logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

অসম লোকসেৱা আয়োগৰ কাৰ্যৰ বিৰোধিতা-ক্ষুব্ধ আছুৰ সভাপতি উৎপল শৰ্মাৰ মন্তব‍্য ”অসম লোকসেৱা আয়োগৰ কাণ্ডজ্ঞানহীন কাৰ্যৰ বিৰোধিতা। অসম লোকসেৱা আয়োগৰ সংস্কাৰৰ কথা কোৱা মুখ‍্যমন্ত্ৰীৰ পৰাও জবাব বিচাৰিছে -”আছুৰ সভাপতি উৎপল শৰ্মাই।

9 hrs ago
user_Farid Ali.
Farid Ali.
Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
9 hrs ago

অসম লোকসেৱা আয়োগৰ কাৰ্যৰ বিৰোধিতা-ক্ষুব্ধ আছুৰ সভাপতি উৎপল শৰ্মাৰ মন্তব‍্য ”অসম লোকসেৱা আয়োগৰ কাণ্ডজ্ঞানহীন কাৰ্যৰ বিৰোধিতা। অসম লোকসেৱা আয়োগৰ সংস্কাৰৰ কথা কোৱা মুখ‍্যমন্ত্ৰীৰ পৰাও জবাব বিচাৰিছে -”আছুৰ সভাপতি উৎপল শৰ্মাই।

More news from অসম and nearby areas
  • ​ৰাজ্যিক ৰাজনীতিৰ উখল-মাখলৰ মাজতে ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ নেতা তথা ৰঙানদী সমষ্টিৰ সম্ভাৱ্য প্ৰাৰ্থী জাকিৰ হুছেইনে এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। ৰঙানদী সমষ্টিৰ বিষ্ণুপুৰত আয়োজিত এক যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক লৈ এই মন্তব্য কৰে।
    1
    ​ৰাজ্যিক ৰাজনীতিৰ উখল-মাখলৰ মাজতে ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ নেতা তথা ৰঙানদী সমষ্টিৰ সম্ভাৱ্য প্ৰাৰ্থী জাকিৰ হুছেইনে এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। ৰঙানদী সমষ্টিৰ বিষ্ণুপুৰত আয়োজিত এক যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক লৈ এই মন্তব্য কৰে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    2 hrs ago
  • "ৰকিবুল হুছেইন বোলা বস্তুটো হঠাৎ অসমৰ ৰাজনীতিৰ ইমান গুৰুত্বপূৰ্ণ মানুহ হিচাপে প্ৰতিষ্ঠা কেনেকৈ হ’ল ?" "ৰকিবুল হুছেইনৰ দেউতাক কোন আছিল ? তেওঁৰ বংশৰ লিগেছি কি ? ৰকিবুল হুছেইনৰ দেউতাক মুছলিম লীগৰ ভলন্টীয়াৰ আছিল, তেওঁ সেইসময়ত মানুহৰ ঘৰে ঘৰে পাকিস্তানৰ পতাকা উৰুৱাইছিল, অসমখনক পূব পাকিস্তানত অন্তৰ্ভুক্ত কৰিব লাগে বুলি মুছলিম লীগৰ বাবে মানুহ সংগঠিত কৰি ফুৰিছিল" "ৰকিবুল হুছেইনৰ মানসিকতাটো পাকিস্তানপন্থী মানসিকতা" "ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈৰ চিন্তাৰ তৰংগটো একেই" #আসাম টকচ্‌ৰ জনপ্ৰিয় আলাপ অনুষ্ঠানৰ যোগেদি ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন নেতা তথা বিজেপিৰ মুখপাত্ৰ কমল কুমাৰ মেধিৰ ৷
    1
    "ৰকিবুল হুছেইন বোলা বস্তুটো হঠাৎ অসমৰ ৰাজনীতিৰ ইমান গুৰুত্বপূৰ্ণ মানুহ হিচাপে প্ৰতিষ্ঠা কেনেকৈ হ’ল ?"
