logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

Looking for Job Job Title : Driving City / Locality : Duliajan Expected Salary : ₹25,000 Job Field : Driving Education Qualification : 10th पास Job Type : सम्पूर्ण समय Experience Level : फ्रेशर

6 hrs ago
user_Sange lama
Sange lama
টেঙাখাট, ডিব্ৰুগড়, অসম•
6 hrs ago

Looking for Job Job Title : Driving City / Locality : Duliajan Expected Salary : ₹25,000 Job Field : Driving Education Qualification : 10th पास Job Type : सम्पूर्ण समय Experience Level : फ्रेशर

More news from অসম and nearby areas
  • নাহৰকটীয়াৰ আৰক্ষী জোৱানে বানাক্ৰান্ত ৰাইজৰ বাবে যোগান ধৰিছে কঠীয়া শাওনৰ পথাৰ ভূঁই ৰোৱাৰ লগতে আঘোণত সেই সোণগুটি চপাই বছৰটোৰ বাবে নিজৰ খাদ্যকণ যোগাৰ কৰে প্ৰতিজন চহা অসমীয়াই।পিছে হঠাৎ অহা সেই প্ৰলয়ংকাৰী বানে থানাবান কৰিলে শিৱসাগৰ চৰাইদেও জিলা চহা কৃষকৰ সেই সপোন।পিছে চহা অসমীয়াৰ দুখ দুৰ্দশা,দুৰৱস্থা দেখি এইবাৰ বান বিধ্বস্ত কৃষকক সহায় কৰাৰ বাবে আগবাঢ়ি আহিছে অসম আৰক্ষীৰ এগৰাকী জোৱান।অসম আৰক্ষীত কৰ্মৰত নাহৰকটীয়াৰ জয়পুৰৰ কমাৰ গাওঁৰ দীপাংকৰ শইকীয়াই নিজাববীয়া প্ৰচেষ্টা ইতিমধ্যে বানবিধ্বস্ত শিৱসাগৰ আৰু চৰাইদেও জিলাৰ প্ৰায় তিনিখন গাওঁত কঠিয়া যোগান ধৰিছে।ইতিমধ্যে দীপাংকৰক সহায়ৰ বাবে আগবাঢ়ি আহিছে কমাৰ গাওঁৰ ডেকা যুৱকসকল।।আৰক্ষীৰ জোৱান দীপাংকৰৰ নেতৃত্বত গাওঁখনৰ যুৱক সকলে প্ৰায় ৫ হেজাৰ মুঠি কঠিয়া পুনৰ ২আগষ্টত বান বিধ্বস্ত শিৱসাগৰ আৰু চৰাইদেওৰ জিলা কৃষকক প্ৰদান কৰিব।
    2
    নাহৰকটীয়াৰ আৰক্ষী জোৱানে বানাক্ৰান্ত ৰাইজৰ বাবে যোগান ধৰিছে কঠীয়া 
শাওনৰ পথাৰ ভূঁই ৰোৱাৰ লগতে আঘোণত সেই সোণগুটি চপাই বছৰটোৰ বাবে নিজৰ খাদ্যকণ যোগাৰ কৰে প্ৰতিজন চহা অসমীয়াই।পিছে হঠাৎ অহা সেই প্ৰলয়ংকাৰী বানে থানাবান কৰিলে শিৱসাগৰ চৰাইদেও জিলা চহা কৃষকৰ সেই সপোন।পিছে চহা অসমীয়াৰ দুখ দুৰ্দশা,দুৰৱস্থা দেখি এইবাৰ বান বিধ্বস্ত কৃষকক সহায় কৰাৰ বাবে আগবাঢ়ি আহিছে অসম আৰক্ষীৰ এগৰাকী জোৱান।অসম আৰক্ষীত কৰ্মৰত নাহৰকটীয়াৰ জয়পুৰৰ কমাৰ গাওঁৰ দীপাংকৰ শইকীয়াই নিজাববীয়া প্ৰচেষ্টা ইতিমধ্যে বানবিধ্বস্ত শিৱসাগৰ আৰু চৰাইদেও জিলাৰ প্ৰায় তিনিখন গাওঁত কঠিয়া যোগান ধৰিছে।ইতিমধ্যে দীপাংকৰক সহায়ৰ বাবে আগবাঢ়ি আহিছে কমাৰ গাওঁৰ ডেকা যুৱকসকল।।আৰক্ষীৰ জোৱান দীপাংকৰৰ নেতৃত্বত গাওঁখনৰ যুৱক সকলে প্ৰায় ৫ হেজাৰ মুঠি কঠিয়া পুনৰ ২আগষ্টত বান বিধ্বস্ত শিৱসাগৰ আৰু চৰাইদেওৰ জিলা কৃষকক প্ৰদান কৰিব।
