাৰ কমিছে সেই সময়ত মাজুলী বাসী ৰাইজ ওলাই আহি স্বতঃফুট ভাবে ভোট দান কৰিছে। মাজুলী বাসী ৰাইজ সজাগ সচেতন আৰু সতৰ্ক ইয়াৰ পৰাই প্ৰমাণ হৈছে। এই মন্তব্য গৌৰৱ গগৈৰ।1
- প্ৰাগ নিউজৰ বাতৰিলৈ সঁহাৰি যোৰহাট বন বিভাগৰ গৌৰাংগ ভূঞা মৃত্যু হোৱা স্থানত পুতিছে গাঁত ‘সাৱধান ডাঙৰীয়া গভীৰ পানী’ বুলি লগাইছে ফলক গাৰ নোম লৰাব পৰা নাই অবৈধ বালি মাফিয়াৰ গড়মূৰ-মৰিয়নিত ভোগদৈৰ বুকুত আছে বহু গাঁত1
- মাজুলীত যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈ। অফলামুখ পাৰঘাটত প্ৰাৰ্থীগৰাকীক উষ্ম আদৰণি দলীয় কৰ্মীৰ।1
- Macharhat Bor Namghar 🙏🏻 | অবিৰত ভাগৱত পাঠ | Jorhat | 4K VLOG# 1751
- 😱125 Feet Height ka Murti Woh bhi JORHAT Main1