Shuru
Apke Nagar Ki App…
Lanka panjab basti wd no2 Lanka forstgat
Prasenjit Mazumder
Lanka panjab basti wd no2 Lanka forstgat
More news from অসম and nearby areas
- বাদুড়িআ থানা বোসাআটথানাভতফৌপূপূসৌঢদড2
- আজিৰে পৰা নগাঁও জিলাৰ বিভিন্ন বিধানসভা সমষ্টিত আৰম্ভ হৈছে ৮৫ বছৰীয়া বৃদ্ধ আৰু দিব্যাংগ লোক সকলৰ বাবে ঘৰে ঘৰে গৈ ভোট গ্ৰহণৰ কাৰ্যসূচী। ২০২৬ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন। কি শাসক কি বিৰোধী সকলো এতিয়া তৎপৰ হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰত। নগাঁও জিলা প্ৰশাসনে যুদ্ধকালীন প্ৰস্তুতি চলাইছে আগন্তুক নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে। আজিৰে পৰা নিৰ্বাচন আয়োগৰ লোকসকলে ঘৰে ঘৰে গৈ ৮৫ বছৰীয়া বৃদ্ধ আৰু দিব্যাংগ লোক সকলৰ ভোট গ্ৰহণৰ কাৰ্যসূচী আৰম্ভ কৰিছে। এই কাৰ্যসূচী সফল ৰূপায়ণৰ বাবে সকলোৰে সহায় সহযোগিতা কামনা কৰিছ নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। তেওঁ এক ভিডিঅ' বাৰ্তা যোগে সকলোকে শান্তি সম্প্ৰীতি বজাই ৰাখি নগাঁও জিলাখনত যাতে সুকলমে নিৰ্বাচন অনুষ্ঠিত হয় তাৰ বাবে ৰাইজলৈ আহ্বান জনাইছে।1
- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল তেওঁ হাৱাই চেন্ডেল পিন্ধি ৰাজনীতিলৈ আহিছিল_মন্তব্য চামগুৰিৰ কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ1
- Post by Sujan Das1
- 📌*চামগুৰিত এ আই ইউ ডি এফৰ বিফল প্ৰচাৰ অভিযান হেলিকপ্টাৰ লৈ আধাতে উভতিল বদৰুদ্দিন আজমল* চামগুৰি বিধানসভা সমষ্টিত নিৰ্বাচনী গৰমৰ মাজতে আজি এ আই ইউ ডি এফ (AIUDF) দলৰ এক বিশেষ প্ৰচাৰ সভাই আমোদজনক মোৰ লয়। সমষ্টিটোৰ দলীয় প্ৰাৰ্থী আব্দুল আজিজৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহাৰ কথা আছিল দলটোৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলৰ। কিন্তু এক নাটকীয় পৰিস্থিতিত তেওঁৰ হেলিকপ্টাৰখন আকাশৰ পৰাই পুনৰ উভতি যায়। আজি দিনৰ ভাগত চামগুৰিৰ কাৱৈমাৰীৰ সভাখনত হাজাৰ হাজাৰ সমৰ্থক বদৰুদ্দিন আজমলৰ ভাষণ শুনিবলৈ অপেক্ষা কৰি আছিল। প্ৰাৰ্থী আব্দুল আজিজৰ হৈ শক্তি প্ৰদৰ্শন কৰাৰ লক্ষ্যৰে এই বৃহৎ সভাখনৰ আয়োজন কৰা হৈছিল। খবৰ অনুসৰি, আজমলৰ হেলিকপ্টাৰখন সভাৰ স্থানলৈ বুলি ৰাওনা হৈছিল যদিও অৱতৰণ নকৰাকৈয়ে তেওঁ পুনৰ আকাশ মাৰ্গেৰে উভতি যায়। আজমলৰ আগমনক লৈ উৎসাহিত হৈ থকা এ আই ইউ ডি এফৰ কৰ্মী আৰু সমৰ্থক সকলৰ মাজত এই ঘটনাই বিৰক্তি আৰু হতাশাই বিৰাজ কৰিছে। সভাৰ স্থলীত উপস্থিত থকা বহু লোকে আশা কৰিছিল যে আজমলে তেওঁলোকৰ অঞ্চলটোৰ বাবে বিশেষ কিবা ঘোষণা কৰিব, কিন্তু হেলিকপ্টাৰ উভতি যোৱাৰ খবৰে জনসাধাৰণক আচৰিত কৰি তোলে। অৱশ্যে আজমলৰ হেলিকপ্টাৰখন কি কাৰণত অৱতৰণ নকৰাকৈ উভতি গ’ল, সেই বিষয়ে এতিয়ালৈকে দলীয় কৰ্তৃপক্ষৰ পৰা কোনো স্পষ্ট চৰকাৰী বিবৃতি প্ৰকাশ পোৱা নাই। কিছুমানৰ মতে কাৰিকৰী অসুবিধা বা বতৰৰ সমস্যা হ’ব পাৰে, আনহাতে আন একাংশই ইয়াক এক ৰাজনৈতিক কৌশল বুলিও চৰ্চা কৰিছে। প্ৰাৰ্থী আব্দুল আজিজৰ বাবে এয়া এক মোক্ষম আঘাত বুলি ধাৰণা কৰা হৈছে। নিৰ্বাচনৰ মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত দলীয় মুৰব্বীজনৰ অনুপস্থিতিয়ে প্ৰচাৰ অভিযানত কেনে প্ৰভাৱ পেলাব, সেয়া লক্ষণীয় হ’ব। ৰকিয়ে PWD ৰ অভিযন্তাৰ লগত মিলি খেলিমেলি কৰিছে ,কিন্ত ৰাইজে এটা চিয়াৰো ভাঙা নাই ,বদৰ উদ্দিন আজমল এইদৰে প্ৰতিক্ৰিয়া কৰে1
- মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰীয়ে নিৰ্বাচনৰ প্ৰচাৰ যোৱাকালি দিনটো কেইবাটাও অঞ্চলত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিবলৈ দেশা পোৱা গল মৰিগাঁও সমষ্টি বিধায়ক ৰমাকান্ত দেউৰী1
- Post by Mahesh kumar das1
- বাবুল আলীৰ বাসগৃহত ৰকিবুল হুছেইন আৰু চামগুৰিৰ কংগ্ৰেছৰ প্ৰাৰ্থী তানজিল হুছেইনৰ উপস্থিতিত গেৰুৱা দল এৰি কংগ্ৰেছত যোগদান কৰে বাবুল আলীয়ে।নিৰ্বাচনৰ পূৰ্বে চামগুৰিত বিজেপিৰ ভৰিৰ তলৰ মাটি কঁপি উঠিছে। বিজেপিৰ প্ৰভাৱশালী নেতা বাবুল আলীয়ে আজি দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে। কেৱল বাবুল আলীয়েই নহয়, তেওঁৰ সৈতে বিজেপিৰ হাজাৰ হাজাৰ কৰ্মীয়ে আজি কংগ্ৰেছৰ হাত ধৰে।1