logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

অসমত আলোড়ন সৃষ্টি কৰা ৱেব চিৰিজ "চুপা চুপি" ১২ জুন তাৰিখে বোলছবি ৰূপত আহিব ছবিগৃহলৈ চুপা চুপিৰ ছবিৰ অভিনেতা অভিনেত্ৰী আৰু কলা কুশলী সকল ছবিখনৰ প্ৰচাৰত ব্যস্ত শিৱসাগৰৰ ঐতিহাসিক শিৱ দৌলত টীম "চুপা চুপি" ছবিখনৰ সফলতাৰ বাবে ললে আশিষ উৰ্মিলা বৌক মিছ কৰে নে নাই---এনে বহু প্ৰশ্নৰ উত্তৰ। উৰ্মিলা বৌৰ সৈতে কোনে বদমাচি কৰিছিল ৱেব চিৰিজখনৰ জনপ্ৰিয় চৰিত্ৰ---জয়ন্ত ছালফাই কিয় ধপ দিলে শিৱসাগৰৰ যুৱকক অভিনেতা প্ৰযোজকৰ অসমবাসীৰ প্ৰতি আহ্বান---ছবিখন আদৰিবলৈ

2 hrs ago
user_Mustak ali
Mustak ali
শিৱসাগৰ, শিৱসাগৰ, অসম•
2 hrs ago

অসমত আলোড়ন সৃষ্টি কৰা ৱেব চিৰিজ "চুপা চুপি" ১২ জুন তাৰিখে বোলছবি ৰূপত আহিব ছবিগৃহলৈ চুপা চুপিৰ ছবিৰ অভিনেতা অভিনেত্ৰী আৰু কলা কুশলী সকল ছবিখনৰ প্ৰচাৰত ব্যস্ত শিৱসাগৰৰ ঐতিহাসিক শিৱ দৌলত টীম "চুপা চুপি" ছবিখনৰ সফলতাৰ বাবে ললে আশিষ উৰ্মিলা বৌক মিছ কৰে নে নাই---এনে বহু প্ৰশ্নৰ উত্তৰ। উৰ্মিলা বৌৰ সৈতে কোনে বদমাচি কৰিছিল ৱেব চিৰিজখনৰ জনপ্ৰিয় চৰিত্ৰ---জয়ন্ত ছালফাই কিয় ধপ দিলে শিৱসাগৰৰ যুৱকক অভিনেতা প্ৰযোজকৰ অসমবাসীৰ প্ৰতি আহ্বান---ছবিখন আদৰিবলৈ

More news from অসম and nearby areas
  • Post by Assam Update
    1
    Post by Assam Update
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    1 hr ago
  • ভৱিষ্যতে এজন শিক্ষক হোৱাৰ সপোন ছাত্ৰজনৰ । নিজ পুত্ৰৰ সাফল্যত মাক এফালে যেনেকৈ আনন্দিত হৈছে আন এক দিশত তেওঁ চিন্তিত হৈ পৰিছে । শিক্ষক হোৱাৰ সপোন দেখা ছাত্ৰজনক শিক্ষা দিবৰ বাবে সামথ্য নাই পৰিয়ালটোৰ । সেয়ে ছাত্ৰ জনক কিছু সহায়ৰ বাবে মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে মাতৃয়ে ।
    1
    ভৱিষ্যতে এজন শিক্ষক হোৱাৰ সপোন ছাত্ৰজনৰ । নিজ পুত্ৰৰ সাফল্যত মাক এফালে যেনেকৈ আনন্দিত হৈছে আন এক দিশত তেওঁ চিন্তিত হৈ পৰিছে । শিক্ষক হোৱাৰ সপোন দেখা ছাত্ৰজনক শিক্ষা দিবৰ বাবে সামথ্য নাই পৰিয়ালটোৰ । সেয়ে ছাত্ৰ জনক কিছু সহায়ৰ বাবে মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে মাতৃয়ে ।
    user_Direct Khabar
    Direct Khabar
    মৰাণ, ডিব্ৰুগড়, অসম•
    2 hrs ago
