logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

মাকৰি পৰা লক্ষীপুৰ ৰাজ্যিক ঘাইপথ শোচনীয় অৱস্থা গতিকে মই বিভাগীয় অভিযন্তাক অনুৰোধ কৰিছো অতি সোনকালে ৰাস্তাখন ঠিক কৰি মানুহ চলাচল কৰাৰ সুবিধা কৰি দিয়ে যেন। মাকৰি পৰা লক্ষীপুৰ ৰাজ্যিক ঘাইপথৰ খৰমুজা ৰ পৰা আমবাৰী ৰাস্তাটো শোচনীয় অৱস্থা গতিকে মই বিভাগীয় অভিযন্তাক অনুৰোধ কৰিছো অতি সোনকালে ৰাস্তাখন ঠিক কৰি মানুহ চলাচল কৰাৰ সুবিধা কৰি দিয়ে যেন।

2 hrs ago
user_mokibul islam
mokibul islam
বালিজানা, গোৱালপাৰা, অসম•
2 hrs ago
b9cf7cc7-54d7-4bef-8bb4-968be31ac930
a3eb02b2-32dc-434e-816e-6202d4ee7cef

মাকৰি পৰা লক্ষীপুৰ ৰাজ্যিক ঘাইপথ শোচনীয় অৱস্থা গতিকে মই বিভাগীয় অভিযন্তাক অনুৰোধ কৰিছো অতি সোনকালে ৰাস্তাখন ঠিক কৰি মানুহ চলাচল কৰাৰ সুবিধা কৰি দিয়ে যেন। মাকৰি পৰা লক্ষীপুৰ ৰাজ্যিক ঘাইপথৰ খৰমুজা ৰ পৰা আমবাৰী ৰাস্তাটো শোচনীয় অৱস্থা গতিকে মই বিভাগীয় অভিযন্তাক অনুৰোধ কৰিছো অতি সোনকালে ৰাস্তাখন ঠিক কৰি মানুহ চলাচল কৰাৰ সুবিধা কৰি দিয়ে যেন।

More news from অসম and nearby areas
  • নদুৱাৰ সমষ্টিৰ নপামত নিৰ্বাচনী হিংসাত্মক ঘটনা । বিজেপিৰ দলৰ সমৰ্থকে কংগ্ৰেছ কৰ্মীক আক্ৰমণ কৰাৰ অভিযোগ।গুৰুত্বৰ আঘাতপ্ৰাপ্ত কংগ্ৰেছ কৰ্মীক চিকিৎসালয়ত ভৰ্তি #BreakingNews #AssamNews #ElectionViolence #Naduar #BJP #Congress #PoliticalClash #AssamPolitics #TrendingNews #LocalNews #ViralNews #IndiaNews #NewsUpdate #AssamPortalNews #Election2026
    1
    নদুৱাৰ সমষ্টিৰ নপামত নিৰ্বাচনী হিংসাত্মক ঘটনা । বিজেপিৰ দলৰ সমৰ্থকে কংগ্ৰেছ কৰ্মীক আক্ৰমণ কৰাৰ অভিযোগ।গুৰুত্বৰ আঘাতপ্ৰাপ্ত কংগ্ৰেছ কৰ্মীক চিকিৎসালয়ত ভৰ্তি
#BreakingNews #AssamNews #ElectionViolence #Naduar #BJP #Congress #PoliticalClash #AssamPolitics #TrendingNews #LocalNews #ViralNews #IndiaNews #NewsUpdate #AssamPortalNews #Election2026
    user_Assam Portal News
    Assam Portal News
    Local News Reporter বঙাইগাঁও (অংশ), বঙাইগাঁও, অসম•
    8 hrs ago
  • ২২ নং মন্দীয়া সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ফাৰুক খানৰ ব্যতিক্ৰমী নিৰ্বাচন প্ৰচাৰ সভা।
    1
    ২২ নং মন্দীয়া সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ফাৰুক খানৰ ব্যতিক্ৰমী নিৰ্বাচন প্ৰচাৰ সভা।
    user_NeTV - North East TV
    NeTV - North East TV
    Media house কলগাছিয়া, বৰপেটা, অসম•
    16 hrs ago