"ৰকিবুল হুছেইনৰ দেউতাক কোন আছিল ? তেওঁৰ বংশৰ লিগেছি কি ? ৰকিবুল হুছেইনৰ দেউতাক মুছলিম লীগৰ ভলন্টীয়াৰ আছিল, তেওঁ সেইসময়ত মানুহৰ ঘৰে ঘৰে পাকিস্তানৰ পতাকা উৰুৱাইছিল, অসমখনক পূব পাকিস্তানত অন্তৰ্ভুক্ত কৰিব লাগে বুলি মুছলিম লীগৰ বাবে মানুহ সংগঠিত কৰি ফুৰিছিল" "ৰকিবুল হুছেইনৰ মানসিকতাটো পাকিস্তানপন্থী মানসিকতা" "ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈৰ চিন্তাৰ তৰংগটো একেই"
#আসাম টকচ্‌ৰ জনপ্ৰিয় আলাপ অনুষ্ঠানৰ যোগেদি ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন নেতা তথা বিজেপিৰ মুখপাত্ৰ কমল কুমাৰ মেধিৰ ৷
    user_অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    সাংবাদিক Sivasagar, Assam•
    8 hrs ago
  • চৰাইদেউ জিলাৰ চ্যূকাফা পঞ্চায়তৰ ৭ নং ৱাৰ্ডৰ ১ নং নামঘৰৰ পুনৰ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰা হয় । অসম চৰকাৰৰ অসম দৰ্শন আচঁনিৰ অধীনত টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ুৰ বৰগোঁহাই উপস্থিত থাকি শুভাৰম্ভ কৰে
    1
    চৰাইদেউ জিলাৰ চ্যূকাফা পঞ্চায়তৰ ৭ নং ৱাৰ্ডৰ ১ নং নামঘৰৰ পুনৰ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰা হয় । অসম চৰকাৰৰ অসম দৰ্শন আচঁনিৰ অধীনত টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ুৰ বৰগোঁহাই উপস্থিত থাকি শুভাৰম্ভ কৰে
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    6 hrs ago
  • ব্যক্তিগত প্ৰচেষ্টাত হোজাই ত এখন  গৌ শালা প্ৰস্তুত হল হোজাই টেলিবস্তিত।
    1
    ব্যক্তিগত প্ৰচেষ্টাত হোজাই ত এখন  গৌ শালা প্ৰস্তুত হল হোজাই টেলিবস্তিত।
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist উত্তৰ লখিমপুৰ, লখিমপুৰ, অসম•
    4 hrs ago
  • Post by Assam News 18
    1
    Post by Assam News 18
    user_Assam News 18
    Assam News 18
    গোলাঘাট, গোলাঘাট, অসম•
    5 hrs ago
  • জনজাতিকৰনৰ লগতে চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত গোলাঘাট জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত আটছাৰ প্ৰতিবাদ l আটছা কেন্দ্ৰীয় সাধাৰণ পৰিষদ সভাৰ সিদ্ধান্ত ও নিৰ্দেশমৰ্মে গোলাঘাট জিলা আয়ুক্তৰ কাৰ্য্যলয় সন্মুখত আজি শ্ৰমিক সকলক ভূমি আৱন্টন দিয়া বিৰোধিতা কৰি বাগিছাৰ মালিক পক্ষই আদালতৰ দ্বাৰস্থ হোৱা, জনজাতিকৰণ আৰু চাহ শ্ৰমিকৰ দৈনিক মজুৰি নুন্যতম মজুৰি আইন ১৯৪৮ চনৰ অনুসৰি প্ৰদান কৰা দাবীত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে। অসম চাহ জনজাতি ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ উদ্যোগত আৰু আটুৱা গোলাঘাট জিলা সমিতি,গোলাঘাট বোকাখাট,দেৰগাঁৱ,বৰপথাৰ সৰুপথাৰ সহযোগত ধৰ্ণা কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে l আমাৰ প্ৰাপ্য আমাৰ অধিকাৰ,আমাৰ দাবী মানিবই লাগিব,প্ৰাপ্য মজুৰি প্ৰদান কৰক আদি বিভিন্ন শ্ল'গানেৰে সাব্যস্ত কৰে প্ৰতিবাদ l শীঘ্ৰে যদি চৰকাৰে তেওঁলোকৰ দাবী সমূহ মানি নলয় তেনেহলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ।
    1
