Shuru
Apke Nagar Ki App…
গোলাঘাটত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ এগৰাকী মহিলাৰ মৃত্যু হৈছে।
RJ news digital
গোলাঘাটত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ এগৰাকী মহিলাৰ মৃত্যু হৈছে।
More news from Assam and nearby areas
- ভাৰত চৰকাৰৰ প্ৰেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰনালয়ৰ আহ্বান ক্ৰমে গোলাঘাটৰ নুমলীগড় তেল শোধনাগাৰৰ সামাজিক দায়বদ্ধতা বিভাগে “স্বচ্ছতা পাখোৱাৰা” কাৰ্যসূচী ৰূপায়ণ কৰিছে। এই কাৰ্যসূচীৰ অধীনত প্লাষ্টিক বৰ্জন, চাফচিকুনতা আৰু পৰিবেশ সংৰক্ষণৰ জৰিয়তে ভৱিষ্যত প্ৰজন্মৰ বাবে পৃথিৱীখন সুৰক্ষিত কৰাৰ উদ্দেশ্যে ৰাইজৰ মাজত সজাগতা আনিবলৈ নৱপ্ৰজন্মৰ যুৱক-যুৱতীসকল ৰাজপথলৈ ওলাই আহে।1
- অসম-নাগালেণ্ড সীমান্তৰ সৰুপথাৰত সংঘটিত এক ঘটনাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সীমান্তত কোনো ধৰণৰ ঘটনা সংঘটিত হোৱা নাছিল বুলি দাবী কৰা মন্ত্ৰীগৰাকীক উদ্দেশ্যি স্থানীয় লোকসকলে প্ৰশ্ন উত্থাপন কৰিছে যে যদি একো ঘটাই নাছিল, তেন্তে মন্ত্ৰীগৰাকী কিয় তাৰ চৰজমিন তদন্তৰ বাবে আহিছিল? সীমান্তৰ শেহতীয়া পৰিস্থিতি আৰু মন্ত্ৰীগৰাকীৰ ভ্ৰমণক লৈ অঞ্চলটোৰ সচেতন মহলে তীব্ৰ সমালোচনা আগবঢ়াইছে। আম-কঁঠাল খাবলৈ অহা বুলি ব্যংগাত্মক মন্তব্যৰে মন্ত্ৰীগৰাকীৰ কাৰ্যক ধিক্কাৰ দিছে স্থানীয় ৰাইজে। সীমান্তৰ এনে স্পর্শকাতৰ বিষয়ত দায়িত্বশীল ভূমিকা গ্ৰহণৰ সলনি এনেদৰে পৰিস্থিতিটো লুকুৱাবলৈ চেষ্টা কৰাত ক্ষোভ প্ৰকাশ কৰিছে সচেতন মহলে।1
- বিহপুৰীয়া ক্ৰিকেট একাডেমীৰ প্ৰচেষ্টাত কাৱমাৰী গ্ৰাম্যক্ৰীড়া সন্হাৰ খেলপথাৰত চলি থকা এটি ক্ৰিকেট প্ৰশিক্ষণ শিৱিৰৰ আজি সামৰণি পৰে। বিগত ১০ টা দিনত এই শিৱিৰত ৮০ গৰাকীৰো অধিক প্ৰশিক্ষাৰ্থীক ৰঞ্জী খেলুৱৈ অৰ্লেণ্ড কোৱৰে সুন্দৰ প্ৰশিক্ষণ প্ৰদান কৰে। সময়ৰ তাগিদাত কোৱৰ ডাঙৰীয়াই দীঘলীয়া প্ৰশিক্ষণ সামৰি বিদায় লবলগীয়া হোৱাত একাডেমীয়ে আজি এই শিৱিৰৰ সামৰণি মাৰে আৰু প্ৰশিক্ষক অৰ্লেণ্ড কোৱৰক বিপুল সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। আনহাতে, ইচ্ছুক প্ৰশিক্ষাৰ্থীসকলক লখিমপুৰ জিলাৰ ক্ৰিকেট প্ৰশিক্ষক হিৰণ্য হাজৰিকা, অভিজিত গোস্বামী, আদিত্য বৰা আৰু ৰনদ্বীপ বৰাই প্ৰশিক্ষণ অব্যাহত ৰাখিব বুলি জানিবলৈ দিছে। ইয়াৰ লগতে, আজি দলদোপ কমপ্লেক্সত দুখনকৈ লেডাৰ বল পিটচ ফিটা কাটি শুভ উদ্বোধন কৰে প্ৰশিক্ষক অৰ্লেণ্ড কোৱৰ আৰু একাডেমীৰ উপদেষ্টা ডঃ ৰাজেন্দ্ৰ নাথ সভাপণ্ডিতে।4