    user_Namrup 24×7
    Namrup 24×7
    Local News Reporter নাহৰকটীয়া, ডিব্ৰুগড়, অসম•
    15 hrs ago
  • 📌অৰুণাচলৰ Shadam & The Zeal Band-ৰ মহানুভৱতা: অসমৰ বানাক্ৰান্তৰ বাবে সংগীতানুষ্ঠানৰ আয়োজন। 📌অসমৰ বানপীড়িত লোকসকলৰ সহায়ৰ উদ্দেশ্যে Arunachal-ৰ Shadam & The Zeal Band-এ তিনিচুকীয়া থানা চাৰিআলিত স্থানীয় শিল্পীসকলক লগত লৈ এক বিশেষ সংগীতানুষ্ঠানৰ আয়োজন কৰিব। 📌অনুষ্ঠানটোৰ জৰিয়তে সংগ্ৰহ হোৱা সমগ্ৰ ধন বানপীড়িতসকলৰ সকাহৰ বাবে আগবঢ়োৱা হ'ব। এই মানৱীয় পদক্ষেপে আন্তঃৰাজ্যিক সম্প্ৰীতি আৰু সহমৰ্মিতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। 📌অৰুণাচলৰ Shadam & The Zeal Band-ৰ মহানুভৱতা: অসমৰ বানাক্ৰান্তৰ বাবে সংগীতানুষ্ঠানৰ আয়োজন। 📌অসমৰ বানপীড়িত লোকসকলৰ সহায়ৰ উদ্দেশ্যে Arunachal-ৰ Shadam & The Zeal Band-এ তিনিচুকীয়া থানা চাৰিআলিত স্থানীয় শিল্পীসকলক লগত লৈ এক বিশেষ সংগীতানুষ্ঠানৰ আয়োজন কৰিব। 📌অনুষ্ঠানটোৰ জৰিয়তে সংগ্ৰহ হোৱা সমগ্ৰ ধন বানপীড়িতসকলৰ সকাহৰ বাবে আগবঢ়োৱা হ'ব। এই মানৱীয় পদক্ষেপে আন্তঃৰাজ্যিক সম্প্ৰীতি আৰু সহমৰ্মিতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে।
    1
    📌অৰুণাচলৰ Shadam & The Zeal Band-ৰ মহানুভৱতা: অসমৰ বানাক্ৰান্তৰ বাবে সংগীতানুষ্ঠানৰ আয়োজন।
📌অসমৰ বানপীড়িত লোকসকলৰ সহায়ৰ উদ্দেশ্যে Arunachal-ৰ Shadam & The Zeal Band-এ তিনিচুকীয়া থানা চাৰিআলিত স্থানীয় শিল্পীসকলক লগত লৈ এক বিশেষ সংগীতানুষ্ঠানৰ আয়োজন কৰিব। 
📌অনুষ্ঠানটোৰ জৰিয়তে সংগ্ৰহ হোৱা সমগ্ৰ ধন বানপীড়িতসকলৰ সকাহৰ বাবে আগবঢ়োৱা হ'ব। এই মানৱীয় পদক্ষেপে আন্তঃৰাজ্যিক সম্প্ৰীতি আৰু সহমৰ্মিতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে।
📌অৰুণাচলৰ Shadam & The Zeal Band-ৰ মহানুভৱতা: অসমৰ বানাক্ৰান্তৰ বাবে সংগীতানুষ্ঠানৰ আয়োজন।
📌অসমৰ বানপীড়িত লোকসকলৰ সহায়ৰ উদ্দেশ্যে Arunachal-ৰ Shadam & The Zeal Band-এ তিনিচুকীয়া থানা চাৰিআলিত স্থানীয় শিল্পীসকলক লগত লৈ এক বিশেষ সংগীতানুষ্ঠানৰ আয়োজন কৰিব। 