    জনজাতিকৰনৰ লগতে চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত গোলাঘাট জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত আটছাৰ প্ৰতিবাদ l  আটছা কেন্দ্ৰীয় সাধাৰণ পৰিষদ সভাৰ সিদ্ধান্ত ও নিৰ্দেশমৰ্মে গোলাঘাট জিলা আয়ুক্তৰ কাৰ্য্যলয় সন্মুখত আজি  শ্ৰমিক সকলক ভূমি আৱন্টন দিয়া বিৰোধিতা কৰি বাগিছাৰ মালিক পক্ষই আদালতৰ দ্বাৰস্থ হোৱা, জনজাতিকৰণ আৰু চাহ শ্ৰমিকৰ দৈনিক মজুৰি নুন্যতম মজুৰি আইন ১৯৪৮ চনৰ অনুসৰি প্ৰদান কৰা দাবীত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে। অসম চাহ জনজাতি ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ উদ্যোগত আৰু আটুৱা গোলাঘাট জিলা সমিতি,গোলাঘাট বোকাখাট,দেৰগাঁৱ,বৰপথাৰ সৰুপথাৰ সহযোগত ধৰ্ণা কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে l আমাৰ প্ৰাপ্য আমাৰ অধিকাৰ,আমাৰ দাবী মানিবই লাগিব,প্ৰাপ্য মজুৰি প্ৰদান কৰক আদি বিভিন্ন শ্ল'গানেৰে সাব্যস্ত কৰে প্ৰতিবাদ l শীঘ্ৰে যদি চৰকাৰে তেওঁলোকৰ দাবী সমূহ মানি নলয় তেনেহলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ।
    user_Dibya Jyoti Saikia
    Dibya Jyoti Saikia
    Golaghat, Assam•
    8 hrs ago
  • তিনিচুকীয়াত আটছাৰ উত্তাল প্ৰতিবাদ । চাহ জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰাৰ লগতে চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ দাবীৰে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ। সমান্তৰালভাৱে চাহ শ্ৰমিকক ভূমি পট্টা প্ৰদান কৰা কায্যক বাগিছা কতৃপক্ষই বিৰোধিতা কৰাৰ দাবীৰে আটছা তিনিচুকীয়া জিলা সমিতিয়ে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷
    3
    তিনিচুকীয়াত আটছাৰ উত্তাল প্ৰতিবাদ । 
চাহ জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰাৰ লগতে চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ দাবীৰে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ। 
সমান্তৰালভাৱে চাহ শ্ৰমিকক ভূমি পট্টা প্ৰদান কৰা কায্যক বাগিছা কতৃপক্ষই বিৰোধিতা কৰাৰ দাবীৰে আটছা তিনিচুকীয়া জিলা সমিতিয়ে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷
    user_Bibek Borah
    Bibek Borah
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    8 hrs ago
  • ​জনতাৰ মাজলৈ গৈ তেওঁলোকৰ সুখ-দুখৰ বুজ লোৱাটো মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ এক পৰিচিত শৈলী। শেহতীয়াকৈ এগৰাকী গাঁৱৰ আইতাৰ সৈতে তেওঁৰ এক অতি আন্তৰিক আৰু ৰসাল বাৰ্তালাপ ছচিয়েল মিডিয়াত চৰ্চিত হৈছে। ​ ​কথোপকথনৰ মাজতে আইতাই মুখ্যমন্ত্ৰীক উদ্দেশ্য কৰি কয়— "ভাল বোৱাৰী পোৱাটো সৌভাগ্যৰ কথা।" ঘৰ এখনৰ শান্তি আৰু সমৃদ্ধিত বোৱাৰী এগৰাকীৰ ভূমিকা কিমান গুৰুত্বপূৰ্ণ, আইতাই নিজৰ অভিজ্ঞতাৰে সেই কথা প্ৰকাশ কৰে। ​মুখ্যমন্ত্ৰীয়েও আইতাৰ এই সহজ-সৰল কথাত হয়ভৰ দি আমোদ পায় আৰু হাঁহি-ধেমালিৰে পৰিবেশটো জীপাল কৰি তোলে। আইতাৰ মুখত নিজৰ ঘৰখনৰ আৰু বোৱাৰীৰ গুণগান শুনি মুখ্যমন্ত্ৰীগৰাকীয়েও আপ্লুত হয়।
    1
    ​জনতাৰ মাজলৈ গৈ তেওঁলোকৰ সুখ-দুখৰ বুজ লোৱাটো মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ এক পৰিচিত শৈলী। শেহতীয়াকৈ এগৰাকী গাঁৱৰ আইতাৰ সৈতে তেওঁৰ এক অতি আন্তৰিক আৰু ৰসাল বাৰ্তালাপ ছচিয়েল মিডিয়াত চৰ্চিত হৈছে।
​
​কথোপকথনৰ মাজতে আইতাই মুখ্যমন্ত্ৰীক উদ্দেশ্য কৰি কয়— "ভাল বোৱাৰী পোৱাটো সৌভাগ্যৰ কথা।" ঘৰ এখনৰ শান্তি আৰু সমৃদ্ধিত বোৱাৰী এগৰাকীৰ ভূমিকা কিমান গুৰুত্বপূৰ্ণ, আইতাই নিজৰ অভিজ্ঞতাৰে সেই কথা প্ৰকাশ কৰে। ​মুখ্যমন্ত্ৰীয়েও আইতাৰ এই সহজ-সৰল কথাত হয়ভৰ দি আমোদ পায় আৰু হাঁহি-ধেমালিৰে পৰিবেশটো জীপাল কৰি তোলে। আইতাৰ মুখত নিজৰ ঘৰখনৰ আৰু বোৱাৰীৰ গুণগান শুনি মুখ্যমন্ত্ৰীগৰাকীয়েও আপ্লুত হয়।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    2 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.