- লক্ষীমপুৰত সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ দ্বি-বাৰ্ষিক অধিৱেশনৰ বাবে এখন অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে। এই অষ্টদশ কেন্দ্ৰীয় অধিৱেশনখনৰ বাবে লক্ষীমপুৰত এই সমিতি গঠন কৰা হয়। এই উপলক্ষে হাৰমতীত বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ এখন সাধাৰণ সভা অনুষ্ঠিত হৈছিল আৰু উক্ত সভাত সংগঠনটোৰ কেন্দ্ৰীয় বিষয়ববীয়াসকল উপস্থিত আছিল।1
- অসম চৰকাৰৰ ২০২৬-২০২৭ বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিলৰ প্ৰাকমুহূৰ্তত অখিল গগৈয়ে এই বাজেট সন্দৰ্ভত সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিছে। চৰকাৰৰ এই বাজেটক লৈ তেওঁ নিজৰ মতামত ব্যক্ত কৰিছে।1
- শিৱসাগৰ জিলাৰ ১৮ নং কাঠপাৰ প্ৰাথমিক বিদ্যালয়ত দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এক নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ উদ্যোগত আৰু কুঁহিপাত নৃত্য বিদ্যালয়ৰ সহযোগত এই অনুষ্ঠানটি অনুষ্ঠিত কৰা হৈছে। উক্ত অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী চিত্ৰলেখা গগৈয়ে বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পাছতে প্ৰতিযোগিতাখনত বহু সংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। অংকুশ জ্যোতি দত্তৰ প্ৰতিবেদন অনুসৰি, বিদ্যালয়খনত এই প্ৰতিযোগিতাখন সুকলমে সম্পন্ন হৈছে।1
- গোলাঘাটৰ নুমলীগড়ত প্লাষ্টিক বৰ্জন, চাফচিকুনতা আৰু পৰিবেশ সংৰক্ষণৰ জৰিয়তে ভৱিষ্যত প্ৰজন্মৰ বাবে পৃথিৱীখন সুৰক্ষিত কৰাৰ উদ্দেশ্যে ৰাইজৰ মাজত সজাগতা আনিবলৈ ৰাজপথলৈ ওলাই আহিছে নৱপ্ৰজন্মৰ যুৱক-যুৱতীসকল। ভাৰত চৰকাৰৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয়ৰ আহ্বান মৰ্মে নুমলীগড় তেল শোধনাগাৰৰ সামাজিক দায়বদ্ধতা বিভাগে এই উদ্দেশ্যৰে “স্বচ্ছতা পাখোৱাৰা” কাৰ্যসূচী ৰূপায়ণ কৰিছে।1
- গোলাঘাট জিলাৰ ৪নং কোৰোকা গাঁৱত নিষিদ্ধ গো-মাংস উদ্ধাৰ কৰা হৈছে। এটা পৰিয়ালৰ বাসগৃহৰ চৌহদত কালি গো-মাংস কাটি থকা অৱস্থাতে গোলাঘাট আৰক্ষীয়ে এক অভিযান চলায়। এই অভিযানত আৰক্ষীয়ে গো-মাংস খিনি উদ্ধাৰ কৰাৰ লগতে বুলু বেগম নামৰ এগৰাকী মহিলাক আটক কৰে। এই ঘটনাক কেন্দ্ৰ কৰি বৰ্তমান সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। সমগ্ৰ ঘটনা সন্দৰ্ভত গোলাঘাট আৰক্ষীয়ে নিজা তদন্ত অব্যাহত ৰাখিছে।1