  • Post by Moran Dorpon
    1
    Post by Moran Dorpon
    user_Moran Dorpon
    Moran Dorpon
    মৰাণ, ডিব্ৰুগড়, অসম•
    9 hrs ago
  • Commonwealth Youth and Junior Weightlifting Championship (Samoa)ত চৰাইদেউৰ অভিনৱ গগৈয়ে ৭১ কেজি Youth & Junior শ্ৰেণীত ৪টা ৰেকৰ্ড গঢ়ি স্বৰ্ণ পদক জয় কৰে । তেওঁৰ দৰ্শনীয় প্ৰদৰ্শন— 🏋️‍♂️ Snatch: ১২৯ কেজি 🏋️‍♂️ Clean & Jerk: ১৫৫ কেজি 🏋️‍♂️ Total: ২৮৪ কেজি
    1
    Commonwealth Youth and Junior Weightlifting Championship (Samoa)ত চৰাইদেউৰ অভিনৱ গগৈয়ে ৭১ কেজি Youth & Junior শ্ৰেণীত ৪টা ৰেকৰ্ড গঢ়ি স্বৰ্ণ পদক জয় কৰে ।  
তেওঁৰ দৰ্শনীয় প্ৰদৰ্শন—
🏋️‍♂️ Snatch: ১২৯ কেজি
🏋️‍♂️ Clean & Jerk: ১৫৫ কেজি
🏋️‍♂️ Total: ২৮৪ কেজি
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    13 hrs ago
  • বিজ্ঞান শাখাত উজ্বলিল সোণতলীৰ শ্বান একাডেমী ছিনিয়ৰ ছেকণ্ডাৰী স্কুল।
    1
    বিজ্ঞান শাখাত উজ্বলিল সোণতলীৰ শ্বান একাডেমী ছিনিয়ৰ ছেকণ্ডাৰী স্কুল।
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist North Lakhimpur, Assam•
    11 hrs ago
  • *যোৰহাটৰ দিল্লী পাব্লিক স্কুলৰ দশম প্ৰতিষ্ঠা দিৱস পালন* ...........................…............ *যোৰহাট, ২৮ এপ্ৰিলঃ* যোৰহাটৰ দিল্লী পাব্লিক স্কুলৰ আজি দশম প্ৰতিষ্ঠা দিৱস উলহ-মালহেৰে উদযাপন কৰা হয়। বিদ্যালয় সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত দশম শ্ৰেণীৰ পৰীক্ষাত সফলতা অৰ্জন কৰা কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। লগতে ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন সাংস্কৃতিক আৰু প্ৰতিভা প্ৰদৰ্শনেৰে অনুষ্ঠানটো আকৰ্ষণীয় কৰি তোলে। বিদ্যালয়খন শৈক্ষিক উৎকৰ্ষতা আৰু সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হোৱা বুলি উপস্থিত কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে উল্লেখ কৰিছে। অনুষ্ঠানত যোৰহাট জিলা আৰক্ষী অধীক্ষকৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। *(যোৰহাটৰ পৰা ৰাজু চেইন কছাৰীৰ ৰিপ'ৰ্ট)*
    1
    *যোৰহাটৰ দিল্লী পাব্লিক স্কুলৰ দশম প্ৰতিষ্ঠা দিৱস পালন*
...........................…............
