Shuru
Apke Nagar Ki App…
winter ☃️ season best collection dress for all amazing bazar .....best and low price..... This vlog video link https://youtu.be/f-Y_rtk-Q5M?si=atwZ4K15x5-9yvF8
Alpana Hazra
winter ☃️ season best collection dress for all amazing bazar .....best and low price..... This vlog video link https://youtu.be/f-Y_rtk-Q5M?si=atwZ4K15x5-9yvF8
More news from Bamuni Gaon and nearby areas
- morning bakthi Ardhna 🙏1
- ছয়গাঁৱৰ মাকেলীত ভোগালীৰ বৃহৎ আয়োজন।1
- নাফুকত মকৰ সংক্ৰান্তিৰ পবিত্ৰ টুচু পূজা চৰাইদেউৰ বিভিন্ন প্ৰান্তৰ লগতে নাফুকত মকৰ সংক্ৰান্তিত উদযাপন কৰা হয় পবিত্ৰ টুচু পূজা । এই অনুষ্ঠানত সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে অংশগ্ৰহণ কৰি ৰাইজৰ সুখ-শান্তি, সমৃদ্ধি আৰু মংগল কামনা কৰি আন্তৰিকভাৱে প্ৰাৰ্থনা জনাই । #charideo #sivasagar #jorhat #assam #public #followerseveryone #AssamFestival #AssamCulture #TusuPuja #মকৰসংক্রান্তি #নাফুক #Assam #ৰাইজৰমংগল #Tradition #Faith1
- আজি লিডু আৰক্ষী চকী এলেকাত লেখাপানী দলং গত কাষত নতুন মটৰ চাইকেল দূৰ্ঘটনা লিডুৰ বাসিন্দা এজন মটৰ চাইকেল লৈ খাৰ সং ফালে গৈ আছিলবুলি জনাই হতাত লেখা পানী ফালৰ পৰা গাৰি অহা দেখি মটৰ সকেল নিজ চাই তত গৈ দলঙৰ এখন পিলাৰত খুন্দা মাৰি আৰু পৰি যখন হৈ জনা মতে ভৰি ভাঙিছেগৈছে বুলি হৈ সমইত বিশেষ ভাৱে লেখাপানি সেনাবাহিনী বিশেষ ভাৱে সহায় কৰে আৰু আৰ্মী মেডিকেল teem আহি প্ৰথম ড্ৰপ পাতি দি পৰান ৰক্ষীয়া কৰে আৰু উপস্থিত লিডু শিঙৰী VDP সহায় কৰে ত পিছত লিডু আৰক্ষী উপস্থিত হয় আৰু লেখা পানি আৰক্ষী এম্বুলেন্সমাতি মাৰ্ঘেৰিটা চিকিৎসা লৈ প্ৰেৰণকৰে মই Umasankar deb Singri Gaon Vdp aru manov Adhikar midia Diputy Biuro chif Tinsukia Assam6
- ছয়গাঁৱৰ সাতপাৰাত ভোগালীৰ বৃহৎ আয়োজন। অঞ্চলটোৰ ৰাইজে একত্ৰিত হৈ একেলগে এসাজ খোৱা পৰিলক্ষিত হৈছে। সকলোৱে লগ হৈ উদযাপন কৰিলে ভোগালী1
- পলাশবাৰীত ভোগালীৰ বৃহৎ আয়োজন। উক্ত কাৰ্য্যসূচীত উপস্থিত বিধায়ক হেমাংগ ঠাকুৰীয়া। লগে ভাগে এসাজ খালে বিধায়ক হেমাংগ ঠাকুৰীয়াই1
- বৰভিঠাত মথাউৰিৰ পৰা তীব্ৰ বেগী ডাম্পাৰ ঘৰৰ ওপৰত ভাগৰি পৰি দুজনৰ মৃত্যু হোৱাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক ৰাহুল চৌধুৰীৰ প্ৰতিক্ৰিয়া প্ৰকাশ।1
- যোৱা ৰবিবাৰে নিশা ৯ বজাত দক্ষিণ কামৰূপ জিলাৰ গৰৈমাৰীৰ বৰভিঠাত মথাউৰিৰ পৰা ঘৰৰ ওপৰত ডাম্পাৰ বাগৰি পৰি দুজন লোকৰ মৃত্যু হোৱাত আজি পুনৰ ঘটনাস্থলীত উপস্থিত হয় কৃষক মুক্তি সংগ্ৰাম সমিতৰ নেতা1
- ছয়গাঁৱৰ ধোৱাৰ গাঁৱত ভোগালীৰ বৃহৎ আয়োজন। উল্লেখযোগ্য যে আজি হৈ ভোগালী বিহু ৰাজ্যৰ বিভিন্ন স্থানত ৰাজহুৱা ভাৱে এসাজ খোৱা পৰিলক্ষিত হয়। তাৰ সমান্তৰালকৈ ছয়গাঁওৱ ধোৱাৰগাৱতটো দেখিবলৈ পোৱা গৈছে ভোগালীৰ বৃহৎ আয়োজন।1