Shuru
Apke Nagar Ki App…
ৰূপহীহাটৰ কংগ্ৰেছৰ প্ৰাৰ্থীত্ব লাভ কৰা বিধায়ক নুৰুল হুদাৰ প্ৰথম প্ৰতিক্ৰিয়া। তৃতীয়বাৰৰ বাবে ৰূপহীহাটত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নুৰুল হুদাক ঘোষণা AICC ৰ। ৰূপহীহাট বিধানসভা নিৰ্বাচনৰ তৃতীয় বাৰৰ বাবে নুৰুল হুদাৰ নাম ঘোষণাৰ পিছতেই বিধায়ক গৰাকীৰ বাহসগৃহত উখল মাখল পৰিৱেশ। কৰ্মী সমৰ্থকে গামোচাৰে আদৰণি জনায় বিধায়ক গৰাকীক। ৰূপহীহাট বিধানসভাত নুৰুল হুদাৰ কোনো দলৰ সৈতে প্ৰতিদ্বন্দিতা নহয় অসমত বিজেপিৰ সৈতে প্ৰতিদ্বন্দিতা হব আৰু অসমত কংগ্ৰেছৰ চৰকাৰ হব বুলি দাবী। কংগ্ৰেছৰ প্ৰথমখন ৪২ জনীয়া প্ৰাৰ্থী তালিকাৰ সকলোৱেই জয়ী হব বুলি মন্তব্য কৰে। অসমত সাম্প্ৰদায়িক ৰাজনীতিৰ অৱসান ঘটিব আৰু কংগ্ৰেছৰ চৰকাৰ হব। AIUDF শূণ্য ফলাফল লৈ এইবাৰ নিৰ্বাচনৰ পিছত ঘৰমুৱা হব বুলি মন্তব্য বিধায়ক গৰাকীৰ।
AM News 24

More news from অসম and nearby areas
- ৰূপহীহাটৰ কংগ্ৰেছৰ প্ৰাৰ্থীত্ব লাভ কৰা বিধায়ক নুৰুল হুদাৰ প্ৰথম প্ৰতিক্ৰিয়া। তৃতীয়বাৰৰ বাবে ৰূপহীহাটত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নুৰুল হুদাক ঘোষণা AICC ৰ। ৰূপহীহাট বিধানসভা নিৰ্বাচনৰ তৃতীয় বাৰৰ বাবে নুৰুল হুদাৰ নাম ঘোষণাৰ পিছতেই বিধায়ক গৰাকীৰ বাহসগৃহত উখল মাখল পৰিৱেশ। কৰ্মী সমৰ্থকে গামোচাৰে আদৰণি জনায় বিধায়ক গৰাকীক। ৰূপহীহাট বিধানসভাত নুৰুল হুদাৰ কোনো দলৰ সৈতে প্ৰতিদ্বন্দিতা নহয় অসমত বিজেপিৰ সৈতে প্ৰতিদ্বন্দিতা হব আৰু অসমত কংগ্ৰেছৰ চৰকাৰ হব বুলি দাবী। কংগ্ৰেছৰ প্ৰথমখন ৪২ জনীয়া প্ৰাৰ্থী তালিকাৰ সকলোৱেই জয়ী হব বুলি মন্তব্য কৰে। অসমত সাম্প্ৰদায়িক ৰাজনীতিৰ অৱসান ঘটিব আৰু কংগ্ৰেছৰ চৰকাৰ হব। AIUDF শূণ্য ফলাফল লৈ এইবাৰ নিৰ্বাচনৰ পিছত ঘৰমুৱা হব বুলি মন্তব্য বিধায়ক গৰাকীৰ।9
