logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ড্ৰাগছৰ বিৰুদ্ধে অৰুণাচল প্ৰদেশৰ চাংলাং জিলা আৰক্ষীয়ে অব্যাহত ৰাখিছে কঠোৰ অভিযান। অৰুণাচল প্ৰদেশৰ চাংলাং জিলা আৰক্ষীৰ এক বৃহৎ সফলতাত নদীপাৰ অঞ্চলৰ পৰা বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰীসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। সবিশেষ চাংলাঙত ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ মাৰথোন অভিযান। চাংলাং জিলাৰ আৰক্ষী অধীক্ষকৰ (SP) প্ৰত্যক্ষ তত্বাৱধানত আৰু চাংলাং সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া (OC) পৰিদৰ্শক বি. চাৰোহৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে নদীপাৰ অঞ্চলত এক গোপন সূত্ৰৰ পম খেদি তালাচী অভিযান চলায়।​এই অভিযান কালত আৰক্ষীৰ দলটোৱে প্লাষ্টিকৰ কণ্টেইনাৰত লুকুৱাই ৰখা অৱস্থাত প্ৰায় ২২.২ গ্ৰাম সন্দেহযুক্ত নিচাজাতীয় পাউডাৰ (হেৰোইন) জব্দ কৰিবলৈ সক্ষম হয়। ড্ৰাগছখিনি নিজৰ জিম্মাত ৰখাৰ অপৰাধত আৰক্ষীয়ে মাণিক বণিক নামৰ এজন ব্যক্তিক হাতে-লোটে গ্ৰেপ্তাৰ কৰে। ​ধৃত অভিযুক্ত মাণিক বণিকৰ বিৰুদ্ধে ইতিমধ্যে NDPS আইন, ১৯৮৫ ৰ অধীনত এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ​উল্লেখযোগ্য যে, এই সফল অভিযানত পৰিদৰ্শক বি. চাৰোহৰ লগতে কনিষ্টবল নকোৱাং খেটে, সুশীল ৰাজভৰ, হিয়াৰাং আপেচাম, নোৱাং ৱাংছা, মহিলা কনিষ্টবল আৰতি মিবাং আৰু চালক কনিষ্টবল লোমডুং হাখিয়ে আগভাগ লয়। ​জিলাখনৰ পৰা ড্ৰাগছৰ সন্ত্ৰাস নিৰ্মূল কৰাৰ ক্ষেত্ৰত চাংলাং জিলা আৰক্ষীয়ে যে কোনো ধৰণৰ আপোচ নকৰে, সেয়া এই অভিযানৰ জৰিয়তে পুনৰবাৰ স্পষ্ট কৰি দিছে।

14 hrs ago
user_Deepak Das
Deepak Das
Local News Reporter মাৰ্ঘেৰিটা, তিনিচুকীয়া, অসম•
14 hrs ago
653a0306-16e9-474a-b66f-25dfef724914

ড্ৰাগছৰ বিৰুদ্ধে অৰুণাচল প্ৰদেশৰ চাংলাং জিলা আৰক্ষীয়ে অব্যাহত ৰাখিছে কঠোৰ অভিযান। অৰুণাচল প্ৰদেশৰ চাংলাং জিলা আৰক্ষীৰ এক বৃহৎ সফলতাত নদীপাৰ অঞ্চলৰ পৰা বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰীসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। সবিশেষ চাংলাঙত ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ মাৰথোন অভিযান। চাংলাং জিলাৰ আৰক্ষী অধীক্ষকৰ (SP) প্ৰত্যক্ষ তত্বাৱধানত আৰু চাংলাং সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া (OC) পৰিদৰ্শক বি. চাৰোহৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে নদীপাৰ অঞ্চলত এক গোপন সূত্ৰৰ পম খেদি তালাচী অভিযান চলায়।​এই অভিযান কালত আৰক্ষীৰ দলটোৱে প্লাষ্টিকৰ কণ্টেইনাৰত লুকুৱাই ৰখা অৱস্থাত প্ৰায় ২২.২ গ্ৰাম সন্দেহযুক্ত নিচাজাতীয় পাউডাৰ (হেৰোইন) জব্দ কৰিবলৈ সক্ষম হয়। ড্ৰাগছখিনি নিজৰ জিম্মাত ৰখাৰ অপৰাধত আৰক্ষীয়ে মাণিক বণিক নামৰ এজন ব্যক্তিক হাতে-লোটে গ্ৰেপ্তাৰ কৰে। ​ধৃত অভিযুক্ত মাণিক বণিকৰ বিৰুদ্ধে ইতিমধ্যে NDPS আইন, ১৯৮৫ ৰ অধীনত এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ​উল্লেখযোগ্য যে, এই সফল অভিযানত পৰিদৰ্শক বি. চাৰোহৰ লগতে কনিষ্টবল নকোৱাং খেটে, সুশীল ৰাজভৰ, হিয়াৰাং আপেচাম, নোৱাং ৱাংছা, মহিলা কনিষ্টবল আৰতি মিবাং আৰু চালক কনিষ্টবল লোমডুং হাখিয়ে আগভাগ লয়। ​জিলাখনৰ পৰা ড্ৰাগছৰ সন্ত্ৰাস নিৰ্মূল কৰাৰ ক্ষেত্ৰত চাংলাং জিলা আৰক্ষীয়ে যে কোনো ধৰণৰ আপোচ নকৰে, সেয়া এই অভিযানৰ জৰিয়তে পুনৰবাৰ স্পষ্ট কৰি দিছে।

