#মাঘৰ বিহু উপলক্ষে "কাজিৰঙা ৰংমন ফেচবুক পে'জৰ উদ্যোগত সদৌ অসম ভিত্তিত ২০২৫ বৰ্ষ অনলাইন বিহু নাচৰ প্ৰতিযোগিতা _______________________________ আৰম্ভ হব ১ জানুৱাৰী পৰা আৰু শেষ ২৫ জানুৱাৰী ২০২৫ বৰ্ষ _____________________ "ক "শাখা-প্ৰতিযোগীৰ:- নাম____Aanaisha Anvi বয়স____৫ বছৰ ঠিকনা___ (গোলাঘাট) ক্রমিক নং = (১৬) ________---____________________ ১) প্ৰতিযোগিতা নিয়মাৱলী সমূহ :- ২) প্ৰতিযোগীসকলে শালীনতা ৰক্ষা কৰি জাতীয় সাজ পৰিধান কৰি বিহু নাচ পৰিবেশন কৰিব লাগিব। ৩) বিহু নাচৰ সময় ২ মিনিট পৰা ৩ মিনিট ভিতৰত শেষ হব লাগিব । ৪) যিকোনো বিহু গীত অৰু ঢোলৰ চাপৰত বিহু নাচ পৰিৱেশন কৰিব পাৰিব। ৫) বিজয়ী প্ৰতিযোগী প্ৰথম,দ্বিতীয় আৰু তৃতীয় স্থান মানপত্ৰ, ট্রফী ৰে পুৰস্কৃত কৰা হ'ব। আৰু top 10 স্থান পোৱা সকলৰ মানপত্ৰ, ট্রফী থাকিব. ৬) ফলাফল ঘোষণা কৰা ১০ দিনৰ ভিতৰত পুৰস্কাৰ সমূহ ঘৰলৈ পথাই দিয়া হ'ব। ৭) প্ৰতিযোগীসকলে ঘৰতে সুন্দৰ ভাবে মোবাইল বা কেমেৰাৰ য়োগেদি ৰেকডিং কৰি আমাৰ what'sapp number- 9866027783 /9182641382 প্ৰেৰণ কৰক। ৮) বিহু নাচৰ প্ৰতিযোগিতা খন ২ টা ভাগত হ'ব। "ক " শাখা---- ৯ বছৰলৈকে "খ " শাখা----- ১০ বছৰ পৰা ১৬ বছৰলৈকে। _________________________________ ৮) যোগ দানৰ ভত্তি মাছুল- ১৫০ টকা। ৯) বিহু নাচ সময় ২ মিনিট পৰা ৪ মিনিট ভিতৰত শেষ হব লাগিব । ৯.পজ্ঞীয়ন কৰিবলৈ Google pay /Phone number /9182641382 ___________________________________ অসমৰ বিভিন্ন জিলাৰ ২/৩ জন বিচাৰকে প্ৰতিযোগিতা খনত বিচাৰ কৰি ফলাফল ঘোষণা কৰিব। বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত।

- Post by Raj Patnayak1
- 📌এট কনমানি হৃিদয়বীদ্ৰাকৰ মনৰ কথা গোলাঘাট1
- গোলাঘাট জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী,উলিওৱা হয় সাংস্কৃতিক অনুষ্ঠান1
- গোলাঘাট জিলাৰ বাতিপৰীয়া অঞ্চলত অনুষ্ঠিত বিশাল সামাজিক অভিৱৰ্তনত জনপ্ৰিয় সংগ্ৰামী কণ্ঠ জ্ঞানশ্ৰী বৰা1
- দন্তবক্ৰ!!বিদুৰথৰ প্ৰৱেশ!!নৱমিলন নাট্যগোষ্ঠী যোৰহাট!গোলাঘাট কছাৰীগাওঁ ভাওনা প্ৰতিযোগিতা!!1
- গোলাঘাট জিলাৰ বিহু সুৰক্ষা সমিতিৰ নতুন সমিতিৰ সপত গ্ৰহণ1
- Golaghat jatiya vidyalaya 🙏# school # program1