📌অনুষ্ঠানটোৰ জৰিয়তে সংগ্ৰহ হোৱা সমগ্ৰ ধন বানপীড়িতসকলৰ সকাহৰ বাবে আগবঢ়োৱা হ'ব। এই মানৱীয় পদক্ষেপে আন্তঃৰাজ্যিক সম্প্ৰীতি আৰু সহমৰ্মিতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে।
    user_SANTOSH KR PHUKAN
    SANTOSH KR PHUKAN
    Local News Reporter Tinsukia, Assam•
    2 hrs ago
  • তিনিচুকীয়াৰ হিজুগুৰী ৰেল ষ্টেচনত অপমান ভাৰতীয় জাতীয় পতাকাক উল্লেখযোগ্য যে তিনিচুকীয়া জিলাৰ হিজুগুৰী ৰেলৱে ষ্টেচনৰ সন্মুখত ধ্বজা বাহক হৈ উত্তোলন হৈ থকা আমাৰ স্বাভিমান সন্মানৰ প্ৰতীক জাতীয় পতাকাখন ফালি চিৰি যোৱা অৱস্থাত উৰুৱাই থোৱা আছে। গুৰুত্ব নাই ৰেলৱে কৃতপক্ষৰ
    1
    তিনিচুকীয়াৰ হিজুগুৰী ৰেল ষ্টেচনত অপমান ভাৰতীয় জাতীয় পতাকাক 
উল্লেখযোগ্য যে তিনিচুকীয়া জিলাৰ হিজুগুৰী ৰেলৱে ষ্টেচনৰ সন্মুখত ধ্বজা বাহক হৈ উত্তোলন হৈ থকা আমাৰ স্বাভিমান সন্মানৰ প্ৰতীক জাতীয় পতাকাখন ফালি চিৰি যোৱা অৱস্থাত উৰুৱাই থোৱা আছে। গুৰুত্ব নাই ৰেলৱে কৃতপক্ষৰ
    user_Pallab jyoti ujonir barta
    Pallab jyoti ujonir barta
    বৰডুমচা, তিনিচুকীয়া, অসম•
    7 hrs ago
  • বান বিধ্বস্ত চোমনী গাঁওত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। চৰাইদেউ বান বিধ্বস্ত অঞ্চলত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু জগদীশ ভূঞা, মানিক গগৈ । বানপীড়িত অঞ্চলৰ চেনিটাইজ কৰে। 👉যাৰ ঘৰ ভাঙিছে ঘৰ বনাই দিব লাগিব, ক্ষয়-ক্ষতি হোৱা সকলে ক্ষতিপূৰণ পাব লাগিব 👉বান হোৱাৰ প্ৰকৃত কাৰণ জনাৰ প্ৰয়োজনীয়তা আছে । 👉আমাৰ চাহ, কয়লা, তেলৰ ৰাজহৰ পৰা অসমক টকা দিয়ক- কিন্ত্ত আজিলৈকে মাত নাই কিয় 👉চৰকাৰে তালি-বাজি কৰিব নোৱাৰিব, চৰকাৰে পতান ধান দি ঠগিব নোৱাৰিব আজি চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ বান বিধ্বস্ত চোমনী গাঁওত বানাক্ৰান্তৰ বুজ লোৱাৰ লগতে বানৰ পাছত সম্ভাব্য বেমাৰৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যৰে বিজাণু মুক্ত কৰাৰ বাবে চেনিটাইজাৰ কৰে অজাপৰ সভাপতি গৰাকীকয়ে ।
    1
    বান বিধ্বস্ত চোমনী গাঁওত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ।
চৰাইদেউ বান বিধ্বস্ত অঞ্চলত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু জগদীশ ভূঞা, মানিক গগৈ । বানপীড়িত অঞ্চলৰ চেনিটাইজ কৰে। 
👉যাৰ ঘৰ ভাঙিছে ঘৰ বনাই দিব লাগিব,  ক্ষয়-ক্ষতি হোৱা সকলে ক্ষতিপূৰণ পাব লাগিব 