  • বৰপেটা জিলাৰ ২২ নং মন্দিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত কলগাছিয়াত আজি কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদ্বোধন কৰে সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ সম্পাদক তথা অসমৰ তত্বাৱধায়ক পৃথিৰাজ প্ৰভাকৰ ছাথে। তেওঁ কয় যে অসমত কংগ্ৰেছৰ চৰকাৰ গঠন হ'লে এশ দিনৰ ভিতৰত জুবিন গাৰ্গৰ হত্যাৰ ন্যায় প্ৰদান কৰা হ'ব।
    1
    বৰপেটা জিলাৰ ২২ নং মন্দিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত কলগাছিয়াত আজি কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদ্বোধন কৰে সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ সম্পাদক তথা অসমৰ তত্বাৱধায়ক পৃথিৰাজ প্ৰভাকৰ ছাথে। তেওঁ কয় যে অসমত কংগ্ৰেছৰ চৰকাৰ গঠন হ'লে এশ দিনৰ ভিতৰত জুবিন গাৰ্গৰ হত্যাৰ ন্যায় প্ৰদান কৰা হ'ব।
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    18 hrs ago
  • কথা দি কথা ৰাখিব নোৱাৰা এজেপি আৰু বিজেপি নেতৃত্বাধীন চৰকাৰক অসমৰ ৰাইজে এতিয়া আৰু নিবিচাৰে—এইদৰে তীব্ৰ ভাষাৰে সমালোচনা কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি তথা সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক জাকিৰ হুছেইনে। তেওঁৰ মতে, ৰাজ্যত কংগ্ৰেছৰ নেতৃত্বত গঠিত বিৰোধী ঐক্য মঞ্চ দিনক দিনে অধিক শক্তিশালী হৈ উঠিছে আৰু আগন্তুক নিৰ্বাচনত কংগ্ৰেছ চৰকাৰ গঠন প্ৰায় নিশ্চিত।বিজেপিক ‘সুবিধাবাদী দল’ বুলি কটাক্ষ কৰি জাকিৰ হুছেইনে কয় যে, এই চৰকাৰে জনতাৰ আশাৰ লগত বিশ্বাসঘাতকতা কৰিছে। অসমৰ সাংস্কৃতিক আইকন জুবিন গাৰ্গৰ বিষয়তো গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই তেওঁ কয়— কংগ্ৰেছ চৰকাৰ গঠন হ’লে মাত্ৰ ১০০ দিনৰ ভিতৰত জুবিন গাৰ্গে ন্যায় পাব বুলি তেওঁ আশ্বাস দিয়ে।
    1
    কথা দি কথা ৰাখিব নোৱাৰা এজেপি আৰু বিজেপি নেতৃত্বাধীন চৰকাৰক অসমৰ ৰাইজে এতিয়া আৰু নিবিচাৰে—এইদৰে তীব্ৰ ভাষাৰে সমালোচনা কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি তথা সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক জাকিৰ হুছেইনে।
তেওঁৰ মতে, ৰাজ্যত কংগ্ৰেছৰ নেতৃত্বত গঠিত বিৰোধী ঐক্য মঞ্চ দিনক দিনে অধিক শক্তিশালী হৈ উঠিছে আৰু আগন্তুক নিৰ্বাচনত কংগ্ৰেছ চৰকাৰ গঠন প্ৰায় নিশ্চিত।বিজেপিক ‘সুবিধাবাদী দল’ বুলি কটাক্ষ কৰি জাকিৰ হুছেইনে কয় যে, এই চৰকাৰে জনতাৰ আশাৰ লগত বিশ্বাসঘাতকতা কৰিছে। অসমৰ সাংস্কৃতিক আইকন জুবিন গাৰ্গৰ বিষয়তো গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই তেওঁ কয়—
কংগ্ৰেছ চৰকাৰ গঠন হ’লে মাত্ৰ ১০০ দিনৰ ভিতৰত জুবিন গাৰ্গে ন্যায় পাব বুলি তেওঁ আশ্বাস দিয়ে।
    user_Arshad Ali
    Arshad Ali
    Court reporter বৰপেটা, বৰপেটা, অসম•
    17 hrs ago
  • গড়ে মার প্রিয়া পাড়া খারিদল ইঞ্চি
    1
    গড়ে মার প্রিয়া পাড়া খারিদল ইঞ্চি
    user_Habel Uddin
