logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ডিব্ৰুগড়ৰ লেজাই কলাখোৱাত বিধ্বংসী ধুমুহাই চলালে তাণ্ডৱ ডিব্ৰুগড়ৰ লেজাই কলাখোৱাত বিধ্বংসী ধুমুহাৰ তাণ্ডৱ। লেজাই কলাখোৱাৰ দিঘলীয়া, পানীগাঁৱকে ধৰি প্ৰায় কেইবাখনো গাঁৱত দুই শতাধিক লোকৰ বিস্তৰ ক্ষতি বিধ্বংসী ধুমুহাত। নিশা হঠাৎ অহা বিধ্বংসী ধুমুহা আৰু বৰষুণৰ ফলত ঘৰ, গছ-গছনি ধ্বংস হোৱাৰ লগতে মৃত্যু হয় পশুধনৰ। ধুমুহাৰ ফলত ভাঙি বিধ্বস্ত হয় বহু ধানৰ ভঁৰাল। বিদ‍্যুতৰ খুঁটা উভালি পৰাত বিচ্ছিন্ন বিদ‍্যুৎ সংযোগ। ধুমুহা আৰু বৰষুণৰ ফলত বিনষ্ট হৈছে বহু ছাত্র-ছাত্ৰীৰ কিতাপ বহী।

on 12 March
user_Dibrugarh Local News
Dibrugarh Local News
Local News Reporter ডিব্ৰুগড় পশ্চিম, ডিব্ৰুগড়, অসম•
on 12 March

ডিব্ৰুগড়ৰ লেজাই কলাখোৱাত বিধ্বংসী ধুমুহাই চলালে তাণ্ডৱ ডিব্ৰুগড়ৰ লেজাই কলাখোৱাত বিধ্বংসী ধুমুহাৰ তাণ্ডৱ। লেজাই কলাখোৱাৰ দিঘলীয়া, পানীগাঁৱকে ধৰি প্ৰায় কেইবাখনো গাঁৱত দুই শতাধিক লোকৰ বিস্তৰ ক্ষতি বিধ্বংসী ধুমুহাত। নিশা হঠাৎ অহা বিধ্বংসী ধুমুহা আৰু বৰষুণৰ ফলত ঘৰ, গছ-গছনি ধ্বংস হোৱাৰ লগতে মৃত্যু হয় পশুধনৰ। ধুমুহাৰ ফলত ভাঙি বিধ্বস্ত হয় বহু ধানৰ ভঁৰাল। বিদ‍্যুতৰ খুঁটা উভালি পৰাত বিচ্ছিন্ন বিদ‍্যুৎ সংযোগ। ধুমুহা আৰু বৰষুণৰ ফলত বিনষ্ট হৈছে বহু ছাত্র-ছাত্ৰীৰ কিতাপ বহী।

