logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

মৰঙিৰ 50 ৰ অধিক গাঁৱৰ ৰাইজৰ যন্ত্ৰনাৰ উপশম হব এইবাৰ।খোজকাঢ়ি আহি থুৰামুখ-বগীজান সংযোগী পথৰ আধাৰশিলা স্থাপন বিধায়ক মৃনাল শইকীয়া। নুমলীগড়ৰ মৰঙিত বিধায়ক মৃনাল শইকীয়াই খোজকাঢ়ি আহি উদ্ধোধন কৰিলে পথ। অসম মালাৰ অধীনৰ প্ৰায় ৫০ কোটি টকা ব্যায় সাপেক্ষে মুৰফুলনী পৰা বগীজান সংযোগী পথৰ আধাৰশিলা কৰিলে বিধায়ক গৰাকীয়ে। দীৰ্ঘদিন ধৰি মৰঙিৰ 50 ৰ অধিক গাঁৱৰ ৰাইজৰ যন্ত্ৰনাৰ একমাত্ৰ কাৰণ হৈ পৰিছিল থুৰামুখ-বগীজান সংযোগী পথ।এই পথেৰে যাতায়ত কৰাতো একপ্ৰকাৰ অসমৰ্থ হৈ পৰিছিল। বিগত সময়ত বহু জন প্ৰতিনিধি আহিল ।কিন্তু এই পথটোৰ উন্নয়ণ নহল।যাৰ বাবে দুৰ্ভোগ ভূগিব লগা হৈছিল ৰাইজে।এইবাৰ বিধায়ক মৃনাল শইকীয়াৰ নেতৃত্বত অসম মালা আচনিৰ অধীনত মুঠ 16 কিলোমিটাৰ পথ 53 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কাৰ্য্য আৰম্ভ হৈছে।প্ৰথম পৰ্যায়ত 7 কিলোমিটাৰ নিৰ্মাণ কাৰ্য্যৰ আজি আধাৰশিলা স্থাপন কৰে বিধায়ক মৃনাল শইকীয়াই।

on 11 March
user_D B
D B
সাংবাদিক মৰঙী, গোলাঘাট, অসম•
on 11 March

মৰঙিৰ 50 ৰ অধিক গাঁৱৰ ৰাইজৰ যন্ত্ৰনাৰ উপশম হব এইবাৰ।খোজকাঢ়ি আহি থুৰামুখ-বগীজান সংযোগী পথৰ আধাৰশিলা স্থাপন বিধায়ক মৃনাল শইকীয়া। নুমলীগড়ৰ মৰঙিত বিধায়ক মৃনাল শইকীয়াই খোজকাঢ়ি আহি উদ্ধোধন কৰিলে পথ। অসম মালাৰ অধীনৰ প্ৰায় ৫০ কোটি টকা ব্যায় সাপেক্ষে মুৰফুলনী পৰা বগীজান সংযোগী পথৰ আধাৰশিলা কৰিলে বিধায়ক গৰাকীয়ে। দীৰ্ঘদিন ধৰি মৰঙিৰ 50 ৰ অধিক গাঁৱৰ ৰাইজৰ যন্ত্ৰনাৰ একমাত্ৰ কাৰণ হৈ পৰিছিল থুৰামুখ-বগীজান সংযোগী পথ।এই পথেৰে যাতায়ত কৰাতো একপ্ৰকাৰ অসমৰ্থ হৈ পৰিছিল। বিগত সময়ত বহু জন প্ৰতিনিধি আহিল ।কিন্তু এই পথটোৰ উন্নয়ণ নহল।যাৰ বাবে দুৰ্ভোগ ভূগিব লগা হৈছিল ৰাইজে।এইবাৰ বিধায়ক মৃনাল শইকীয়াৰ নেতৃত্বত অসম মালা আচনিৰ অধীনত মুঠ 16 কিলোমিটাৰ পথ 53 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কাৰ্য্য আৰম্ভ হৈছে।প্ৰথম পৰ্যায়ত 7 কিলোমিটাৰ নিৰ্মাণ কাৰ্য্যৰ আজি আধাৰশিলা স্থাপন কৰে বিধায়ক মৃনাল শইকীয়াই।

