Shuru
Apke Nagar Ki App…
বহু কষ্ট আৰু সাধনাৰে YouTube channel Music Chember Official (Nilutpal) track with Lyrics যে প্ৰদান কৰা শ্ৰদ্ধাৰ পাৰ্বতি প্ৰসাদ বৰুৱাৰ "গৰখিয়া হে'ৰ গৰখীয়া" চিৰসেউজ গীতটো গাবলৈ আমাৰ পুত্ৰ অমৰ্ত্য শইকীয়া(মুনমুন)নে নাম মাত্ৰ প্ৰয়াস কৰিছে আৰু এই ক্ষেত্ৰত তিতাবৰ Emon Creation ৰ তৰফৰ পৰা বহুত মৰম যাচি গীতটো বাণিবন্দ্ধ কৰি যি উৎসাহ উদ্দীপনাৰ যোগালে তাক লৈ আমি সদায়ে চিৰ কৃতজ্ঞ হৈ ৰম। আপোনালোকেও মুনমুনক ভৱিষ্যতৰ দিনত আশীৰ্বাদ আৰু মৰম যাচিব বুলি বহু আশাৰে বাট চাই ৰলোঁ। ধন্যবাদ
Niranjan Dhirasaria

More news from Titabor and nearby areas
- কোচ ৰাজবংশী উন্নয়ন পৰিষদ অসম চৰকাৰৰ পুঁজিৰে তিতাবৰ (সাংগঠনিক) জিলা কোচ ৰাজবংশী সন্মিলনীৰ সহযোগত তৃতীয় পৰ্য্যায়ত ২১ জুলাইৰ পৰা ২৭ জুলাইলৈ অনুষ্ঠিত কৰা সাংস্কৃতিক কৰ্মশালাখনি কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ সদস্য মাননীয় জিতুমণি দাস, মাননীয় কল্যাণ দাস, সদৌ অসম কোচ ৰাজবংশী সন্মিলনী সাধাৰণ সম্পাদক মাননীয় ৰাণাদিত্য বৰ্মন ডাঙৰীয়াক লগত লৈ পৰিদৰ্শন কৰোঁ।1
- আইজ চে তিতাবৰ চাহ মজদুৰ সংঘই তিন দিনীয়া ঝুমইৰ কৰ্মশালা1
- তিতাবৰ পাব্লিক ক্লাৱত অনুষ্ঠিত সাংস্কৃতিক মহাসভা , অসম , তিতাবৰ আঞ্চলিক সমিতিৰ প্ৰথম প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত পৰিৱেশিত সাংস্কৃতিক অনুষ্ঠানৰ কিছু মূহুৰ্ত উপভোগ কৰো আহক । ( যুগুতাইছে যোৰহাটৰ সংবাদদাতা পুলক চুতীয়াই )1
- আইজ চে তিতাবৰ চাহ মজদুৰ সংঘই তিন দিনীয়া ঝুমইৰ কৰ্মশালা1
- সাংসদ অভিজিত বংগোপাধ্যায়ে কৰা অসংশবিধানীক শব্দক লৈ যোৰহাট জিলা যুৱ কংগ্রেছৰ তীব্ৰ প্ৰতিবাদ।1
- অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত, যোৰহাট জিলা প্ৰশাসন আৰু কৃষ্টিৰ কঠিয়াৰ সহযোগত সংগীতৰ গ্ৰীষ্মকালীন কৰ্মশালা1
- যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত ১ আৰু ২ আগষ্টত মঞ্চস্থ হ'ব ইংৰাজী ভাষাত প্ৰথমবাৰলৈ Aladdin Jr নাটক । অভিনয়ৰ আখৰাত এতিয়া ব্যস্ত হৈ পৰিছে যোৰহাটৰ SHEMFORD FUTURISTIC SCHOOL ৰ শতাধিক ছাত্ৰ -- ছাত্ৰী ।1
- যোৰহাট মেডিকেল কলেজৰ ভগৱান স্বৰূপ সদাগৰ দেউৰী তেখেতে সকলোকে সমান চকুৰে চাই সহায় সহযোগ কৰি আহিছে তেখেতৰ কৰ্মৰাজী শতকুতি প্ৰনাম জনাইছোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেওঁ সূস্থ শৰীৰে থাকক।1