Shuru
Apke Nagar Ki App…
কোচ ৰাজবংশী উন্নয়ন পৰিষদ অসম চৰকাৰৰ পুঁজিৰে শিৱসাগৰ জিলা কোচ ৰাজবংশী সন্মিলনীৰ সহযোগত ডিমৌ নিতাই পনিদিহিং আঞ্চলিক সন্মিলনীৰ আতিথ্যত তৃতীয় পৰ্য্যায়ত ২১ জুলাইৰ পৰা ২৭ জুলাইলৈ অনুষ্ঠিত কৰা সাংস্কৃতিক কৰ্মশালাখনিত উপস্থিত হৈ পৰিদৰ্শন কৰোঁ। শিৱসাগৰ জিলাৰ বিভিন্ন অঞ্চলৰ পৰা সাংস্কৃতিক কৰ্মশালাখনিত ভাগ লোৱা প্রশিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে তেওঁলোকৰ ঢোল - তাল, বাঁহী দোতোৰা বাদন, লোকগীত তথা লোক নৃত্য প্ৰদৰ্শনৰ শৈলী দেখি বাৰুকৈ আনন্দিত হওঁ। প্রশিক্ষাৰ্থীসকললৈ ভৱিষ্যত জীৱনৰ শুভকামনা জনোৱাৰ লগতে কৰ্মশালাখনিৰ জৰিয়তে কোচ ৰাজবংশী কৃষ্টি সংস্কৃতি ভালদৰে আয়ত্ব কৰি অনুশীলন তথা প্ৰচাৰ প্ৰসাৰ অব্যাহত ৰাখে তাকে কামনা কৰিলোঁ।
Saurav

More news from Sivasagar and nearby areas
- অম্বুজেশ (The rising sun) আৰু শিৱসাগৰ নাট্য বিদ্যালয়ৰ উদ্যোগত গ্রীষ্মকালীন শিশু নাট কর্মশালা অনুষ্ঠিত কৰিছে শিৱসাগৰ জিলা সাংবাদিক সন্থাৰ মুখ্য কাৰ্য্যালয়ৰ আৰু হিন্দু ধৰ্ম সভা নামঘৰত ।1
- অম্বুজেশ আৰু শিৱসাগৰ নাট্য বিদ্যালয়ৰ উদ্যোগত শিশু নাট কৰ্মশালা1
- অম্বুজেশ আৰু শিৱসাগৰ নাট্য বিদ্যালয়ৰ উদ্যোগত গ্রীষ্মকালীন শিশু নাট কর্মশালা। শিৱসাগৰ জিলা সাংবাদিক সন্থাৰ কাৰ্য্যালয় আৰু হিন্দু ধৰ্ম সভা নামঘৰৰ প্ৰেক্ষাগৃহত চলি আছে এই নাট কৰ্মশালা।1
- সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ সাংগঠনিক সভা1
- #graphiccontent ‘পুৰণি বিজেপি নেতাৰ দলত্যাগৰ এয়া আৰম্ভণিহে।’ ৰাইজৰ দলত যোগদান কৰি বিজেপিৰ শিৱসাগৰ জিলাৰ প্ৰাক্তন সভাপতি ভবেন্দ্ৰ নাথ মহনৰ মন্তব্য।1
- শিৱসাগৰ জিলাৰ আমগুৰি চাহ বাগিচাত অঘটন ট্ৰেক্টৰৰ চেপাত মৃত্যু এগৰাকী মহিলাৰ নিহত মহিলাগৰাকীৰ নাম গুণেশ্বৰী তছা1
- দুই সহস্ৰাধিক মহিলাৰ দ্বাৰা দিহানাম প্ৰদৰ্শন।। মণিকাঞ্চন সংস্কৃতিক দলৰ উদ্যোগত আৰু শিৱসাগৰ জিলা আই মাতৃ সমাজৰ সহযোগত সদৌ অসম ভিত্তিত দিহানাম আৰু আঞ্চলিক ভিত্তিত শিশু ভাওনা প্ৰদৰ্শন . . . . .1
- বিজেপিৰ প্ৰাক্তন জিলা সভাপতি(শিৱসাগৰ জিলা), প্ৰাক্তন ৰাজ্যিক সম্পাদক ড০ ভৱেন্দ্ৰ নাথ মহনৰ ভাষণ শুনিলেনে? কিয় তেখেতে শাসক দলটো এৰি ৰাইজৰ দলত যোগ দিলে। এজন নিষ্ঠাৱান বিজেপি কৰ্মীৰ ক্ষোভ ভৰা কথাবোৰ শুনকচোন:1