Shuru
Apke Nagar Ki App…
তিনিচুকীয়াত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানক উৎকৃষ্টতাৰ কেন্দ্ৰলৈ উন্নীতকৰণৰ আধাৰশিলা স্থাপন তিনিচুকীয়া জিলাত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানক উৎকৃষ্টতাৰ কেন্দ্ৰলৈ উন্নীতকৰণৰ আধাৰশিলা স্থাপন অনুষ্ঠান সম্পন্ন । অনুষ্ঠানত উপস্থিত থাকে তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ। লগতে উক্ত সময়ছোৱাত উপস্থিত থাকে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান তিনিচুকীয়াৰ অধ্যক্ষা সংসিতা গগৈ, জিলা বিদ্যালয় পৰিদৰ্শক বিন্তি শৰ্মা। এই প্ৰকল্প অসম চৰকাৰৰ ৰাজ্যিক শিক্ষা অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা অৰ্থায়িত আৰু অসম ৰাজ্যিক অনুসূচিত জাতি উন্নয়ন নিগম লিমিটেডৰ দ্বাৰা সম্পাদিত হৈছে, আনুমানিক খৰচ ৯১৫.২৯ লাখ টকা।
Tinsukia TIME
তিনিচুকীয়াত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানক উৎকৃষ্টতাৰ কেন্দ্ৰলৈ উন্নীতকৰণৰ আধাৰশিলা স্থাপন তিনিচুকীয়া জিলাত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানক উৎকৃষ্টতাৰ কেন্দ্ৰলৈ উন্নীতকৰণৰ আধাৰশিলা স্থাপন অনুষ্ঠান সম্পন্ন । অনুষ্ঠানত উপস্থিত থাকে তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ। লগতে উক্ত সময়ছোৱাত উপস্থিত থাকে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান তিনিচুকীয়াৰ অধ্যক্ষা সংসিতা গগৈ, জিলা বিদ্যালয় পৰিদৰ্শক বিন্তি শৰ্মা। এই প্ৰকল্প অসম চৰকাৰৰ ৰাজ্যিক শিক্ষা অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা অৰ্থায়িত আৰু অসম ৰাজ্যিক অনুসূচিত জাতি উন্নয়ন নিগম লিমিটেডৰ দ্বাৰা সম্পাদিত হৈছে, আনুমানিক খৰচ ৯১৫.২৯ লাখ টকা।
More news from অসম and nearby areas
- ২২ লাখ বহিৰাগত বিহাৰী সম্প্ৰদায়ৰ লোকৰ বাবে অসম বিধানসভাত ৬ খন আসন সংৰক্ষণৰ দাবী এক হাস্যকৰ কথা। তাৰ বিপৰীতে ৮০০ বছৰীয়া ইতিহাস সমৃদ্ধ ৪০ লাখ অসমীয়া মুছলমানৰ বাবে আজিও বিধানসভা, লোকসভা আৰু ৰাজ্যসভাৰ এজনো প্ৰতিনিধি নথকাটো অতি দুৰ্ভাগ্যজনক। ৪০ লাখ অসমীয়া মুছলমানৰ বাবে অসম বিধানসভাত ৫ খন আসনৰ লগতে ৰাজ্যসভাত এখন আসন সংৰক্ষণৰ দাবী উত্থাপন কৰে উজনি অসম মুছলিম কল্যাণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মনিৰুল ইছলাম বড়াই।1
- নগাঁৱত মুকলি হ'ল অত্যাধুনিক প্ৰযুক্তি আৰু সা-সুবিধা সম্পন্ন OPPO শ্ব' ৰুম1
