logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু চৰাইদেউ জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত হোৱা “বাগৰুম্বা দোই” আখৰা বড়ো সাংস্কৃতিক কেন্দ্ৰ, টিয়কহাবিত উপস্থিত থাকে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ । ৮ জানুৱাৰী পৰা ১০ জানুৱাৰী, ২০২৬ হব আখৰা

1 day ago
user_Charaideo news
Charaideo news
Journalist মাহমৰা, চৰাইদেউ, অসম•
1 day ago

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু চৰাইদেউ জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত হোৱা “বাগৰুম্বা দোই” আখৰা বড়ো সাংস্কৃতিক কেন্দ্ৰ, টিয়কহাবিত উপস্থিত থাকে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ । ৮ জানুৱাৰী পৰা ১০ জানুৱাৰী, ২০২৬ হব আখৰা

  • user_Rina Begum
    Rina Begum
    সোণাৰি, চৰাইদেউ, অসম
    🙏
    11 hrs ago
More news from অসম and nearby areas
  • মৰঙি মৌজাৰ ভিন্ন প্ৰান্তত অৱস্থান কেইবাটাও বন্যহস্তীৰ জাক।অসুস্থ কেইবাটাও বন্যহস্তী।বনবিভাগ আৰু স্থানীয় সচেতন লোকৰ অনুমান একাংশ চাহ বাগিচাত অবৈধ ভাৱে স্থাপন কৰা ব্লেডযুক্ত ফেঞ্চিংত লাগিও অসুস্থ হৈছে বন্যহস্তী।
    4
    মৰঙি মৌজাৰ ভিন্ন প্ৰান্তত অৱস্থান কেইবাটাও বন্যহস্তীৰ জাক।অসুস্থ কেইবাটাও বন্যহস্তী।বনবিভাগ আৰু স্থানীয় সচেতন লোকৰ অনুমান একাংশ চাহ বাগিচাত অবৈধ ভাৱে স্থাপন কৰা ব্লেডযুক্ত ফেঞ্চিংত লাগিও অসুস্থ হৈছে বন্যহস্তী।
    user_D B
    D B
    Journalist মৰঙী, গোলাঘাট, অসম•
    21 hrs ago
  • প্ৰাৰ্থীত্বক লৈ কি ক'লে প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন সাংসদ পল্লৱ লোচন দাসে?
    1
    প্ৰাৰ্থীত্বক লৈ কি ক'লে প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন সাংসদ পল্লৱ লোচন দাসে?
    user_KHABAR 24 BISWANATH
    KHABAR 24 BISWANATH
    Journalist বিশ্বনাথ, বিশ্বনাথ, অসম•
    13 hrs ago
  • চামগুৰি সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী মুজিবৰ ৰহমানৰ সৈতে আচুতীয়া বাৰ্তালাপ
    1
    চামগুৰি সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী মুজিবৰ ৰহমানৰ সৈতে আচুতীয়া বাৰ্তালাপ
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency Rupahi, Nagaon•
    1 hr ago
  • 📌গোৰেশ্বৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
    1
    📌গোৰেশ্বৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
    user_Bittuahmed
    Bittuahmed
    Reporter Nagaon, Assam•
    9 hrs ago
  • Post by Assam sangbad 24
    1
    Post by Assam sangbad 24
    user_Assam sangbad 24
    Assam sangbad 24
    Reporter Dhekiajuli (Pt), Sonitpur•
    12 hrs ago
  • বাটৰহাটত বিজেপিৰ কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত উপস্থিত থাকে বিধায়ক হেমাংগ ঠাকুৰীয়া
    1
    বাটৰহাটত বিজেপিৰ কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত উপস্থিত থাকে বিধায়ক হেমাংগ ঠাকুৰীয়া
    user_Jeet Das
    Jeet Das
    ছয়গাঁও, কামৰূপ, অসম•
    12 hrs ago
  • নিৰ্বাচনৰ পূৰ্বে তৎপৰ আব্দুৰ ৰহিম জিব্ৰান: ৰাক্ষসিনী ডোপতলাত মত বিনিময় সভা সমাগত বিধানসভা নিৰ্বাচন লৈ তৎপৰ আব্দুৰ ৰহিম জিব্ৰান। সমষ্টিৰ বিভিন্ন প্ৰান্তত চলাইছে নিৰ্বাচনী প্ৰচাৰ
    1
    নিৰ্বাচনৰ পূৰ্বে তৎপৰ আব্দুৰ ৰহিম জিব্ৰান: ৰাক্ষসিনী ডোপতলাত মত বিনিময় সভা
সমাগত বিধানসভা নিৰ্বাচন লৈ তৎপৰ আব্দুৰ ৰহিম জিব্ৰান।
সমষ্টিৰ বিভিন্ন প্ৰান্তত চলাইছে নিৰ্বাচনী প্ৰচাৰ
    user_Ismail Hussain
    Ismail Hussain
    Journalist বালিজানা, গোৱালপাৰা, অসম•
    10 hrs ago
  • নগাঁও মেট্ৰ' হস্পিতালৰ ওচৰত ভয়ংকৰ পথ দুৰ্ঘটনা, ট্ৰেভেলাৰৰ তলত সোমাই গ'ল বাইক।
    1
    নগাঁও মেট্ৰ' হস্পিতালৰ ওচৰত ভয়ংকৰ পথ দুৰ্ঘটনা, ট্ৰেভেলাৰৰ তলত সোমাই গ'ল বাইক।
    user_Bittuahmed
    Bittuahmed
    Reporter Nagaon, Assam•
    9 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.