👉বান হোৱাৰ প্ৰকৃত কাৰণ জনাৰ প্ৰয়োজনীয়তা আছে । 
👉আমাৰ চাহ, কয়লা, তেলৰ ৰাজহৰ পৰা অসমক টকা দিয়ক- কিন্ত্ত আজিলৈকে মাত নাই কিয়
👉চৰকাৰে তালি-বাজি কৰিব নোৱাৰিব,  চৰকাৰে পতান ধান দি ঠগিব নোৱাৰিব 
আজি চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ বান বিধ্বস্ত চোমনী গাঁওত বানাক্ৰান্তৰ বুজ লোৱাৰ লগতে বানৰ পাছত 
সম্ভাব্য বেমাৰৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যৰে বিজাণু মুক্ত কৰাৰ বাবে চেনিটাইজাৰ কৰে অজাপৰ সভাপতি গৰাকীকয়ে ।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    11 hrs ago
  • চৰাইদেউ জিলাৰ চফ্ৰাই নদীৰ জলপৃষ্ঠ বিপদ সীমাৰ ওপৰদি বৈছে । সন্ধিয়াৰ পৰা ক্ৰমাৎ চফ্ৰাই নদীৰ দাতি কাষৰীয়া অঞ্চল প্লাবিত কৰি তুলিছে । সমান্তৰাল ভাবে টাউকাক নদীৰ পানী বৃদ্ধি পোৱাত শংকিত হৈ পৰিছে অঞ্চলবাসী । টাউকাক চফ্ৰাই দলংত নদীৰ পানী চাবলৈ ৰাইজৰ ভিৰ লাগিছে । চৰাইদেউ জিলাৰ চফ্ৰাই নদীৰ জলপৃষ্ঠ বিপদ সীমাৰ ওপৰদি বৈছে । সন্ধিয়াৰ পৰা ক্ৰমাৎ চফ্ৰাই নদীৰ দাতি কাষৰীয়া অঞ্চল প্লাবিত কৰি তুলিছে । সমান্তৰাল ভাবে টাউকাক নদীৰ পানী বৃদ্ধি পোৱাত শংকিত হৈ পৰিছে অঞ্চলবাসী । টাউকাক চফ্ৰাই দলংত নদীৰ পানী চাবলৈ ৰাইজৰ ভিৰ লাগিছে ।
    4
    চৰাইদেউ জিলাৰ চফ্ৰাই নদীৰ জলপৃষ্ঠ বিপদ সীমাৰ ওপৰদি বৈছে ।  সন্ধিয়াৰ পৰা ক্ৰমাৎ চফ্ৰাই নদীৰ দাতি কাষৰীয়া অঞ্চল প্লাবিত কৰি তুলিছে । সমান্তৰাল ভাবে টাউকাক নদীৰ পানী বৃদ্ধি পোৱাত শংকিত হৈ পৰিছে অঞ্চলবাসী । টাউকাক চফ্ৰাই দলংত নদীৰ পানী চাবলৈ ৰাইজৰ ভিৰ লাগিছে ।
চৰাইদেউ জিলাৰ চফ্ৰাই নদীৰ জলপৃষ্ঠ বিপদ সীমাৰ ওপৰদি বৈছে ।  সন্ধিয়াৰ পৰা ক্ৰমাৎ চফ্ৰাই নদীৰ দাতি কাষৰীয়া অঞ্চল প্লাবিত কৰি তুলিছে । সমান্তৰাল ভাবে টাউকাক নদীৰ পানী বৃদ্ধি পোৱাত শংকিত হৈ পৰিছে অঞ্চলবাসী । টাউকাক চফ্ৰাই দলংত নদীৰ পানী চাবলৈ ৰাইজৰ ভিৰ লাগিছে ।
    user_Sonari News
    Sonari News
    সোণাৰি, চৰাইদেউ, অসম•
    4 hrs ago
  • বান বিধ্বস্ত চোমনী গাঁওত অসম জাতীয় পৰিষদৰ উপদেষ্টা জগদীশ ভূঞা ।
    1
    বান বিধ্বস্ত চোমনী গাঁওত অসম জাতীয় পৰিষদৰ উপদেষ্টা জগদীশ ভূঞা ।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    11 hrs ago