- তৃতীয়বাৰৰ বাবে ৰূপহীহাটত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নুৰুল হুদাক ঘোষণা AICC ৰ। কৰ্মী সমৰ্থকে গামোচাৰে আদৰণি জনায় বিধায়ক গৰাকীক। কংগ্ৰেছৰ প্ৰথমখন ৪২ জনীয়া প্ৰাৰ্থী তালিকাৰ সকলোৱেই জয়ী হব বুলি মন্তব্য কৰে। অসমত সাম্প্ৰদায়িক ৰাজনীতিৰ অৱসান ঘটিব আৰু কংগ্ৰেছৰ চৰকাৰ হব। AIUDF শূণ্য ফলাফল লৈ এইবাৰ নিৰ্বাচনৰ পিছত ঘৰমুৱা হব বুলি মন্তব্য বিধায়ক গৰাকীৰ।।1
- ৰূপহীহাটৰ কংগ্ৰেছৰ প্ৰাৰ্থীত্ব লাভ কৰা বিধায়ক নুৰুল হুদাৰ প্ৰথম প্ৰতিক্ৰিয়া। তৃতীয়বাৰৰ বাবে ৰূপহীহাটত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নুৰুল হুদাক ঘোষণা AICC ৰ।1
- ▶️ বটদ্ৰৱা আৱিৰ্ভাব ক্ষেত্ৰত নতুন নিৰ্দেশনা! জাতীয় সাজ-পোছাকতহে প্ৰৱেশৰ আহ্বান মুখ্যমন্ত্ৰীৰ ▶️ পুৰুষ-মহিলা সকলোৰে বাবে বাধ্যতামূলক জাতীয় পোছাক? বটদ্ৰৱাত মুখ্যমন্ত্ৰীৰ ডাঙৰ আহ্বান1
- Post by S KUMAR1
- #BigBreaking ইৰাণৰ ওপৰত আমেৰিকাৰ OPERATION EPIC FURY । B-1ব’ম্বাৰ, B-2 ব’ম্বাৰ, লোকাছ ড্ৰ’নকে ধৰি অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰ ব্যৱহাৰ। আমেৰিকাৰ ধাৰাবাহিক আক্ৰমণত কঁপি উঠিছে সমগ্ৰ ইৰাণ1
- নগাঁৱত মুকলি হ'ল অত্যাধুনিক প্ৰযুক্তি আৰু সা-সুবিধা সম্পন্ন OPPO শ্ব' ৰুম1
- ৰূপহীহাটৰ কংগ্ৰেছৰ প্ৰাৰ্থীত্ব লাভ কৰা বিধায়ক নুৰুল হুদাৰ প্ৰথম প্ৰতিক্ৰিয়া। তৃতীয়বাৰৰ বাবে ৰূপহীহাটত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নুৰুল হুদাক ঘোষণা AICC ৰ। ৰূপহীহাট বিধানসভা নিৰ্বাচনৰ তৃতীয় বাৰৰ বাবে নুৰুল হুদাৰ নাম ঘোষণাৰ পিছতেই বিধায়ক গৰাকীৰ বাহসগৃহত উখল মাখল পৰিৱেশ। কৰ্মী সমৰ্থকে গামোচাৰে আদৰণি জনায় বিধায়ক গৰাকীক। ৰূপহীহাট বিধানসভাত নুৰুল হুদাৰ কোনো দলৰ সৈতে প্ৰতিদ্বন্দিতা নহয় অসমত বিজেপিৰ সৈতে প্ৰতিদ্বন্দিতা হব আৰু অসমত কংগ্ৰেছৰ চৰকাৰ হব বুলি দাবী। কংগ্ৰেছৰ প্ৰথমখন ৪২ জনীয়া প্ৰাৰ্থী তালিকাৰ সকলোৱেই জয়ী হব বুলি মন্তব্য কৰে। অসমত সাম্প্ৰদায়িক ৰাজনীতিৰ অৱসান ঘটিব আৰু কংগ্ৰেছৰ চৰকাৰ হব। AIUDF শূণ্য ফলাফল লৈ এইবাৰ নিৰ্বাচনৰ পিছত ঘৰমুৱা হব বুলি মন্তব্য বিধায়ক গৰাকীৰ।1