- 📌নগাঁওৰ উত্তৰ অঞ্চলৰ বাবে ভাল খবৰ। 👉ঈদ উপলক্ষে Innovative Bajaj ৰ marketing and consultancy centre এ লৈ আহিছে বাম্পাৰ অফাৰ। 📌যি সকলে BAJAJ ৰ EV গাড়ী লব বিচাৰে তেওঁলোকৰ বাবে সুবৰ্ণ সুযোগ 👉BAJAJ GOGO P7012 গাড়ী ক্ৰয় কৰিলে লাভ কৰিব ৩০ হাজাৰ টকাৰ discount 👉এতিয়া Bajaj ৰ EV গাড়ী লবলৈ বেছি দূৰত যাব নালাগে। 📌কিয়নো নগাঁও জিলাৰ আলিটাঙনীত নতুনকৈ মুকলি কৰা হৈছে Merketing and consultancy নামৰ EV CENTER 📌যি সকলে অতি কম টকাতে ঘৰলৈ লৈ যাব বিচাৰে BAJAJ GOGO, BAJAJ RIKI, BAJAJ EV CARGO,BAJAJ CNG RE COMPACT তেওঁলোকে আজিয়েই যোগাযোগ কৰক জুৰীয়াৰ আলিটাঙনীত থকা Merketing and consultancy centre ত। অধিক জানিবৰ বাবে যোগাযোগ কৰক 9365965643 নম্বৰত ।1
- অৱশেষত উদ্ধাৰ হ'ল নিৰুদ্দেশ হৈ থকা কেন্দাগুৰিৰ জাকিৰ হুছেইনক মৃতদেহ ।1
- নগাঁওৰ উত্তৰ অঞ্চলৰ বাবে ভাল খবৰ। ঈদ উপলক্ষে Innovative Bajaj ৰ marketing and consultancy centre এ লৈ আহিছে বাম্পাৰ অফাৰ। যি সকলে BAJAJ ৰ EV গাড়ী লব বিচাৰে তেওঁলোকৰ বাবে সুবৰ্ণ সুযোগ BAJAJ GOGO P7012 গাড়ী ক্ৰয় কৰিলে লাভ কৰিব ৩০ হাজাৰ টকাৰ discount এতিয়া Bajaj ৰ EV গাড়ী লবলৈ বেছি দূৰত যাব নালাগে। কিয়নো নগাঁও জিলাৰ আলিটাঙনীত নতুনকৈ মুকলি কৰা হৈছে Merketing and consultancy নামৰ EV CENTER যি সকলে অতি কম টকাতে ঘৰলৈ লৈ যাব বিচাৰে BAJAJ GOGO, BAJAJ RIKI, BAJAJ EV CARGO,BAJAJ CNG RE COMPACT তেওঁলোকে আজিয়েই যোগাযোগ কৰক জুৰীয়াৰ আলিটাঙনীত থকা Merketing and consultancy centre ত। অধিক জানিবৰ বাবে যোগাযোগ কৰক 9365965643 নম্বৰত ।1
- কংগ্ৰেছৰ নতুন গীতত বিতৰ্ক! ‘মিঞা’ মন্তব্যক লৈ বিস্ফোৰক মন্তব্য পবিত্ৰ মাৰ্ঘেৰিটাৰ” 📌‘আলি কাটি জালি দিম’ — কংগ্ৰেছৰ প্ৰচাৰ গীতত কি বাৰ্তা? প্ৰশ্ন তুলিলে পবিত্ৰ মাৰ্ঘেৰিটাই” 📌সংখ্যালঘুক লক্ষ্য কৰি গীত? কংগ্ৰেছক কটাক্ষ কেন্দ্ৰীয় মন্ত্ৰীৰ” 📌ৰাজনৈতিক উত্তাপ বৃদ্ধি! কংগ্ৰেছৰ গীতক লৈ অসম ৰাজনীতিত নতুন বিতৰ্ক1
- তিনিচুকীয়াত সংঘটিত হৈছে এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা । ৰাজা আলি পথৰ আনন্দ নগৰত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ঘটনাত জাহ যায় কেইবাটাও ভাড়াঘৰ । অগ্নিকাণ্ডৰ সময়ত কেইবাটাও ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত জুইয়ে অধিক বিধ্বংসী ৰূপ লয় ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপিত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ।1
- জুৰীয়াৰ জহাজানত পাচটাকৈ জুৱাৰী আটক ! #NewsUpdate #AssamNews #AssamPolice #police #HimantaBiswaSarma #Juria Nagaon District Administration1
- জুৰীয়া আৰক্ষীয়ে জহাজানৰ পৰা নিশা অভিযান চলাই পাচ কুখ্যাত জুৱাৰী আটক কৰাৰ লগতে জব্দ কৰিছে নগদ ধন আৰু জুৱা খেলত ব্যৱহৃত সা-সামগ্ৰী। 👉আৰক্ষীয়ে আটক কৰা জুৱাৰী কেইটা হ'ল কান্ধুলিমাৰীৰ শ্বাহ আলম, ধিংবৰী চাপৰীৰ নুৰুল হক, হিফজুৰ ৰহমান, উবাইদুল ইছলাম, আৰু পূৱ মুকুন্দআটিৰ হিফজুৰ ৰহমান।1