  • BIG BREAKING ⭕মাকুম ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰত আলু গৌডাউনৰ কাষত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত। ⭕দুখনকৈ দোকান জ্বলি সম্পূৰ্ণৰূপে ভস্মীভূত। ⭕শংকৰ দাস নামৰ লোক জনৰ পান দোকান আৰু ধনু দাস নামৰ লোক জনৰ ফল-মূলৰ দোকানত অগ্নিকাণ্ড ঘটনাটো সংঘটিত হয়। ⭕বিদ্যুতৰ বিজুটি ঘটাৰ ফলত অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ। ⭕ অগ্নিনির্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হৈ জুই নুমোৱাবলৈ সক্ষম হয়। BIG BREAKING ⭕মাকুম ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰত আলু গৌডাউনৰ কাষত নিশা ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত। ⭕দুখনকৈ দোকান জ্বলি সম্পূৰ্ণৰূপে ভস্মীভূত। ⭕শংকৰ দাস নামৰ লোক জনৰ পান দোকান আৰু ধনু দাস নামৰ লোক জনৰ ফল-মূলৰ দোকানত অগ্নিকাণ্ড ঘটনাটো সংঘটিত হয়। ⭕বিদ্যুতৰ বিজুটি ঘটাৰ ফলত অগ্নিকাণ্ডটোঅ সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ। ⭕ অগ্নিনির্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হৈ জুই নুমোৱাবলৈ সক্ষম হয়।
    1
    BIG BREAKING
⭕মাকুম ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰত আলু গৌডাউনৰ কাষত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত।

⭕দুখনকৈ দোকান জ্বলি সম্পূৰ্ণৰূপে ভস্মীভূত।

⭕শংকৰ দাস নামৰ লোক জনৰ পান দোকান আৰু ধনু দাস নামৰ লোক জনৰ ফল-মূলৰ দোকানত অগ্নিকাণ্ড ঘটনাটো সংঘটিত হয়।

⭕বিদ্যুতৰ বিজুটি ঘটাৰ ফলত অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ।

⭕ অগ্নিনির্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত  উপস্থিত হৈ জুই নুমোৱাবলৈ সক্ষম হয়।
BIG BREAKING
⭕মাকুম ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰত আলু গৌডাউনৰ কাষত নিশা ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত।
⭕দুখনকৈ দোকান জ্বলি সম্পূৰ্ণৰূপে ভস্মীভূত।
⭕শংকৰ দাস নামৰ লোক জনৰ পান দোকান আৰু ধনু দাস নামৰ লোক জনৰ ফল-মূলৰ দোকানত অগ্নিকাণ্ড ঘটনাটো সংঘটিত হয়।
⭕বিদ্যুতৰ বিজুটি ঘটাৰ ফলত অগ্নিকাণ্ডটোঅ সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ।
⭕ অগ্নিনির্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত  উপস্থিত হৈ জুই নুমোৱাবলৈ সক্ষম হয়।
    user_Ratul Deka
    Ratul Deka
    Court reporter বৰডুমচা, তিনিচুকীয়া, অসম•
    20 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.