    Habel Uddin
    গৰৈমাৰী, কামৰূপ, অসম•
    5 hrs ago
  • Post by Moe Salim
    1
    Post by Moe Salim
    user_Moe Salim
    Moe Salim
    বজালী (পিটি), বজালী, অসম•
    6 hrs ago
  • ছয়গাঁৱত একাংশ ড্ৰাগছ আসক্ত যুৱকে নিশা হোৱাৰ লগে লগে চুৰি কাৰ্য সংঘটিত কৰা আৰম্ভ কৰিছে । যোৱা নিশা ছয়গাঁৱৰ মাজ মজিয়াত থকা বেউলা পুস্তক মন্দিৰ আৰু বুবুকণ ক্লিনিকত বৈদ্যুতিক সংযোগ কৰা মিটাৰ সহ বহু পৰিমাণৰ বৈদ্যুতিক তাৰ চুৰি কৰাৰ লগতে ডি জিৰ বহু পৰিমাণৰ তাৰ চুৰি কৰি নিছিল । পিছে চি চি টিভিৰ ফুটেজৰ ভিত্তিত চুৰি কাৰ্য সংঘটিত কৰা মূল অভিযুক্ত গৰু বজাৰৰ ৰাজীৱ আলীক আটক কৰে বুবুকণ ক্লিনিকৰ কৰ্মচাৰীয়ে । স্থানীয় ৰাইজে যুৱকজনক লাইট পোষ্টত বান্ধি থয় । ড্ৰাগছ আসক্ত যুৱকজনে চুৰি কাৰ্য সংঘটিত কৰা বুলি নিজ মুখে স্বীকাৰ কৰে । ইয়াৰ উপৰিও তেওঁ চুৰি কৰা সামগ্ৰী সমূহ ডেম্পত বিক্ৰী কৰাৰ কথা উল্লেখ কৰে । ঘটনাস্থলীত উপস্থিত হয় ছয়গাঁও আৰক্ষী । আটক কৰি থানালৈ লৈ যায় অভিযুক্ত ৰাজীৱ আলীক
    1
    ছয়গাঁৱত একাংশ ড্ৰাগছ আসক্ত যুৱকে নিশা হোৱাৰ লগে লগে চুৰি কাৰ্য সংঘটিত কৰা আৰম্ভ কৰিছে । যোৱা নিশা ছয়গাঁৱৰ মাজ মজিয়াত থকা বেউলা পুস্তক মন্দিৰ আৰু বুবুকণ ক্লিনিকত বৈদ্যুতিক সংযোগ কৰা মিটাৰ সহ বহু পৰিমাণৰ বৈদ্যুতিক তাৰ চুৰি কৰাৰ লগতে ডি জিৰ বহু পৰিমাণৰ তাৰ চুৰি কৰি নিছিল । পিছে চি চি টিভিৰ ফুটেজৰ ভিত্তিত চুৰি কাৰ্য সংঘটিত কৰা মূল অভিযুক্ত গৰু বজাৰৰ ৰাজীৱ আলীক আটক কৰে বুবুকণ ক্লিনিকৰ কৰ্মচাৰীয়ে । স্থানীয় ৰাইজে যুৱকজনক লাইট পোষ্টত বান্ধি থয় । ড্ৰাগছ আসক্ত যুৱকজনে চুৰি কাৰ্য সংঘটিত কৰা বুলি নিজ মুখে স্বীকাৰ কৰে । ইয়াৰ উপৰিও তেওঁ চুৰি কৰা সামগ্ৰী সমূহ ডেম্পত বিক্ৰী কৰাৰ কথা উল্লেখ কৰে । ঘটনাস্থলীত উপস্থিত হয় ছয়গাঁও আৰক্ষী । আটক কৰি থানালৈ লৈ যায় অভিযুক্ত ৰাজীৱ আলীক
    user_TIME OF ASSAM
    TIME OF ASSAM
    ছয়গাঁও, কামৰূপ, অসম•
    17 hrs ago
  • 👉🏼 বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত প্ৰাৰ্থী আব্দুল খালেকৰ ভোট ভিক্ষা। 👉🏼 চি পি আই এমৰ সম্পাদক সুপ্ৰকাশ তালুকদাৰ কয় অসমত এইবাৰ বিজেপি পৰাজিত হ'ব, বিৰোধী ঐক্য মঞ্চৰ চৰকাৰ হ'ব। মন্দিয়াৰ পৰা আব্দুল খালেক জয়ী হ'ব।
    1
    👉🏼 বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত প্ৰাৰ্থী আব্দুল খালেকৰ ভোট ভিক্ষা। 
👉🏼 চি পি আই এমৰ সম্পাদক সুপ্ৰকাশ তালুকদাৰ কয় অসমত এইবাৰ বিজেপি পৰাজিত হ'ব, বিৰোধী ঐক্য মঞ্চৰ চৰকাৰ হ'ব। মন্দিয়াৰ পৰা আব্দুল খালেক জয়ী হ'ব।
    user_NeTV - North East TV
    NeTV - North East TV
    Media house কলগাছিয়া, বৰপেটা, অসম•
    23 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.