Shuru
Apke Nagar Ki App…
গোলাঘাট আধাৰসত্ৰ ৰাস মহোৎসৱত বেহাৰবাৰী আউটপোষ্টৰ মোহন খ্যাত দ্বীপজ্যোতি কেওটৰ ৰামধন চৰিত্ৰত অভিনয়ৰ কিছু অংশ আপোনালোকৰ মাজলৈ আগবঢ়ালো। video টো share কৰিব আৰু follow কৰিব। followers highlight Deepjyoti Keot Official Siddhartha Sharma Beharbari Outpost
S Mazarbhuiya
গোলাঘাট আধাৰসত্ৰ ৰাস মহোৎসৱত বেহাৰবাৰী আউটপোষ্টৰ মোহন খ্যাত দ্বীপজ্যোতি কেওটৰ ৰামধন চৰিত্ৰত অভিনয়ৰ কিছু অংশ আপোনালোকৰ মাজলৈ আগবঢ়ালো। video টো share কৰিব আৰু follow কৰিব। followers highlight Deepjyoti Keot Official Siddhartha Sharma Beharbari Outpost
More news from Golaghat and nearby areas
- অসম চেম্বাৰ অৱ কমাৰ্চ,গোলাঘাট শাখাৰ উদ্যোগত আজি আয়োজন কৰা হৈছে নাম কীৰ্তন আৰু ভাওনা প্ৰদৰ্শন। তাৰ উপলক্ষ্যে আমি গোলাঘাটৰ ব্যৱসায়ী,বিভিন্ন দল সংগঠন, কলা কৃষ্টি আদি লগত লৈ ধৰ্মীয় শোভাযাত্ৰা বাহিৰ কৰোঁ। এই শোভাযাত্ৰাত অংক্ষগ্ৰহন কৰি সাফল্যমন্দিত কৰি তোলাৰ বাবে আমি সকলোকে ধন্যবাদ জনাইছোঁ। আজিৰ অনুষ্ঠানৰ পতাকা উত্তোলন কৰে গোলাঘাট জিলা পৌৰসভাৰ পৌৰপতি দুলুমনি বৰবৰাই। আনফালে শোভাযাত্ৰা মুকলি কৰে গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক (নিউজ লাইভ) সমিৰণ দিগন্ত বৰাই।1
- #live ধৰ্মীয় শোভাযাত্ৰা অসম চেম্বাৰ অব কমার্চ গোলাঘাট শাখাৰ উদ্যোগত বার্ষিক নাম প্রসঙ্গ আৰু ডাওনা প্রদর্শন। ১ নং পৌৰবজাৰ এলেকা, এনাজৰী বিবাহ ভৱনৰ সমীপত।1
- বৃহত্তৰ ফলঙনী থুৰাজান মধুবন বাসিৰ হিয়াৰ আমঠু দীপক গগৈ আৰু নাই এই সংসাৰত। গোলাঘাট জিলাৰ মৰঙী মৌজাৰ অন্তৰ্গত থুৰাজান মধুবনৰ সকলোৰে মৰমৰ থুৰাজান মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক, গোলাঘাট জিলা মধ্য ইংৰাজী বিদ্যালয় শিক্ষক সন্থাৰ প্ৰাক্তন সম্পাদক, এসময়ৰ নৱদ্বীপ্ত ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰযোজক, সমাজ সেৱক, অভিনেতা, সাংস্কৃতিৱান কৰ্মী, তাৰোপৰি তেখেত সৎ সাহসী, নি স্বাৰ্থ আৰু নিকা ভাৱ মূতীয়ে কাম কৰি যোৱা সমাজহিতৈষী এজন ব্যক্তি আছিল।1
- অসম চেম্বাৰ অৱ কমাৰ্চ গোলাঘাট শাখাই ভাওনাৰ লগত সংগতি ৰাখি বাহিৰ কৰা ধৰ্মীয় শোভাযাত্ৰাত কন কন শিশু সকলে মুহিলে অজস্ৰ জনক।।1
- চেম্বাৰ্চ অৱ কমাৰ্চ গোলাঘাট শাখাৰ বাৰ্ষিক নাম প্ৰসংঙ্গ আৰু ভাওনা প্ৰদৰ্শন উপলক্ষে ধৰ্মীয় শোভাযাত্ৰা।1
- সমগ্ৰ শিক্ষা অভিযান গোলাঘাট জিলা সমিতিৰ উদ্যোগত জিলা পৰ্যায়ৰ ক'লা উৎসৱ উদযাপন।1
- গোলাঘাট সাহিত্য উৎসৱ আৰু গ্ৰন্থ মেলাৰ প্ৰস্তুতি প্ৰায় সম্পন্ন।1
- আজি কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে দেৰগাওঁ সমষ্টিৰ অসম গণ পৰিষদ দলৰ এখন দলীয় কৰ্মশালা দেৰগাৱঁৰ বাপুজী মন্দিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ৷ সমষ্টি সমিতিৰ সভাপতি প্ৰশান্ত ফুকনৰ সভাপতিত্বত অনুষ্ঠিত সভাত গোলাঘাট জিলা অগপৰ সভাপতি তথা দেৰগাওঁ সমষ্টিৰ তত্ত্বাৱধায়ক ড° নৃপেন বৰুৱা, সমল ব্যক্তি তথা পৰ্যবেক্ষক হিচাবে দলৰ উপসভাপতি তুলসী গগৈ ডাঙৰীয়া উপস্থিত থাকে আৰু বক্তব্য আগবঢ়ায় ৷ কিন্তু দুৰ্ভাগ্যজনকভাবে এই মুহূৰ্তত Prag News ৰ বাতৰিত এক অপপ্ৰচাৰ চলোৱা দেখি মোৰ চকু কপালত উঠিল ৷ সভাত সাংবাদিক বন্ধুসকলৰ আগত মই কোৱা কথাখিনি পুনৰ দাঙি ধৰিলো ৷ ৰাইজে বিচাৰ কৰিব ৷ সাংবাদিক বন্ধুসকলে বাতৰি প্ৰচাৰ কৰোতে কোনো ধৰনৰ বিভ্ৰান্তি সৃষ্টি নকৰি সত্য বাতৰি প্ৰচাৰ কৰা উচিত ৷ Himanta Biswa Sarma Atul Bora অতুল বৰা Keshab Mahanta কেশৱ মহন্ত1
- অসম চেম্বাৰ অৱ কমাৰ্চ, গোলাঘাট শাখাৰ আহ্বান মৰ্মে সাপ্তাহিক বন্ধ দেওবাৰৰ দিনটোত বজাৰ বন্ধ কৰি ৰাখিবলৈ ব্যৱসায়ী সকলক আহ্বান জনোৱা হৈছিল। ব্যৱসায়ী সকলে সমৰ্থন জনাই এতিয়াৰ পৰা দেওবাৰে এইদৰে বন্ধ ৰাখে গোলাঘাটৰ ব্যৱসায়ীক প্ৰতিষ্ঠান সমূহ। এতিয়াৰ পৰা দেওবাৰে সাপ্তাহিক বন্ধ মানি চলিব গোলাঘাটৰ ব্যৱসায়ী সকলে।1