  • user_User1396
    User1396
    Dibrugarh West, Assam
    😂
    on 13 March
More news from অসম and nearby areas
  • তিনিচুকীয়া চহৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানত পুৱতিনিশা বিধ্বংসী অগ্নিকাণ্ড । চহৰখনৰ থানা চাৰিআলিৰ সমীপৰ ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হয় অগ্নিকাণ্ডটো । কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে কেইবাঘণ্টা চলোৱা অহৰত চেষ্টাৰ ফলত পুৱা জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়। ব্যৱসায়িক প্ৰতিষ্ঠান কেইখনত কেনেদৰে অগ্নিকাণ্ডৰ সূত্ৰপাত হ’ল সেয়া জানিব পৰা হোৱা নাই যদিও তিনিখনৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠান জাহ যায় জুইত ৷
    1
    তিনিচুকীয়া চহৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানত পুৱতিনিশা বিধ্বংসী অগ্নিকাণ্ড । 
চহৰখনৰ থানা চাৰিআলিৰ সমীপৰ ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হয় অগ্নিকাণ্ডটো । 
কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে কেইবাঘণ্টা চলোৱা অহৰত চেষ্টাৰ ফলত পুৱা জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।
ব্যৱসায়িক প্ৰতিষ্ঠান কেইখনত কেনেদৰে অগ্নিকাণ্ডৰ সূত্ৰপাত হ’ল সেয়া জানিব পৰা হোৱা নাই যদিও তিনিখনৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠান জাহ যায় জুইত ৷
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    7 hrs ago
  • সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সকীয়নি অসমত অনা অসমীয়াৰ দাদাগিৰি ন’চলিব। চৰকাৰে অনা অসমীয়াক সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষমতা প্ৰদান কৰিছে , চৰকাৰে ইহঁতক সুৰক্ষা প্ৰদান কৰিছে। কিন্তু অসমীয়া জাতিৰ অস্তিত্বৰ কথা আহিলে অসমীয়াই যিকোনো পৰ্যায়লৈ যাবলৈ কুণ্ঠাবোধ নকৰে। সংবাদমাধ্যমৰ যোগেদি সকীয়নি অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সম্পাদক পৰশজ্যোতি দাসৰ
    1
    সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সকীয়নি
অসমত অনা অসমীয়াৰ দাদাগিৰি ন’চলিব।
চৰকাৰে অনা অসমীয়াক সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষমতা প্ৰদান কৰিছে , চৰকাৰে ইহঁতক সুৰক্ষা প্ৰদান কৰিছে।
কিন্তু অসমীয়া জাতিৰ অস্তিত্বৰ কথা আহিলে অসমীয়াই যিকোনো পৰ্যায়লৈ যাবলৈ কুণ্ঠাবোধ নকৰে।
সংবাদমাধ্যমৰ যোগেদি সকীয়নি অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সম্পাদক পৰশজ্যোতি দাসৰ
    user_অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    সাংবাদিক Sivasagar, Assam•
    22 hrs ago
  • Post by Majuli Update
    1
    Post by Majuli Update
    user_Majuli Update
    Majuli Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    2 hrs ago
  • গৰু বিহুৰ ব্যাপক উৎসাহ। চৌদিশে কেৱল বিহুৰ ব্যাপক গুঞ্জন।
    1
    গৰু বিহুৰ ব্যাপক উৎসাহ। চৌদিশে কেৱল বিহুৰ ব্যাপক গুঞ্জন।
    user_D Talks Ne
    D Talks Ne
    Local News Reporter Rupahi, Nagaon•
    2 hrs ago
  • চামগুৰি সমষ্টিৰ তাৰাবাৰী জাতীয় বিদ্যালত কৃতি ছাত্ৰ ছাত্ৰীক সম্বধনা।উপস্থিত চামগুৰি সমষ্টিৰ কংগ্ৰেছ যুৱ নেতা তানজিল হুচেইন।
    1
    চামগুৰি সমষ্টিৰ তাৰাবাৰী জাতীয় বিদ্যালত কৃতি ছাত্ৰ ছাত্ৰীক সম্বধনা।উপস্থিত চামগুৰি সমষ্টিৰ কংগ্ৰেছ যুৱ নেতা তানজিল হুচেইন।
    user_Time Talks 24
    Time Talks 24
    Video Creator ৰূপাহী, নগাঁও, অসম•
    2 hrs ago
  • সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰূপহী হাটৰ জ্ঞান বিকাশ বিদ্যাপীঠৰ পৰা অসমীয়া, গণিত আৰু উচ্চ গণিত বিষয়ত এশৰ ভিতৰত এশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ছুমাইয়া আহমেদ নামৰ এগৰাকী ছাত্ৰীয়ে। ৰূপহীহাটৰ কৰৈগুৰিৰ BSc শিক্ষক ছফিকুল আহমেদৰ কণ্যা ছুমাইয়া আহমেদে ৯৬% নম্বৰ লাভ কৰি বিদ্যালয় খনিৰ লগতে সমগ্ৰ অঞ্চলটোলৈ কঢ়িয়াই আনিছে আনন্দৰ বণ্যা।
    1
    সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰূপহী হাটৰ জ্ঞান বিকাশ বিদ্যাপীঠৰ পৰা অসমীয়া, গণিত আৰু উচ্চ গণিত বিষয়ত এশৰ ভিতৰত এশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ছুমাইয়া আহমেদ নামৰ এগৰাকী ছাত্ৰীয়ে।
ৰূপহীহাটৰ কৰৈগুৰিৰ BSc শিক্ষক ছফিকুল আহমেদৰ কণ্যা ছুমাইয়া আহমেদে ৯৬% নম্বৰ লাভ কৰি বিদ্যালয় খনিৰ লগতে সমগ্ৰ অঞ্চলটোলৈ কঢ়িয়াই আনিছে আনন্দৰ বণ্যা।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    5 hrs ago
  • কাজিৰঙাত ৰাইজৰ দলৰ প্ৰাৰ্থীৰে বৈঠক অখিল গগৈৰ।।
    1
    কাজিৰঙাত ৰাইজৰ দলৰ প্ৰাৰ্থীৰে বৈঠক অখিল গগৈৰ।।
    user_Majuli Update
    Majuli Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    22 hrs ago
  • Post by DeV 24 News
    1
    Post by DeV 24 News
    user_DeV 24 News
    DeV 24 News
    Newsagent ৰূপাহী, নগাঁও, অসম•
    14 hrs ago
  • আৰক্ষীৰ অভিযানত ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী। গড়েমাটিখোৱাত অভিযান চলাই ড্ৰাগছ ভৰ্তি এটা চাবোনৰ বাকচসহ ২৫কৈ ড্ৰাগছ ভৰ্তি কণ্টেনাৰ জব্দ কৰে। আটকাধিন ড্ৰাগছ সৰবৰাহকাৰী দ্বয় বৰঘাটৰ আবু বক্কৰ ছিদ্দিক আৰু বচিৰ উদ্দিন। জব্দকৃত ড্ৰাগছখিনি ওজন ১৫.১১গ্ৰাম। সম্প্ৰতি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।
    1
    আৰক্ষীৰ অভিযানত ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী।
গড়েমাটিখোৱাত অভিযান চলাই ড্ৰাগছ ভৰ্তি এটা চাবোনৰ বাকচসহ ২৫কৈ ড্ৰাগছ ভৰ্তি কণ্টেনাৰ জব্দ কৰে।
আটকাধিন ড্ৰাগছ সৰবৰাহকাৰী দ্বয় বৰঘাটৰ আবু বক্কৰ ছিদ্দিক আৰু বচিৰ উদ্দিন।
জব্দকৃত ড্ৰাগছখিনি ওজন ১৫.১১গ্ৰাম।
সম্প্ৰতি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    15 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.