*যোৰহাট, ২৮ এপ্ৰিলঃ*
যোৰহাটৰ দিল্লী পাব্লিক স্কুলৰ আজি দশম প্ৰতিষ্ঠা দিৱস উলহ-মালহেৰে উদযাপন কৰা হয়। বিদ্যালয় সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত দশম শ্ৰেণীৰ পৰীক্ষাত সফলতা অৰ্জন কৰা কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।
লগতে ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন সাংস্কৃতিক আৰু প্ৰতিভা প্ৰদৰ্শনেৰে অনুষ্ঠানটো আকৰ্ষণীয় কৰি তোলে। বিদ্যালয়খন শৈক্ষিক উৎকৰ্ষতা আৰু সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হোৱা বুলি উপস্থিত কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে উল্লেখ কৰিছে।
অনুষ্ঠানত যোৰহাট জিলা আৰক্ষী অধীক্ষকৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
*(যোৰহাটৰ পৰা ৰাজু চেইন কছাৰীৰ ৰিপ'ৰ্ট)*
    user_Huntu sen kachari
    Huntu sen kachari
    Dancer Dhemaji, Assam•
    11 hrs ago
  • ভাৰতীয় জনতা পাৰ্টি দলৰ জ্যেষ্ঠ বিধায়ক, দুটাকৈ কাৰ্যকালৰ মন্ত্ৰী আৰু শেষতীয়াকৈ ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱা মন্ত্ৰী যোগেন মহনক আজি মৰাণত এশৰো অধিক দল-সংগঠণ, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে ৰাজহুৱা সম্বৰ্ধনা জনাই ।
    1
    ভাৰতীয় জনতা পাৰ্টি দলৰ জ্যেষ্ঠ বিধায়ক, দুটাকৈ কাৰ্যকালৰ মন্ত্ৰী আৰু শেষতীয়াকৈ ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱা মন্ত্ৰী যোগেন মহনক আজি মৰাণত এশৰো অধিক দল-সংগঠণ, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে ৰাজহুৱা সম্বৰ্ধনা জনাই ।
    user_Direct Khabar
    Direct Khabar
    মৰাণ, ডিব্ৰুগড়, অসম•
    3 hrs ago
  • Post by Moran Dorpon
    1
    Post by Moran Dorpon
    user_Moran Dorpon
    Moran Dorpon
    মৰাণ, ডিব্ৰুগড়, অসম•
    14 hrs ago
  • *উত্তৰ-পশ্চিম যোৰহাটত ছাত্ৰ-ছাত্ৰীৰ সাফল্যৰ জিলিকনি* ...................................... *যোৰহাট, ২৮ এপ্ৰিলঃ* আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফলত উত্তৰ-পশ্চিম যোৰহাটৰ সৰ্বোদয় জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ে উজ্জ্বল সাফল্য অৰ্জন কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। বিদ্যালয় খনৰ বাণিজ্য শাখাত ২৬ জন ছাত্ৰ-ছাত্ৰীৰ সকলোয়ে উত্তীৰ্ণ হয়। ইয়াৰে ৬ জনে প্ৰথম বিভাগ, ১৭ জনে দ্বিতীয় বিভাগ আৰু ৩ জনে তৃতীয় বিভাগ লাভ কৰে। আনহাতে, কলা শাখাত ২১০ জনৰ ভিতৰত ১৯৭ জনে উত্তীৰ্ণ হৈ ৯৪ শতাংশ ফলাফল অৰ্জন কৰে। বিদ্যালয়খনৰ এই সাফল্যত অধ্যক্ষ জয়ন্ত বৰদলৈৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী আৰু অঞ্চলবাসীয়ে গৌৰৱ প্ৰকাশ কৰিছে।### *(যোৰহাটৰ পৰা ৰাজু চেইন কছাৰীৰ ৰিপ'ৰ্ট)*
    1
    *উত্তৰ-পশ্চিম যোৰহাটত ছাত্ৰ-ছাত্ৰীৰ সাফল্যৰ জিলিকনি*
......................................
*যোৰহাট, ২৮ এপ্ৰিলঃ*
আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফলত উত্তৰ-পশ্চিম যোৰহাটৰ সৰ্বোদয় জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ে উজ্জ্বল সাফল্য অৰ্জন কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।
বিদ্যালয় খনৰ বাণিজ্য শাখাত ২৬ জন ছাত্ৰ-ছাত্ৰীৰ সকলোয়ে উত্তীৰ্ণ হয়। ইয়াৰে ৬ জনে প্ৰথম বিভাগ, ১৭ জনে দ্বিতীয় বিভাগ আৰু ৩ জনে তৃতীয় বিভাগ লাভ কৰে। আনহাতে, কলা শাখাত ২১০ জনৰ ভিতৰত ১৯৭ জনে উত্তীৰ্ণ হৈ ৯৪ শতাংশ ফলাফল অৰ্জন কৰে।
বিদ্যালয়খনৰ এই সাফল্যত অধ্যক্ষ জয়ন্ত বৰদলৈৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী আৰু অঞ্চলবাসীয়ে গৌৰৱ প্ৰকাশ কৰিছে।###
*(যোৰহাটৰ পৰা ৰাজু চেইন কছাৰীৰ ৰিপ'ৰ্ট)*
    user_Huntu sen kachari
    Huntu sen kachari
    Dancer Dhemaji, Assam•
    12 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.