More news from Assam and nearby areas
  • 📌অৰুণাচলৰ Shadam & The Zeal Band-ৰ মহানুভৱতা: অসমৰ বানাক্ৰান্তৰ বাবে সংগীতানুষ্ঠানৰ আয়োজন। 📌অসমৰ বানপীড়িত লোকসকলৰ সহায়ৰ উদ্দেশ্যে Arunachal-ৰ Shadam & The Zeal Band-এ তিনিচুকীয়া থানা চাৰিআলিত স্থানীয় শিল্পীসকলক লগত লৈ এক বিশেষ সংগীতানুষ্ঠানৰ আয়োজন কৰিব। 📌অনুষ্ঠানটোৰ জৰিয়তে সংগ্ৰহ হোৱা সমগ্ৰ ধন বানপীড়িতসকলৰ সকাহৰ বাবে আগবঢ়োৱা হ'ব। এই মানৱীয় পদক্ষেপে আন্তঃৰাজ্যিক সম্প্ৰীতি আৰু সহমৰ্মিতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। 📌অৰুণাচলৰ Shadam & The Zeal Band-ৰ মহানুভৱতা: অসমৰ বানাক্ৰান্তৰ বাবে সংগীতানুষ্ঠানৰ আয়োজন। 📌অসমৰ বানপীড়িত লোকসকলৰ সহায়ৰ উদ্দেশ্যে Arunachal-ৰ Shadam & The Zeal Band-এ তিনিচুকীয়া থানা চাৰিআলিত স্থানীয় শিল্পীসকলক লগত লৈ এক বিশেষ সংগীতানুষ্ঠানৰ আয়োজন কৰিব। 📌অনুষ্ঠানটোৰ জৰিয়তে সংগ্ৰহ হোৱা সমগ্ৰ ধন বানপীড়িতসকলৰ সকাহৰ বাবে আগবঢ়োৱা হ'ব। এই মানৱীয় পদক্ষেপে আন্তঃৰাজ্যিক সম্প্ৰীতি আৰু সহমৰ্মিতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে।
    1
    📌অৰুণাচলৰ Shadam & The Zeal Band-ৰ মহানুভৱতা: অসমৰ বানাক্ৰান্তৰ বাবে সংগীতানুষ্ঠানৰ আয়োজন।
📌অসমৰ বানপীড়িত লোকসকলৰ সহায়ৰ উদ্দেশ্যে Arunachal-ৰ Shadam & The Zeal Band-এ তিনিচুকীয়া থানা চাৰিআলিত স্থানীয় শিল্পীসকলক লগত লৈ এক বিশেষ সংগীতানুষ্ঠানৰ আয়োজন কৰিব। 
📌অনুষ্ঠানটোৰ জৰিয়তে সংগ্ৰহ হোৱা সমগ্ৰ ধন বানপীড়িতসকলৰ সকাহৰ বাবে আগবঢ়োৱা হ'ব। এই মানৱীয় পদক্ষেপে আন্তঃৰাজ্যিক সম্প্ৰীতি আৰু সহমৰ্মিতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে।