More news from অসম and nearby areas
  • মাজুলীৰ ভকতিদুৱাৰত বিহু অনুষ্ঠান কৰিব জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষুৱে, সৃষ্টি এক সমন্বয়ৰ যাত্ৰাৰ উদ্যোগত আয়োজন কৰা ব'হাগী উৎসৱত গীত পৰিৱেশন কৰিব শিল্পীগৰাকীয়ে।
    1
    মাজুলীৰ ভকতিদুৱাৰত বিহু অনুষ্ঠান কৰিব জনপ্ৰিয়  কণ্ঠশিল্পী দীক্ষুৱে, সৃষ্টি এক সমন্বয়ৰ যাত্ৰাৰ উদ্যোগত আয়োজন কৰা ব'হাগী উৎসৱত গীত পৰিৱেশন কৰিব শিল্পীগৰাকীয়ে।
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    4 hrs ago
  • Post by Imdad hussain
    1
    Post by Imdad hussain
    user_Imdad hussain
    Imdad hussain
    চুমুকেডিমা, চুমৌকেডিমা, নাগালেণ্ড•
    15 hrs ago
  • সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আজি সংবিধান প্ৰণেতা ড° বি. আৰ. আম্বেদকাৰৰ ১৩৫ সংখ্যক জন্ম জয়ন্তী বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়। শিৱসাগৰ চহৰৰ ৩ নং ৱাৰ্ডৰ ড° ভূপেন হাজৰিকা পথত আয়োজিত এই অনুষ্ঠানত পতাকা উত্তোলন আৰু বৃক্ষ ৰোপণৰ পাছতে বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজকৰ্মী হোমেন দাসে। ​অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মৃদুল দাসে আম্বেদকাৰৰ জীৱন দৰ্শন আৰু দেশৰ প্ৰতি থকা তেওঁৰ অৱদানৰ ওপৰত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। স্থানীয় যুৱক-যুৱতীৰ গীত-মাত আৰু বিহু হুঁচৰিৰ প্ৰদৰ্শনে অনুষ্ঠানটোত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। ​
    4
    সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আজি সংবিধান প্ৰণেতা ড° বি. আৰ. আম্বেদকাৰৰ ১৩৫ সংখ্যক জন্ম জয়ন্তী বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়। শিৱসাগৰ চহৰৰ ৩ নং ৱাৰ্ডৰ ড° ভূপেন হাজৰিকা পথত আয়োজিত এই অনুষ্ঠানত পতাকা উত্তোলন আৰু বৃক্ষ ৰোপণৰ পাছতে বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজকৰ্মী হোমেন দাসে।
​অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মৃদুল দাসে আম্বেদকাৰৰ জীৱন দৰ্শন আৰু দেশৰ প্ৰতি থকা তেওঁৰ অৱদানৰ ওপৰত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। স্থানীয় যুৱক-যুৱতীৰ গীত-মাত আৰু বিহু হুঁচৰিৰ প্ৰদৰ্শনে অনুষ্ঠানটোত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে।
​
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    19 hrs ago
  • Post by Tezpur Barta
    1
    Post by Tezpur Barta
    user_Tezpur Barta
    Tezpur Barta
    Local News Reporter তেজপুৰ, শোণিতপুৰ, অসম•
    12 hrs ago
  • আমি এমন করে ভিডিও করলে শুধু আমাকে বাদে বাকি সব কিছুই দেখা যাবে 🙂🙌🏻🌺সবাই সবের পাশে থাকবেন এবং ইনশাআল্লাহ পাশে পাবেন সবাইরে সাপোর্ট করবেন আমিও সাপোর্ট করব 🌺
    1
    আমি এমন করে ভিডিও করলে শুধু আমাকে বাদে বাকি সব কিছুই দেখা যাবে 🙂🙌🏻🌺সবাই সবের পাশে থাকবেন এবং ইনশাআল্লাহ পাশে পাবেন  সবাইরে সাপোর্ট করবেন আমিও সাপোর্ট করব 🌺
    user_Salman Hussain
    Salman Hussain
    Doboka, Hojai•
    23 hrs ago
  • সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰূপহী হাটৰ জ্ঞান বিকাশ বিদ্যাপীঠৰ ফলাফলে উৎফুল্লিত কৰিছে বিদ্যালয় খনিৰ কতৃপক্ষৰ লগতে অঞ্চল বাসী ৰাইজক। জ্ঞান বিকাশ বিদ্যাপীঠৰ কৰ্তৃপক্ষ নতুন উদ্যমেৰে সাজু হৈছে আগন্তুক শিক্ষাবৰ্ষৰ বাবে। ১৫৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১০০ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হবলৈ সক্ষম হৈছে বিদ্যালয় খনিৰ পৰা।
    1
    সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰূপহী হাটৰ জ্ঞান বিকাশ বিদ্যাপীঠৰ  ফলাফলে উৎফুল্লিত কৰিছে বিদ্যালয় খনিৰ কতৃপক্ষৰ লগতে অঞ্চল বাসী ৰাইজক।
জ্ঞান বিকাশ বিদ্যাপীঠৰ কৰ্তৃপক্ষ নতুন উদ্যমেৰে সাজু হৈছে আগন্তুক শিক্ষাবৰ্ষৰ বাবে।
১৫৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১০০ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হবলৈ সক্ষম হৈছে বিদ্যালয় খনিৰ পৰা।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    2 hrs ago
  • Post by DeV 24 News
    1
    Post by DeV 24 News
    user_DeV 24 News
    DeV 24 News
    Newsagent ৰূপাহী, নগাঁও, অসম•
    16 hrs ago
  • Post by Assam Update
    1
    Post by Assam Update
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    13 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.