    user_SANTOSH KR PHUKAN
    SANTOSH KR PHUKAN
    Local News Reporter Tinsukia, Assam•
    3 hrs ago
  • তিনিচুকীয়াৰ হিজুগুৰী ৰেল ষ্টেচনত অপমান ভাৰতীয় জাতীয় পতাকাক উল্লেখযোগ্য যে তিনিচুকীয়া জিলাৰ হিজুগুৰী ৰেলৱে ষ্টেচনৰ সন্মুখত ধ্বজা বাহক হৈ উত্তোলন হৈ থকা আমাৰ স্বাভিমান সন্মানৰ প্ৰতীক জাতীয় পতাকাখন ফালি চিৰি যোৱা অৱস্থাত উৰুৱাই থোৱা আছে। গুৰুত্ব নাই ৰেলৱে কৃতপক্ষৰ
    1
    তিনিচুকীয়াৰ হিজুগুৰী ৰেল ষ্টেচনত অপমান ভাৰতীয় জাতীয় পতাকাক 
উল্লেখযোগ্য যে তিনিচুকীয়া জিলাৰ হিজুগুৰী ৰেলৱে ষ্টেচনৰ সন্মুখত ধ্বজা বাহক হৈ উত্তোলন হৈ থকা আমাৰ স্বাভিমান সন্মানৰ প্ৰতীক জাতীয় পতাকাখন ফালি চিৰি যোৱা অৱস্থাত উৰুৱাই থোৱা আছে। গুৰুত্ব নাই ৰেলৱে কৃতপক্ষৰ
    user_Pallab jyoti ujonir barta
    Pallab jyoti ujonir barta
    বৰডুমচা, তিনিচুকীয়া, অসম•
    7 hrs ago
  • হেডলাইন: ডিগবৈত জৰাজীৰ্ণ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতি আৰম্ভ, বিধায়ক সুৰেন ফুকনৰ প্ৰচেষ্টাত NHIDCLৰ পদক্ষেপ মূল পইণ্টসমূহঃ ▶️ ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকনৰ নেৰানেপেৰা প্ৰচেষ্টাত ডিগবৈ চহৰৰ জৰাজীৰ্ণ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ কাম আৰম্ভ। ▶️ ডিগবৈ ৰামনগৰৰ পৰা গোলাইলৈকে চাৰিলেন পথ নিৰ্মাণ চলি থকাৰ মাজতে পথছোৱা জৰাজীৰ্ণ হৈ যাতায়াতত তীব্ৰ সমস্যা সৃষ্টি হৈছিল। ▶️ পূৰ্বতে ঠিকা লাভ কৰা দুটা প্ৰতিষ্ঠানে আধাতে কাম এৰি দিয়াৰ ফলত পথত ডাঙৰ ডাঙৰ গাত সৃষ্টি হৈছিল। ▶️ বিষয়টো মুখ্যমন্ত্ৰীক অৱগত কৰাৰ লগতে NHIDCLৰ সৈতে ধাৰাবাহিকভাৱে যোগাযোগ ৰাখিছিল বিধায়ক সুৰেন ফুকনে। ▶️ বিধায়কৰ প্ৰচেষ্টাৰ ফলত NHIDCLয়ে আজিৰে পৰা পথছোৱাৰ মেৰামতি আৰু নিৰ্মাণৰ কাম আৰম্ভ কৰে। ▶️ বিধায়ক সুৰেন ফুকনে নিজে উপস্থিত থাকি কামৰ তদাৰক কৰাৰ লগতে নিৰ্মাণকাৰী সংস্থাক শীঘ্ৰে কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়ে। ▶️ পৰিদৰ্শনৰ সময়ত সমজিলা আয়ুক্ত ফিলিছ ভি. এইচ. হ্ৰাংচাল, NHIDCLৰ বিষয়াবৰ্গ, সমাজসেৱিকা স্মৃতি দাস, সমাজসেৱক ত্ৰিদীপ কাকতি আৰু দিব্যজ্যোতি মৰাণ উপস্থিত থাকে। হেডলাইন: ডিগবৈত জৰাজীৰ্ণ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতি আৰম্ভ, বিধায়ক সুৰেন ফুকনৰ প্ৰচেষ্টাত NHIDCLৰ পদক্ষেপ মূল পইণ্টসমূহঃ ▶️ ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকনৰ নেৰানেপেৰা প্ৰচেষ্টাত ডিগবৈ চহৰৰ জৰাজীৰ্ণ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ কাম আৰম্ভ। ▶️ ডিগবৈ ৰামনগৰৰ পৰা গোলাইলৈকে চাৰিলেন পথ নিৰ্মাণ চলি থকাৰ মাজতে পথছোৱা জৰাজীৰ্ণ হৈ যাতায়াতত তীব্ৰ সমস্যা সৃষ্টি হৈছিল। ▶️ পূৰ্বতে ঠিকা লাভ কৰা দুটা প্ৰতিষ্ঠানে আধাতে কাম এৰি দিয়াৰ ফলত পথত ডাঙৰ ডাঙৰ গাত সৃষ্টি হৈছিল। ▶️ বিষয়টো মুখ্যমন্ত্ৰীক অৱগত কৰাৰ লগতে NHIDCLৰ সৈতে ধাৰাবাহিকভাৱে যোগাযোগ ৰাখিছিল বিধায়ক সুৰেন ফুকনে। ▶️ বিধায়কৰ প্ৰচেষ্টাৰ ফলত NHIDCLয়ে আজিৰে পৰা পথছোৱাৰ মেৰামতি আৰু নিৰ্মাণৰ কাম আৰম্ভ কৰে। ▶️ বিধায়ক সুৰেন ফুকনে নিজে উপস্থিত থাকি কামৰ তদাৰক কৰাৰ লগতে নিৰ্মাণকাৰী সংস্থাক শীঘ্ৰে কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়ে। ▶️ পৰিদৰ্শনৰ সময়ত সমজিলা আয়ুক্ত ফিলিছ ভি. এইচ. হ্ৰাংচাল, NHIDCLৰ বিষয়াবৰ্গ, সমাজসেৱিকা স্মৃতি দাস, সমাজসেৱক ত্ৰিদীপ কাকতি আৰু দিব্যজ্যোতি মৰাণ উপস্থিত থাকে।
    1
    হেডলাইন:

ডিগবৈত জৰাজীৰ্ণ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতি আৰম্ভ, বিধায়ক সুৰেন ফুকনৰ প্ৰচেষ্টাত NHIDCLৰ পদক্ষেপ

মূল পইণ্টসমূহঃ

▶️ ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকনৰ নেৰানেপেৰা প্ৰচেষ্টাত ডিগবৈ চহৰৰ জৰাজীৰ্ণ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ কাম আৰম্ভ।

▶️ ডিগবৈ ৰামনগৰৰ পৰা গোলাইলৈকে চাৰিলেন পথ নিৰ্মাণ চলি থকাৰ মাজতে পথছোৱা জৰাজীৰ্ণ হৈ যাতায়াতত তীব্ৰ সমস্যা সৃষ্টি হৈছিল।

▶️ পূৰ্বতে ঠিকা লাভ কৰা দুটা প্ৰতিষ্ঠানে আধাতে কাম এৰি দিয়াৰ ফলত পথত ডাঙৰ ডাঙৰ গাত সৃষ্টি হৈছিল।

▶️ বিষয়টো মুখ্যমন্ত্ৰীক অৱগত কৰাৰ লগতে NHIDCLৰ সৈতে ধাৰাবাহিকভাৱে যোগাযোগ ৰাখিছিল বিধায়ক সুৰেন ফুকনে।

▶️ বিধায়কৰ প্ৰচেষ্টাৰ ফলত NHIDCLয়ে আজিৰে পৰা পথছোৱাৰ মেৰামতি আৰু নিৰ্মাণৰ কাম আৰম্ভ কৰে।

▶️ বিধায়ক সুৰেন ফুকনে নিজে উপস্থিত থাকি কামৰ তদাৰক কৰাৰ লগতে নিৰ্মাণকাৰী সংস্থাক শীঘ্ৰে কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়ে।

▶️ পৰিদৰ্শনৰ সময়ত সমজিলা আয়ুক্ত ফিলিছ ভি. এইচ. হ্ৰাংচাল, NHIDCLৰ বিষয়াবৰ্গ, সমাজসেৱিকা স্মৃতি দাস, সমাজসেৱক ত্ৰিদীপ কাকতি আৰু দিব্যজ্যোতি মৰাণ উপস্থিত থাকে।

    user_জেৰিণা আৰ হাজৰিকা
    জেৰিণা আৰ হাজৰিকা
    Doom Dooma, Tinsukia•
    9 hrs ago
  • নাহৰকটীয়াৰ আৰক্ষী জোৱানে বানাক্ৰান্ত ৰাইজৰ বাবে যোগান ধৰিছে কঠীয়া শাওনৰ পথাৰ ভূঁই ৰোৱাৰ লগতে আঘোণত সেই সোণগুটি চপাই বছৰটোৰ বাবে নিজৰ খাদ্যকণ যোগাৰ কৰে প্ৰতিজন চহা অসমীয়াই।পিছে হঠাৎ অহা সেই প্ৰলয়ংকাৰী বানে থানাবান কৰিলে শিৱসাগৰ চৰাইদেও জিলা চহা কৃষকৰ সেই সপোন।পিছে চহা অসমীয়াৰ দুখ দুৰ্দশা,দুৰৱস্থা দেখি এইবাৰ বান বিধ্বস্ত কৃষকক সহায় কৰাৰ বাবে আগবাঢ়ি আহিছে অসম আৰক্ষীৰ এগৰাকী জোৱান।অসম আৰক্ষীত কৰ্মৰত নাহৰকটীয়াৰ জয়পুৰৰ কমাৰ গাওঁৰ দীপাংকৰ শইকীয়াই নিজাববীয়া প্ৰচেষ্টা ইতিমধ্যে বানবিধ্বস্ত শিৱসাগৰ আৰু চৰাইদেও জিলাৰ প্ৰায় তিনিখন গাওঁত কঠিয়া যোগান ধৰিছে।ইতিমধ্যে দীপাংকৰক সহায়ৰ বাবে আগবাঢ়ি আহিছে কমাৰ গাওঁৰ ডেকা যুৱকসকল।।আৰক্ষীৰ জোৱান দীপাংকৰৰ নেতৃত্বত গাওঁখনৰ যুৱক সকলে প্ৰায় ৫ হেজাৰ মুঠি কঠিয়া পুনৰ ২আগষ্টত বান বিধ্বস্ত শিৱসাগৰ আৰু চৰাইদেওৰ জিলা কৃষকক প্ৰদান কৰিব।
    2
    নাহৰকটীয়াৰ আৰক্ষী জোৱানে বানাক্ৰান্ত ৰাইজৰ বাবে যোগান ধৰিছে কঠীয়া 
শাওনৰ পথাৰ ভূঁই ৰোৱাৰ লগতে আঘোণত সেই সোণগুটি চপাই বছৰটোৰ বাবে নিজৰ খাদ্যকণ যোগাৰ কৰে প্ৰতিজন চহা অসমীয়াই।পিছে হঠাৎ অহা সেই প্ৰলয়ংকাৰী বানে থানাবান কৰিলে শিৱসাগৰ চৰাইদেও জিলা চহা কৃষকৰ সেই সপোন।পিছে চহা অসমীয়াৰ দুখ দুৰ্দশা,দুৰৱস্থা দেখি এইবাৰ বান বিধ্বস্ত কৃষকক সহায় কৰাৰ বাবে আগবাঢ়ি আহিছে অসম আৰক্ষীৰ এগৰাকী জোৱান।অসম আৰক্ষীত কৰ্মৰত নাহৰকটীয়াৰ জয়পুৰৰ কমাৰ গাওঁৰ দীপাংকৰ শইকীয়াই নিজাববীয়া প্ৰচেষ্টা ইতিমধ্যে বানবিধ্বস্ত শিৱসাগৰ আৰু চৰাইদেও জিলাৰ প্ৰায় তিনিখন গাওঁত কঠিয়া যোগান ধৰিছে।ইতিমধ্যে দীপাংকৰক সহায়ৰ বাবে আগবাঢ়ি আহিছে কমাৰ গাওঁৰ ডেকা যুৱকসকল।।আৰক্ষীৰ জোৱান দীপাংকৰৰ নেতৃত্বত গাওঁখনৰ যুৱক সকলে প্ৰায় ৫ হেজাৰ মুঠি কঠিয়া পুনৰ ২আগষ্টত বান বিধ্বস্ত শিৱসাগৰ আৰু চৰাইদেওৰ জিলা কৃষকক প্ৰদান কৰিব।
    user_Namrup 24×7
    Namrup 24×7
    Local News Reporter নাহৰকটীয়া, ডিব্ৰুগড়, অসম•
    15 hrs ago
  • চৰাইদেউ জিলাৰ চফ্ৰাই নদীৰ জলপৃষ্ঠ বিপদ সীমাৰ ওপৰদি বৈছে । সন্ধিয়াৰ পৰা ক্ৰমাৎ চফ্ৰাই নদীৰ দাতি কাষৰীয়া অঞ্চল প্লাবিত কৰি তুলিছে । সমান্তৰাল ভাবে টাউকাক নদীৰ পানী বৃদ্ধি পোৱাত শংকিত হৈ পৰিছে অঞ্চলবাসী । টাউকাক চফ্ৰাই দলংত নদীৰ পানী চাবলৈ ৰাইজৰ ভিৰ লাগিছে । চৰাইদেউ জিলাৰ চফ্ৰাই নদীৰ জলপৃষ্ঠ বিপদ সীমাৰ ওপৰদি বৈছে । সন্ধিয়াৰ পৰা ক্ৰমাৎ চফ্ৰাই নদীৰ দাতি কাষৰীয়া অঞ্চল প্লাবিত কৰি তুলিছে । সমান্তৰাল ভাবে টাউকাক নদীৰ পানী বৃদ্ধি পোৱাত শংকিত হৈ পৰিছে অঞ্চলবাসী । টাউকাক চফ্ৰাই দলংত নদীৰ পানী চাবলৈ ৰাইজৰ ভিৰ লাগিছে ।
    4
    চৰাইদেউ জিলাৰ চফ্ৰাই নদীৰ জলপৃষ্ঠ বিপদ সীমাৰ ওপৰদি বৈছে ।  সন্ধিয়াৰ পৰা ক্ৰমাৎ চফ্ৰাই নদীৰ দাতি কাষৰীয়া অঞ্চল প্লাবিত কৰি তুলিছে । সমান্তৰাল ভাবে টাউকাক নদীৰ পানী বৃদ্ধি পোৱাত শংকিত হৈ পৰিছে অঞ্চলবাসী । টাউকাক চফ্ৰাই দলংত নদীৰ পানী চাবলৈ ৰাইজৰ ভিৰ লাগিছে ।

    user_Sonari News
    Sonari News
    সোণাৰি, চৰাইদেউ, অসম•
    4 hrs ago
  • BIG BREAKING ⭕মাকুম ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰত আলু গৌডাউনৰ কাষত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত। ⭕দুখনকৈ দোকান জ্বলি সম্পূৰ্ণৰূপে ভস্মীভূত। ⭕শংকৰ দাস নামৰ লোক জনৰ পান দোকান আৰু ধনু দাস নামৰ লোক জনৰ ফল-মূলৰ দোকানত অগ্নিকাণ্ড ঘটনাটো সংঘটিত হয়। ⭕বিদ্যুতৰ বিজুটি ঘটাৰ ফলত অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ। ⭕ অগ্নিনির্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হৈ জুই নুমোৱাবলৈ সক্ষম হয়। BIG BREAKING ⭕মাকুম ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰত আলু গৌডাউনৰ কাষত নিশা ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত। ⭕দুখনকৈ দোকান জ্বলি সম্পূৰ্ণৰূপে ভস্মীভূত। ⭕শংকৰ দাস নামৰ লোক জনৰ পান দোকান আৰু ধনু দাস নামৰ লোক জনৰ ফল-মূলৰ দোকানত অগ্নিকাণ্ড ঘটনাটো সংঘটিত হয়। ⭕বিদ্যুতৰ বিজুটি ঘটাৰ ফলত অগ্নিকাণ্ডটোঅ সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ। ⭕ অগ্নিনির্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হৈ জুই নুমোৱাবলৈ সক্ষম হয়।
    1
    BIG BREAKING
⭕মাকুম ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰত আলু গৌডাউনৰ কাষত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত।

⭕দুখনকৈ দোকান জ্বলি সম্পূৰ্ণৰূপে ভস্মীভূত।

⭕শংকৰ দাস নামৰ লোক জনৰ পান দোকান আৰু ধনু দাস নামৰ লোক জনৰ ফল-মূলৰ দোকানত অগ্নিকাণ্ড ঘটনাটো সংঘটিত হয়।

⭕বিদ্যুতৰ বিজুটি ঘটাৰ ফলত অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ।

⭕ অগ্নিনির্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত  উপস্থিত হৈ জুই নুমোৱাবলৈ সক্ষম হয়।
BIG BREAKING
⭕মাকুম ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰত আলু গৌডাউনৰ কাষত নিশা ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত।
⭕দুখনকৈ দোকান জ্বলি সম্পূৰ্ণৰূপে ভস্মীভূত।
⭕শংকৰ দাস নামৰ লোক জনৰ পান দোকান আৰু ধনু দাস নামৰ লোক জনৰ ফল-মূলৰ দোকানত অগ্নিকাণ্ড ঘটনাটো সংঘটিত হয়।
⭕বিদ্যুতৰ বিজুটি ঘটাৰ ফলত অগ্নিকাণ্ডটোঅ সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ।
⭕ অগ্নিনির্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত  উপস্থিত হৈ জুই নুমোৱাবলৈ সক্ষম হয়।
    user_Ratul Deka
    Ratul Deka
    Court reporter বৰডুমচা, তিনিচুকীয়া, অসম•
    20 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.